• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অৱহেলাৰ প্ৰত্যুত্তৰ! ডাবল চেঞ্চুৰীৰে ডন ব্ৰেডমেনৰ অতুলনীয় অভিলেখৰ পিনে ধাৱমান পূজাৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 8, 2024 8:12 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৰিয়াৰত তেওঁ ১০০ খনতকৈও অধিক টেষ্ট খেলিছে। তেওঁক কেইবাবাৰো ড্ৰপ কৰা হৈছিল। আকৌ ৰাষ্ট্ৰীয় দললৈ প্ৰত্যাৱৰ্তনো কৰিছিল। বিদেশৰ মাটিত ভাৰতৰ টেষ্ট জয়, পৰাজয়ৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। যোৱা বছৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত দুয়োটা ইনিংছতে ব্যৰ্থ হৈছিল। তাতেই যেন তেওঁৰ ভাগ্য অস্পষ্ট হৈ পৰিছিল।

চেতেশ্বৰ পূজাৰাই ৰঞ্জী ট্ৰফীলৈ ঘুৰি আহিয়েই দ্বিশতকেৰে নতুন ছিজনৰ আৰম্ভণি কৰিছে। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁ নিজৰ কেৰিয়াৰৰ ১৭তম দ্বিশতক অৰ্জন কৰে। ৰঞ্জী ট্ৰফীত পূজাৰাৰ এয়া অষ্টম ডাবল চেঞ্চুৰী। তেওঁ লগতে এক অভিলেখো গঢ়ি তুলিছে।

Apply Now

যোৱা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পাছত ভাৰতে ৱেষ্ট ইণ্ডিজ ভ্ৰমণ কৰিছিল। নিৰ্বাচকসকলে যুৱ খেলুৱৈসকলক সুযোগ দিয়াৰ কথা কয়। লগতে কোৱা হৈছিল যে পূজাৰাৰ বাবে ৰাষ্ট্ৰীয় দলৰ দুৱাৰ বন্ধ হোৱা নাই। কিন্তু বাস্তৱতে যেন দুৱাৰখন বন্ধ হৈ গৈছিল।

দক্ষিণ আফ্ৰিকা ভ্ৰমণতো কোনো সুযোগ নাহিল। ৰাষ্ট্ৰীয় দললৈ ঘূৰি আহিবলৈ বদ্ধপৰিকৰ হৈ পৰিছে চেতেশ্বৰ পূজাৰা। তেওঁ ৰঞ্জি ট্ৰফী বাছি লৈছিল। প্ৰথমখন খেলতেই অপৰাজিত ২৪৩ ৰানৰ অনবদ্য ইনিংছ। দিশহাৰা হৈ পৰিল ঝাৰখণ্ডৰ বলাৰসকল।

চেতেশ্বৰ পূজাৰা এতিয়া ৰঞ্জি ট্ৰফীত দ্বিশতকৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে। পাৰশ ডোগ্ৰাই ৯টা দ্বিশতক অৰ্জন কৰিছিল। ৰঞ্জি ট্ৰফীত পূজাৰাই অষ্টমটো দ্বিশতক অৰ্জন কৰে। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত পূজাৰাৰ মুঠ ১৭টা দ্বিশতক। পূজাৰা এইবাৰ হাৰ্বাৰ্ট ৰেমক্লিফ, মাৰ্ক ৰামপ্ৰকাশৰ সৈতে একেশাৰীত বহিল। তিনিওজনে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ১৭টা দ্বিশতক অৰ্জন কৰিছে। পূজাৰাই এই দুজনক অতি সোনকালে অতিক্ৰম কৰিব পাৰে।

প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত দ্বিশতকৰ তালিকাৰ শীৰ্ষত আছে কিংবদন্তি ডন ব্ৰেডমেন। তেওঁৰ ৩৭টা ডাবল চেঞ্চুৰী আছে। ইয়াৰ পিছতে আছে ৱালি হামণ্ড (৩৬টা) আৰু পেট্ ছি হেণ্ড্ৰেনে (২২টা)। এই তালিকাত চেতেশ্বৰ পূজাৰা আৰু কিমান আগবাঢ়ি যাব পাৰিব? 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

June 27, 2026 6:45 am
আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

June 27, 2026 6:45 am
আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd