• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনুৰ্বৰ ভূমি আৰু পৰিত্যক্ত খনিত ভাৰতৰ আটাইতকৈ ডাঙৰ মানৱসৃষ্ট অৰণ্য নিৰ্মাণ কৰিবলৈ লৈছে ছত্তীছগড়ে

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
September 18, 2021 12:25 pm
Forest
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰায় পুৰৰ প্ৰায় ৫৫ কিলোমিটাৰ দূৰত্বত দূৰ্গ জিলাৰ নন্দিনীৰ এক বৃহৎ এলেকাত মানৱসৃষ্ট অৰণ্য নিৰ্মাণৰ পৰিকল্পনা বাস্তৱায়িত কৰাৰ পথত আগবাঢ়িছে ছত্তীছগড়। বিশেষকৈ পৰিত্যক্ত এলেকা, আৰু অকাৰ্যক্ষম খনিৰ এলেকা সমূহ সমৰি লৈছে অৰণ্য গঢ়াৰ উদ্দেশ্যে।

চলি থকা এই ব্যতিক্ৰমী পদক্ষেপে ৩৭৭৭ একৰলৈ প্ৰাকৃতিক নিবাস অৰণ্য প্ৰসাৰিত কৰিব। এই পৰ্যন্ত ১১২০ একৰ ঠাই অৰণ্যলৈ ৰূপান্তৰ হৈছে। এই বৰ্ষত ৰাজ্যিক বন বিভাগৰ দ্বাৰা ৮৯৫ একৰ ভূমিত ৩০ টা ভিন্ন প্ৰজাতিৰ ৮৩ হেজাৰ পুলি, বনৌষধি গছৰ পুলি সহিতে ৰোপন কৰা হৈছে।

মুখ্য মন্ত্ৰী ভূপেশ বাঘেলে তেওঁৰ পৰিদৰ্শনৰ সময়ত জন ভ্যান আচঁনিৰ অধিনত প্ৰতীকী ৰূপে এজোপা বটবৃক্ষৰ পুলিও ৰোপন কৰে। প্ৰকল্পটোৰ মুঠ খৰচ ৩.৩৭ কোটি টকা ধাৰ্য কৰা হৈছে।

Apply Now

Latest News: নগাঁৱত ভয়ংকৰ দুৰ্ঘটনা,থিতাতে নিহত দুজন

পৰিবেশ সংৰক্ষণৰ এটা নতুন ধাৰণাৰ ভিত্তিত আৰু জাপানী প্ৰযুক্তি মিয়াওয়াকিৰ সৈতে কাৰ্যকৰি কৰা হৈছে, যি ঘন আৰু স্বনিৰ্ভৰশীল স্থানীয় অৰণ্য নিৰ্মাণত সহায় কৰিছে। ইয়াত প্ৰাকৃতিক আৰু ভিন্ন স্তৰৰ পুলিৰ দ্ৰুত বিকাশ হয়(প্ৰায় ১০গুণ )। নন্দিনী অৰণ্য পূৰ্ণ হ’লে দেশৰ আটাইতকৈ ডাঙৰ মানৱসৃষ্ট অৰণ্য হিচাপে পৰিগণিত হ’ব।

মুখ্য মন্ত্ৰীৰ নিৰ্দেশ মতে প্ৰকল্পটো প্ৰস্তুত কৰা হৈছে বুলি ৰাজ্যৰ মুখ্য বন সংৰক্ষণ বিষয়া(পি.চি.চি.এফ ) ৰাকেশ চতুৰ্বেদীয়ে সদৰি কৰে।

খনিসমূহৰ খননকৃত ঠাইসমূহত সাধাৰণতে ডালেমাইট চূণ শিল পোৱা গৈছিল। অৰণ্য খনৰ ভিতৰত পানী সংৰক্ষণ বাবে বৃহৎ জলধাৰা নিৰ্মাণ কৰা হৈছে। ঠাইখনৰ ‌বিশাল জলধাৰা পখীৰ সুগম আৱাস হিচাপেও ব্যৱহাৰ কৰা হৈছে। ইউৰোচাইবেৰিয়ান অঞ্চলৰ পৰিভ্ৰমী চৰাই ইয়াত দেখিবলৈ পোৱা গৈছে । এই প্ৰকল্প অহা কেইটামান বছৰৰ ভিতৰতে ব্যাপক ৰূপ লাভ কৰিব বুলি পি.চি.চি.এফ বিষয়া জনে জানিবলৈ দিয়ে।

ছত্তীছগড়ত পৰিত্যক্ত খনিত কোনো অভাৱ নাই সেয়ে খনিসমূহ অলপ পুনৰ নিৰ্মাণৰ জৰিয়তে কাৰ্যক্ষম কৰি তোলা হৈছে। নন্দিনী অৰণ্যৰ ভৱিষ্যত পৰিকল্পনা এনে ধৰণৰ- মুকলি ঠাই, ইকো-এথনিক পৰ্য্যতনকেন্দ্ৰ হিচাপে গঢ়ি তোলা, য’ত জল ক্ৰীড়াৰ সংবৰ্ধন, থাকিবৰ বাবে অতিথি শালাৰ ব্যৱস্থা কৰা হ’ব। উল্লেখযোগ্য যে ৰাজ্য খনৰ ৪৪% ভূখণ্ড অৰণ্য খনে আগুৰি থাকিব।

নৰ্থ ইষ্ট নাও

নৰ্থ ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd