• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সামাজিক মাধ্যমত ভাইৰেল ‘ৰিয়েল লেডি সিংঘাম’ ৰ ভিডিঅ’; কোন এই সিংঘাম!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 13, 2021 5:35 pm
Chennai woman cop
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এগৰাকী আৰক্ষী বিষয়াৰ এটি ভিডিঅ’। ভিডিঅ’টোৱে বুটলিছে অসংখ্য লোকৰ প্ৰশংসা। নিশাটোৰ ভিতৰতে সমগ্ৰ দেশতে বিয়পি পৰিছে এগৰাকী আৰক্ষী বিষয়াৰ জনপ্ৰিয়তা।

ভাইৰেল হোৱা এই ভিডিঅ’টোৰ মূল আকৰ্ষণ হৈছে চেন্নাইৰ এগৰাকী আৰক্ষী বিষয়া। নাম তেওঁৰ ই ৰাজেশ্বৰী।

যোৱা কেইদিনমান ধৰি চেন্নাইত প্ৰৱল বৃষ্টিপাত হৈ আছে। বেয়া বতৰৰ ফলত গছৰ ডাল বাগৰি পৰাৰ পিছত এজন ব্যক্তি আঘাতপ্ৰাপ্ত হয়। মৃত বুলি ধাৰণা কৰা এই ২৮ বছৰীয়া যুৱকজনক উদ্ধাৰ কৰে চেন্নাইৰ আৰক্ষী পৰিদৰ্শক ই ৰাজেশ্বৰীয়ে। আৰক্ষী পৰিদৰ্শকে মানুহজনক উদ্ধাৰ কৰাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।

Apply Now

“পুৱা প্ৰায় ৮.১৫ বজাত মই নিয়ন্ত্ৰণ কক্ষৰ পৰা এটা ফোন পাইছিলো যে টি পি চাট্ৰামৰ সমাধিক্ষেত্ৰত গছৰ ডাল বাগৰি পৰাৰ ফলত এজন লোকৰ মৃত্যু হৈছে। মই আৰু মোৰ দলটো ঘটনাস্থলীলৈ তৎক্ষণাত গৈছিলো। প্ৰাথমিক পৰীক্ষাত মই অনুভৱ কৰিছিলো যে তেওঁ মৃত নহয়, অচেতনহে আছিল।” সংবাদ মাধ্যমৰ আগত ৰাজেশ্বৰীয়ে কয়।

লোকজনক কবৰস্থানত কাম কৰা টি পি চাট্ৰামৰ ২৮ বছৰীয়া আৰ উধায়াকুমাৰ বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ লগত থকা তেওঁৰ বন্ধুজনে নিয়ন্ত্ৰণ কক্ষক জনাইছিল যে উধায়াকুমাৰৰ মৃত্যু হৈছে।

“দুয়োজনে যোৱা নিশা সুৰাপান কৰিছিল আৰু উধায়াকুমাৰৰ বন্ধুৱে আনকি তেওঁ উশাহ লৈ আছে নে নাই পৰীক্ষা কৰা নাছিল। মই তেওঁক মোৰ কান্ধত লৈ আমাৰ টহলদাৰী বাহনত লৈ যোৱাৰ কথা ভাবিছিলো।” পৰিদৰ্শকগৰাকীয়ে কয়।

 

Police Inspector Rajeswari rescues a man lying unconscious in a cemetery in T P Chatram in Chennai. @xpresstn @NewIndianXpress @chennaipolice_ #ChennaiRains pic.twitter.com/NOYkbXsUvi

— Novinston Lobo (@NovinstonLobo) November 11, 2021

ৰাজেশ্বৰীয়ে এখন অটো-ৰিক্সা দেখিছিল আৰু মানুহজনক তেওঁৰ বন্ধুৰ সৈতে চিকিৎসালয়লৈ লৈ গৈছিল। ভিডিঅ’টোত পৰিদৰ্শকজনে কোৱা শুনা যায়, “মানুহজনক যিকোনো মূল্যত বচাওক আৰু তেওঁৰ কাষ এৰি নাযাব।”

ভিডিঅ’টো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে আৰু হাজাৰ হাজাৰ লোকে পৰিদৰ্শকগৰাকীক তেওঁৰ কামৰ বাবে প্ৰশংসা কৰে।

অৱশ্যে আজি পুৱা চিকিৎসালয়ত যুৱকজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

June 29, 2026 9:09 pm
কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

June 29, 2026 8:49 pm
পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান! মহিলা-শিশুসহ ৩৬ জনৰ মৃত্যু, প্ৰত্যাঘাতৰ সকীয়নি তালিবানৰ

পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান! মহিলা-শিশুসহ ৩৬ জনৰ মৃত্যু, প্ৰত্যাঘাতৰ সকীয়নি তালিবানৰ

June 29, 2026 8:29 pm
কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ: মাতৃ আৰু শিশুৰ সুস্বাস্থ্যৰ বাবে মুকলি কৰিলে এলানি নতুন আঁচনি

কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ: মাতৃ আৰু শিশুৰ সুস্বাস্থ্যৰ বাবে মুকলি কৰিলে এলানি নতুন আঁচনি

June 29, 2026 8:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

June 29, 2026 9:09 pm
কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

June 29, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd