• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্বামী পলমকৈ ঘৰলৈ ঘূৰি অহাক লৈ সন্দেহ কৰাটো নিষ্ঠুৰতা নহয়; পৰ্যবেক্ষণ আদালতৰ

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
October 29, 2023 1:41 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায়ে স্বামী গভীৰ নিশা দেৰি কৰি ঘৰত প্ৰৱেশ কৰে। স্বামীৰ এই কাৰ্য্যই পত্নীৰ মনত সন্দেহৰ সৃষ্টি কৰিব পাৰে। সন্দেহ কৰিব পাৰে যে স্বামী বিবাহ বহিৰ্ভূত সম্পৰ্কত জড়িত হৈছে। পত্নীৰ এই মনোভাৱক কেতিয়াও নিষ্ঠুৰতা বুলি ক’ব নোৱাৰি। ছত্তীশগড় উচ্চ ন্যায়ালয়ে ৰেইনপ্ৰীত কৌৰ আৰু কুলবীৰ ছাব্ৰাৰ গোচৰত এনে মন্তব্য কৰি সংসাৰ ভাঙি যোৱাটো ৰোধ কৰিবলৈ চেষ্টা কৰে।

ন্যায়াধীশ গৌতম ভাদুৰী আৰু দীপক্কুমাৰ তিৱাৰীয়ে পৰ্যবেক্ষণ যে, এনেধৰণৰ পৰিস্থিতিত পত্নীৰ সন্দেহ মানুহৰ স্বাভাৱিক আচৰণৰ ভিতৰত পৰে।

লগতে পঢ়কঃ ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিল কোচি; ১ জন নিহত, আহত কমেও ৩০ জন

Apply Now

অভিযোগ মতে, প্ৰায়ে গভীৰ নিশা স্বামী ঘৰলৈ উভতি আহে। বহু সময়ত ঘূৰিয়ে নাহে। এনেকুৱাই আছিল পত্নীৰ অভিযোগ। ইয়াৰ উত্তৰত স্বামীয়ে আদালতত কয় যে তেওঁ ৰাজনৈতিক কামত জড়িত হোৱাৰ বাবে ঘৰলৈ উভতি অহাত পলম হয়। তেওঁৰ পত্নীয়ে তেওঁক বিশ্বাস নকৰে, তেওঁৰ চৰিত্ৰক লৈ প্ৰশ্ন উত্থাপন কৰে আৰু তেওঁক আক্ৰমণ কৰে।

ইয়াৰ পূৰ্বে কাজিয়াৰ বাবে পাৰিবাৰিক আদালতত বিবাহ বিচ্ছেদৰ বাবে আৱেদন কৰিছিল। সেয়া মঞ্জুৰ কৰাও হৈছে। কিন্তু এই ৰায়ক প্ৰত্যাহ্বান জনাই পত্নীয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। তাৰেই শুনানিৰ সময়ত ছত্তীশগড় উচ্চ ন্যায়ালয়ে এই বক্তব্য আগবঢ়ায়।

এই প্ৰসংগত বিচাৰপীঠে কয় যে অভিযোগৰ ভিত্তিত স্বামী সম্পূৰ্ণ ভুল বুলি ক’ব নোৱাৰি। তেওঁ ঘৰলৈ পলমকৈ উভতি অহাৰ কাৰণ পত্নীক নজনোৱাটো অস্বাভাৱিক আচৰণৰ ভিতৰত পৰে।

লগতে পঢ়কঃইজৰাইল-হামাছৰ সংঘাতত নিহত ২৯ জন সাংবাদিক; নিৰাপত্তাৰ নিশ্চয়তা নিদিয়ে ইজৰাইলে

ইপিনে, স্বামীয়ে সন্দেহ প্ৰকাশ কৰে যে তেওঁৰ পত্নীয়ে প্ৰায়ে তেওঁৰ ভাতৃৰ বন্ধুসকলৰ সৈতে মোবাইল ফোনত কথা পাতে। এনে ক্ষেত্ৰত দোষ নিদিয়াকৈ স্বামী-স্ত্ৰীৰ মাজত পাৰস্পৰিক আস্থা থকাটো গুৰুত্বপূৰ্ণ বুলি মত প্ৰকাশ কৰে আদালতে।

এন ই নিউজ, গুৱাহাটী

এন ই নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd