• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিত মোক্ষম আঘাত! ৪০০ গাড়ীৰ কনভয় লৈ ছাইৰেন বজাই কংগ্ৰেছলৈ উভতিল বৈজনাথ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 15, 2023 2:54 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰদেশত ভোটদানৰ পূৰ্বে কংগ্ৰেছে পুনৰ বিজেপিত আঘাত হানিছে। এইবাৰ চিধাচিধি সিন্ধে শিৱিৰত মোক্ষম আঘাত। ২০২১ চনত জ্যোতিৰাদত্য সিন্ধেৰ সৈতে বিজেপিত যোগদান কৰা শিবপুৰীৰ নেতা বৈজনাথ সিঙে কংগ্ৰেছলৈ উভতি আহিছে। ‘ঘৰলৈ ওভোতা’ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বৈজনাথে ৪০০ বাহনৰ কনভয় লৈ ছাইৰেন বজাই আহিছিল।

শিৱপুৰীৰ পৰা ভূপাললৈকে বৈজনাথ সিঙে ৩০০ কিলোমিটাৰ পথ উজাই আহি  কংগ্ৰেছত যোগদান কৰে। ২০২১ চনত জ্যোতিৰাদত্যই কংগ্ৰেছ এৰি থৈ বিজেপিলৈ যায়। বৈজনাথও তেওঁৰ লগত দল সলনি কৰে। তাৰ পিছতে ৰাজ্যখনত কমলনাথ চৰকাৰৰ পতন ঘটে। বিজেপিৰ শিৱৰাজ সিং চৌহান পুনৰ ক্ষমতালৈ আহে। সিন্ধেক কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়। কিন্তু হাত খালী হৈ পৰিছিল বৈজনাথৰ।

লগতে পঢ়ক: আমেৰিকাত গৈ ট্ৰাকত উঠিল ৰাহুল গান্ধী, আমেৰিকাৰ ট্ৰাক চালকৰ উপাৰ্জন শুনি চকু কপালত উঠিল ৰাহুলৰ

Apply Now

সূত্ৰসমূহৰ মতে, এই বছৰ আগন্তুক বিধানসভা নিৰ্বাচনত তেওঁ বিজেপিৰ প্ৰাৰ্থী হ’বলৈ তৎপৰ হৈ পৰিছিল। কিন্তু তেওঁ লাভৱান হ’ব নোৱাৰিলে। বিজেপিৰ টিকট নাপাব বুলি নিশ্চিত হৈয়ে বৈজনাথে পুনৰ কংগ্ৰেছলৈ উভতি যাবলৈ উদ্যোগ আৰম্ভ কৰে। কংগ্ৰেছৰ নেতৃত্বৰ সৈতে কথা পাতে।

বৃহস্পতিবাৰে পুৱা বৈজনাথে ৪০০ খন গাড়ীৰ কনভয় লৈ ভূপালৰ কংগ্ৰেছৰ কাৰ্যালয়লৈ আহে। তেওঁক কংগ্ৰেছৰ পতাকাখন হাতত তুলি দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি কমল নাথে। কংগ্ৰেছৰ আন এজন জ্যেষ্ঠ নেতা দিগ্বীজয় সিং তেওঁৰ কাষত থিয় হৈ আছিল।

লগতে পঢ়ক: ২০২৩ বৰ্ষত দেশত ভয়ংকৰ হাৰত হ্ৰাস পাব কোটিপতিৰ সংখ্যা, কিন্তু কিয়?

ৰাজ্যিক কংগ্ৰেছে দাবী কৰিছে যে কেৱল বৈজনাথেই নহয়, তেওঁৰ শতাধিক ‘বন্ধু’ৱেও কংগ্ৰেছত যোগদান কৰি আৰু বিজেপিৰ জংঘলৰাজ শেষ কৰাৰ পণ লৈছে। কংগ্ৰেছৰ সূত্ৰই জানিব দিয়া মতে, জিলাখনৰ পোন্ধৰজনতকৈও অধিক নেতাই বৈজনাথৰ সৈতে দলটোত যোগদান কৰিছে।

ইপিনে, ৪০০ গাড়ীৰ কনভয় দেখি ভূপালৰ নাগৰিকৰ চকু কপালত উঠিল। কনভয় ৰাষ্ট্ৰীয় পথেৰে পাৰ হৈ যোৱাৰ সময়ত বহু লোকে ম’বাইলত এই দৃশ্য বন্দী কৰে। ইয়াক লৈ বিতৰ্কও আৰম্ভ হৈছে।

मध्यप्रदेश के शिवपुरी जिले के सिंधिया समर्थक नेता बैजनाथ सिंह अपना हजारों समर्थक का काफिला लेकर कांग्रेस पार्टी में शामिल होने के लिऐ जाते हुए। pic.twitter.com/p1TOOabyTk

— Ritu Choudhary (@RituChoudhryINC) June 14, 2023

বিজেপিৰ প্ৰশ্ন হ’ল, ছাইৰেন বজাই কনভয় দৌৰওৱাটো কিমান বৈধ? বৈজনাথ বা তেওঁৰ সংগীসকলে কেনেকৈ ছাইৰেন বজোৱাৰ অনুমতি পালে? বিজেপিয়ে ইয়াক কংগ্ৰেছৰ স্বৈৰাচাৰী মানসিকতাৰ চূড়ান্ত প্ৰকাশ বুলি অভিহিত কৰিছে। কংগ্ৰেছে প্ৰত্যুত্তৰত বিজেপিয়ে ভৰিৰ তলৰ মাটি হেৰুওৱাৰ ভয়ত আইনৰ দোহাই দিব লগা হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

August 11, 2026 8:33 pm
উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

August 11, 2026 7:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd