• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতীয় হিন্দু যুৱতীক ধৰ্মান্তৰিত কৰি বলপূৰ্বক বিবাহ, বাংলাদেশৰ নেতাৰ পুত্ৰৰ বিৰুদ্ধে গোচৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 6, 2021 3:49 pm

1 min read

a love
192
VIEWS
Share on FacebookShare on Twitter

এগৰাকী হিন্দু যুৱতীক বলপূৰ্বক ধৰ্মান্তৰিত কৰি বিয়া কৰোৱাই এতিয়া বিপদত পৰিছে এজন নেতাৰ পুত্ৰ।

বাংলাদেশৰ ৰাজনৈতিক দল বিএনপিৰ নেতাৰ পুত্ৰ সৈতে লণ্ডনলৈ পঢ়িবলৈ গৈ চিনাকী হৈছিল ভাৰতৰ চেন্নাইৰ এগৰাকী হিন্দু যুৱতীৰ।

বাংলাদেশৰ নেতা জনৰ পুত্ৰই ভাৰতীয় হিন্দু যুৱতীগৰাকীক বিয়া পতাৰ উদ্দেশ্যে লণ্ডনতে তেওঁক অপহৰণ কৰে আৰু পিছত বলপূৰ্বক বাংলাদেশলৈ লৈ যায়।

তাতেই হিন্দু যুৱতীগৰাকীক বলপূৰ্বক ধৰ্মান্তৰিত কৰি তেওঁক বিয়া পাতে।

এই ঘটনাৰ পিছতে যুৱতীগৰাকীৰ পিতৃয়ে চেন্নাইৰ এখন থানাত বাংলাদেশৰ নেতাৰ পুত্ৰৰ বিৰুদ্ধে গোচৰ দিয়ে।

কিন্তু অভিযুক্ত বিদেশৰ হোৱা বাবে ঘটনাটোৰ তদন্তৰ ভাৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াক অৰ্পন কৰা হয়।

নিয়াৰ তদন্তকাৰী বিষয়াসকলে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু সম্প্ৰতি লণ্ডনত থকা যুৱতীগৰাকীৰ সৈতে কথা পাতিবলৈ সক্ষম হৈছে।

উল্লেখ্য দেশৰ ভিতৰত বহু যুৱতীয়ে লাভ জেহাদৰ চিকাৰ হ’বলগীয়া হোৱাত চৰকাৰে লাভ জেহাদৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিবলৈ বাধ্য হৈছে।

এতিয়া দেশৰ বাহিৰতো ভাৰতীয় যুৱতী লাভ জেহাদৰ চিকাৰ হোৱাৰ বিষয়টোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Recent News

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd