DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শ্ৰীশ্ৰীঠাকুৰ অনুকূল চন্দ্ৰক দাৰ্শনিক আৰু গাইড হিচাপে গ্ৰহণ কৰাৰ মানসিকতা আমি আহৰণ কৰিব লাগিব : মুখ্য মন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
September 16, 2019 9:56 pm
Chief minister Sarbananda Sonowal

সৰ্বানন্দ সোণোৱাল

559
VIEWS
Share on FacebookShare on Twitter

‘‘শ্ৰীশ্ৰীঠাকুৰ অনুকূল চন্দ্ৰক অকল গুৰু হিচাপেই গণ্য কৰিলে নহ’ব।এইগৰাকী গুৰুক দাৰ্শনিক আৰু গাইড হিচাপে গ্ৰহণ কৰাৰ মানসিকতা আমি আহৰণ কৰিব লাগিব। শ্ৰীশ্ৰীঠাকুৰ অনুকূল চন্দ্ৰই বিশ্ব মানৱ সমাজত শান্তি প্ৰতিষ্ঠাৰ বাবে মহান বাণী প্ৰদান কৰি গৈছে আৰু এই বাণীৰে আমি জীৱনৰ বাটত আগবাঢ়িলে মানৱীয় গুণৰাশি বিকশাই তুলিবলৈ সক্ষম হ’ম’’-তিনিচুকীয়াত শ্ৰীশ্ৰীঠাকুৰ অনুকূল চন্দ্ৰৰ ১৩২ তম আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়।

সোণোৱালে কয় যে শ্ৰীশ্ৰীঠাকুৰ অনুকূল চন্দ্ৰৰ বাণী বাস্তৱ জীৱনত প্ৰয়োগ কৰি শান্তি-সম্প্ৰীতি,ভাতৃত্ববোধ আৰু বন্ধুত্বৰ বান্ধোন আটুট ৰাখি এখন মহান আদৰ্শ সমাজ গঢ় দিব লাগিব। এইগৰাকী গুৰুৱে ভক্তগণক যি আদৰ্শৰে জীৱনৰ বাটত অগ্ৰসৰ হ’বলৈ পৰামৰ্শ দি গৈছে তাক মানি চলি ব্যক্তি আৰু সামাজিক জীৱন মধুৰ কৰি তুলিব লাগিব।

মুখ্য মন্ত্ৰীয়ে লগতে কয় যে জীৱনত গুৰুৰ বাণী মানি চলিলে আত্মবিশ্বাস বৃদ্ধি পায়। সেইবাবে এইগৰাকী গুৰুৰ বাণী মানি চলিবলৈ প্ৰতিজ্ঞাৱদ্ধ হৈ ভাল কাম কৰি বিশ্বৰ মানুহক আমাৰ শক্তিৰ উমান দিব লাগিব।

মুখ্য মন্ত্ৰীয়ে গুৰুবাণীৰে ভাল মানুহ আৰু ভাল কাম কৰিব পাৰিলেহে সমাজ এখন সাৱলীল গতিৰে আগুৱাই যাব পাৰে বুলি উল্লেখ কৰি নিজৰ জীৱনতো শ্ৰীশ্ৰীঠাকুৰ অনুকূল চন্দ্ৰৰ প্ৰভাৱ আছে বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

আজিৰ সভাত কেন্দ্ৰীয় খাদ্য সংসাধন দপ্তৰৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক ক্ৰমে সঞ্জয় কিষাণ, বলিন চেতীয়া, ভাস্কৰ শৰ্মা, সুৰেণ ফুকন, তিনিচুকীয়া সৎসংগ বিহাৰৰ মুৰব্বী ঋত্বিত ডাঃ হৰমোহন দে প্ৰমুখ্যে ভক্তপ্ৰাণ ৰাইজ উপস্থিত আছিল।

Recent News

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

Mysterious suicide case: বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা; দোষীক ফাঁচিৰ দাবী তুলি ঘেৰাও থানা

Mysterious suicide case: বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা; দোষীক ফাঁচিৰ দাবী তুলি ঘেৰাও থানা

Modi plans to create 50 states! বিজেপি মন্ত্ৰীৰ দাবী; ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে

Modi plans to create 50 states! বিজেপি মন্ত্ৰীৰ দাবী; ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd