• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

IPL 2021: চেন্নাইৰ হাতত আত্মসমৰ্পণ কলকাতাৰ! স্নায়ুযুঁজত দুই উইকেটত বিজয়ী ধোনী বাহিনী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 27, 2021 7:30 am
CSK vss KKR
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Chennai Super Kings Beat Kolkata: আইপিএলৰ দ্বিতীয় পৰ্বত একেৰাহে ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালোৰ আৰু মুম্বাইৰ পৰাজিত কৰিলেও চেন্নাই ছুপাৰ কিংছৰ ওচৰত আত্মসমৰ্পন কৰিবলৈ বাধ্য হ’ল কলকাতা নাইট ৰাইডাৰ্ছ।

দেওবাৰে ত্ৰিপাঠী, নীতিশ, কাৰ্তিকৰ দুৰ্দান্তৰ বেটিঙৰ ফলত ১৭১ৰাণৰ লক্ষ্য বান্ধি দিয়াৰ পাছতো চেন্নাইৰ বেটছমেনৰ প্ৰত্যাক্ৰমণ ৰোধ কৰাৰত ব্যৰ্থ হয় কলকাতাৰ বলাৰসকল।

ধোনী ব্যৰ্থ হ’লেও ঋতুৰাজ, ডুপ্লেছিছ, জাডেজাৰ বেটিঙে জয় আনি দিয়ে চেন্নাইক। নিৰ্দিষ্ট ২০অভাৰৰ অন্তিমটো বলত বিজয়সূচক ৰাণটো কৰে চেন্নাইৰ দীপক চাহাৰে।

Apply Now

টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা কলকাতাৰ প্ৰথম অভাৰতে ভুল বুজাবুজিৰ বাবে ৰাণ আউট হৈ যায় শুভমন গীল।

তাৰপাছতে আনজন অপেনাৰ ভেংকটেশ আয়াৰে ৰাহুল ত্ৰিপাঠীৰ সৈতে ৫০ৰাণৰ যুটী বান্ধে যদিও আউট হয় ভেংকটেশ। ইয়াৰ পাছতে অধইনায়ক ইয়ান মৰ্গানো ৮ৰাণ কৰি আউট হৈ যায়।

কিন্তু নীতিশ ৰাণা আৰু ৰাহুল ত্ৰিপাঠীয়ে সুন্দৰ বেটিঙেৰে দলক আগবঢ়াই নিয়ে। শেষৰ পিনে ৰাছেল আৰু কাৰ্তিকৰ আক্ৰমণাত্মক শ্বটৰ জৰিয়তে ১৭১ৰাণৰ স্ক’ৰ তোলে নাইট ৰাইডাৰ্ছে।

প্ৰত্যুত্তৰত ছুপাৰ কিংছৰ অপেনাৰৰ দুৰ্দান্ত বেটিঙে দলক শক্তিশালী কৰি তোলে। নাইট ৰাইডাৰ্ছে হঠাতে খেলখন নিজৰ নিয়ন্ত্ৰণলৈ আনে যদিও জাডেজাৰ দুৰ্দান্ত বেটিঙে কলকাতাৰ আশাত চেঁচাপানী ঢালে।

অন্তিম অভাৰত চেন্নাইৰ প্ৰয়োজন হৈছিল ৪ৰাণৰ। সুনীল নাৰিনে বল হাতত লৈ কিছু প্ৰতিৰোধৰ চেষ্টা চলাইছিল যদিও সেয়া যথেষ্ট নহ’ল। অন্তিমটো বলত প্ৰয়োজন হোৱা ১ৰাণ দীপক চাহাৰে সংগ্ৰহ কৰে।

এই জয়েৰে চেন্নাইয়ে লীগ তালিকাৰ শীৰ্ষস্থান অটুট ৰাখে। আনহাতে, জয় ধাৰা স্থবিৰ হোৱাৰ কলকাতাৰ বাবে কিছু চাপ বাঢ়িল।

সংক্ষিপ্ত স্ক’ৰ

কলকাতা নাইট ৰাইডাৰ্ছ: ২০ অভাৰত ১৭১/৬ (ৰাহুল ত্রিপাঠী ৪৫, নীতিশ ৩৭, কার্তিক ২৬, শার্দূল ২/২০)
চেন্নাই ছুপাৰ কিংছ: ২০ অভাৰত ১৭২/৮ (ঋতুৰাজ ৪০, ডুপ্লেছিছ ৪৪, মঈন আলি ৩২, নাৰিন ৩/৪১)
চেন্নাই ছপাৰ কিংছ দুই উইকেটে বিজয়ী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm
বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

September 5, 2026 4:48 pm
পতিৰ মৃত্যুৰ পিছত সলনি কৰিলে নাম-পোছাক! ৩৭ বছৰ পুৰুষৰ পৰিচয়েৰে জীৱন কটোৱা এগৰাকী মাতৃৰ সাহসিক কাহিনী

পতিৰ মৃত্যুৰ পিছত সলনি কৰিলে নাম-পোছাক! ৩৭ বছৰ পুৰুষৰ পৰিচয়েৰে জীৱন কটোৱা এগৰাকী মাতৃৰ সাহসিক কাহিনী

September 5, 2026 4:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm
বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd