• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্তব্ধ ধিং এক্সপ্ৰেছ! আঘাতৰ বাবে এইবাৰ এছিয়ান গেমছত খেলিব নোৱাৰিব যোৱাবাৰৰ স্বৰ্ণজয়ী হিমাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 15, 2023 5:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ এছিয়ান গেমছত অংশ ল’ব নোৱাৰিব হিমা দাসে। অসমৰ এইগৰাকী খেলুৱৈয়ে এতিয়াও আঘাতৰ পৰা সুস্থ হোৱা নাই বুলি জানিবলৈ দিছে তেওঁৰ প্ৰশিক্ষকে। ফলত এছিয়ান গেমছৰ ট্ৰাইলত অংশ ল’ব নোৱাৰিব যোৱাবাৰৰ ৰিলেৰ  স্বৰ্ণ পদক বিজয়ী খেলুৱৈগৰাকীয়ে। সেইবাবেই প্ৰশিক্ষকে কয় যে হিমাই এছিয়ান গেমছত খেলাৰ কোনো সম্ভাৱনা নাই।

ভাৰতীয় এথলেটিকছ দলৰ প্ৰশিক্ষক ৰাধাকৃষ্ণন নায়াৰে কয় যে এপ্ৰিল মাহত হিমাৰ হেমষ্ট্ৰিং আঘাত পাইছিল। সেই আঘাতৰ পৰা তেওঁ এতিয়াও সুস্থ হোৱা নাই। হেমষ্ট্ৰিঙৰ আঘাতৰ উপৰিও হিমাৰ পিঠিত আঘাত আছে। ৰাধাকৃষ্ণনে কয় যে এই দুটা আঘাতৰ বাবে তেওঁ দীৰ্ঘদিন ট্ৰেকৰ বাহিৰত থাকিব লাগিব।

লগতে পঢ়ক: ব্ৰিজভূষণৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ ৫০০ পৃষ্ঠাৰ অভিযোগনামা; বাতিল POCSO আইনৰ অভিযোগ!

Apply Now

চীনৰ হাংঝাউত ২৩ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈ অনুষ্ঠিত হ’ব এছিয়ান গেমছ। তাত ভাৰতক কোনে প্ৰতিনিধিত্ব কৰিব সেয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্তঃৰাজ্যিক প্ৰতিযোগিতাৰ জৰিয়তে নিৰ্ণয় কৰা হ’ব। ১৫ জুনৰ পৰা ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত আৰম্ভ হ’ব এই প্ৰতিযোগিতা। তাত হিমাই অংশগ্ৰহণ কৰিব নোৱাৰে।

প্ৰশিক্ষক ৰাধাকৃষ্ণনে কয় যে, ১৫ এপ্ৰিলত হিমাৰ হেমষ্ট্ৰিং আঘাত হৈছিল। ইতিমধ্যে তেওঁৰ পিঠিত আঘাত আছিলেই। এতিয়াও চিকিৎসা চলি আছে। ইণ্ডিয়ান এথলেটিকছ এছ’চিয়েশ্যনৰ নিয়ম অনুসৰি এছিয়ান গেমছত তেওঁ অংশগ্ৰহণ কৰিব নোৱাৰিব। এইটো দুৰ্ভাগ্যজনক।”

লগতে পঢ়ক: সংসদৰ ভিতৰতেই যৌন নিৰ্যাতন! চাঞ্চল্যকৰ অভিযোগ অষ্ট্ৰেলিয়াৰ মহিলা চিনেটৰৰ

হিমাই যোৱা মাহত ৰাঁচীত অনুষ্ঠিত ফেডাৰেচন কাপতো অংশ ল’ব পৰা নাছিল। আশা কৰা হৈছিল যে হিমাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্তঃৰাজ্যিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। কিন্তু তাতো নোৱাৰে।

ইণ্ডিয়ান এথলেটিকছ এছ’চিয়েশ্যনে পূৰ্বে স্পষ্ট কৰি দিছিল যে বিশেষ শাখাৰ বাহিৰে বাকী সকলোৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব লাগিব। তাৰ পৰা প্ৰতিযোগীক এছিয়ান গেমছলৈ প্ৰেৰণ কৰা হ’ব। টকিঅ’ অলিম্পিকৰ জেভেলিন স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা আৰু ৩০০০ মিটাৰ ষ্টীপলচেজ ৰূপৰ পদক বিজয়ী অবিনাশ ছেবলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নালাগে বুলি সংস্থাটোৱে সদৰী কৰিছে।

লগতে পঢ়ক: বিজেপিত মোক্ষম আঘাত! ৪০০ গাড়ীৰ কনভয় লৈ ছাইৰেন বজাই কংগ্ৰেছলৈ উভতিল বৈজনাথ

উল্লেখ্য যে ২৩ বছৰীয়া হিমাই ২০১৮ চনত সকলোৰে চকু কপালত তুলিছিল। সেইবাৰ ২০ বছৰ অনুৰ্ধ বিশ্ব চেম্পিয়নশ্বিপত তেওঁ সোণৰ পদক লাভ কৰে। সেই বছৰেই জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছত হিমাই তিনিটা পদক লাভ কৰিছিল। ৪০০ মিটাৰত হিমাই ৰূপৰ পদক, মহিলাৰ ৰিলেত স্বৰ্ণ আৰু মিক্সড ৰিলেত ৰূপৰ পদক লাভ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd