DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গান্ধী মণ্ডপক এক জ্ঞানৱৰ্দ্ধক অভিজ্ঞতালৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত যাৱতীয় পদক্ষেপ ল’বলৈ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 21, 2019 7:10 am
Sonowal

সৰ্বানন্দ সোণোৱাল। উৎস-ইণ্টাৰনেট

1.3k
VIEWS
Share on FacebookShare on Twitter

স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত গান্ধী মণ্ডপত ৰূপায়িত সৌন্দৰ্য্য ৱৰ্দ্ধন কাৰ্য্যসূচী শুকুৰবাৰে পৰ্য্যবেক্ষণ কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

শুকুৰবাৰে সন্ধিয়া গান্ধী মণ্ডপত উপস্থিত হৈ মুখ্য মন্ত্ৰী সোণোৱালে সমগ্ৰ এলেকাটো পৰিভ্ৰমণ কৰি সৌন্দৰ্য্যৱৰ্দ্ধন কাৰ্য্যসূচীৰ চাক্ষুক অভিজ্ঞতা লোৱাৰ লগতে এলেকাটো অধিক আকৰ্ষণীয় আৰু জ্ঞানৱৰ্দ্ধক কৰি তোলাৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন পদক্ষেপ সম্পৰ্কে গুৱাহাটী উন্নয়ন বিভাগ আৰু জিলা প্ৰশাসনৰ বিষয়াসকলৰ লগত আলোচনা কৰে।

আলোচনাকালত সোণোৱালে বাপুজীৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আধাৰিত এখন ফটো প্ৰদৰ্শনীৰ ব্যৱস্থা লোৱাৰ উপৰি শব্দ আৰু সংগীতৰ মাধ্যমেৰে মহাত্মা গৰাকীৰ জীৱন জীৱন্ত কৰি তুলিব পৰা পদক্ষেপ সম্পৰ্কে বিষয়াসকলক অধ্যয়ণ কৰি যাৱতীয় পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে।

গান্ধী মণ্ডপলৈ অহা লোকসকলৰ বাবে ভ্ৰমণটো যাতে জ্ঞানৱৰ্দ্ধক অভিজ্ঞতাত পৰিৱৰ্তিত হয় সেয়া নিশ্চিত কৰিবলৈ যথোচিত পদক্ষেপ ল’বৰ বাবে মুখ্য মন্ত্ৰী সোণোৱালে বিষয়াসকলক কয়।

গান্ধীজীয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা পৰিষ্কাৰ-পৰিচ্ছন্নতাকে ঈশ্বৰ পৰায়ণতা বুলি মন্তব্য কৰিছিল।

সেই কথা উল্লেখ কৰি মুখ্য মন্ত্ৰী সোণোৱালে গান্ধী মণ্ডপস্থলীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে তথা সমগ্ৰ এলেকাটো পোহৰাই ৰাখিবলৈ যাৱতীয় পদক্ষেপ ল’বৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়ে।

তদুপৰি, নিয়মীয়াকৈ গছ সমূহ কলম কৰা তথা গছ সমূহত অসমীয়া আৰু বৈজ্ঞানিক নাম ফলক আঁৰি দিয়া তথা ঔষধি গছ ৰোপণৰ বাবে পদক্ষেপ ল’বলৈও তেখেতে কয়।

আলোচনা কালত মুখ্য মন্ত্ৰী সোণোৱালে মণ্ডপস্থলীত অবিৰত বিদ্যুত যোগান, শৌচাগাৰ আৰু প্ৰশ্ৰাৱগাৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা তথা পৰ্যাপ্ত পানীযোগান নিশ্চিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে।

Recent News

গুৱাহাটী মহানগৰীত ৬৫ বছৰীয়া বৃদ্ধই যৌন নিৰ্যাতন চলালে ১২ বছৰীয়া কিশোৰীক

গুৱাহাটী মহানগৰীত ৬৫ বছৰীয়া বৃদ্ধই যৌন নিৰ্যাতন চলালে ১২ বছৰীয়া কিশোৰীক

অসমক ভালপোৱাৰ নামত নৰেন্দ্ৰ মোদীয়ে ঘঁৰিয়ালৰ চকুপানী টুকিছে- ৰিপুন বৰা

অসমক ভালপোৱাৰ নামত নৰেন্দ্ৰ মোদীয়ে ঘঁৰিয়ালৰ চকুপানী টুকিছে- ৰিপুন বৰা

ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২

ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২

Flood in Assam

ধাৰ লৈ বান ক্ষতিগ্রস্তক ক্ষতিপূৰণ দিবলৈ বিচৰা বিজেপিয়ে এতিয়া মিছাৰ আশ্রয় লৈছে: আঞ্চলিক গণ মৰ্চা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd