DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিটিএডি অঞ্চল এতিয়া শান্তিৰ জৰিয়তে দ্ৰুত প্ৰগতিৰ দিশত : দৈজিং উৎসৱত মুখ্য মন্ত্ৰী সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
January 5, 2020 5:39 pm
WhatsApp Image 2020-01-05 at 2.51.15 AM

দৈজিং উৎসৱত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

623
VIEWS
Share on FacebookShare on Twitter

‘পৃথিৱীৰ সকলো সভ্যতা নদীৰ পাৰতে গঢ় লৈ উঠা। সেয়ে আই নদীৰ পাৰত অনুষ্ঠিত দৈজিং উৎসৱ মহা মিলনৰ উৎসৱ হিচাপে পৰিগণিত হৈছে। আগন্তুক দিনত এই উৎসৱ বিশ্ব পৰ্যটনৰ উৎসৱ হিচাপে গঢ়ি তুলিবলৈ মিলিত প্ৰচেষ্টা ল’ব লাগিব’। এই মন্তব্য অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

চিৰাং জিলাৰ আই নদীৰ পাৰৰ হাগ্ৰামা দলঙৰ কাষত অনুষ্ঠিত চতুৰ্থ দৈজিং উৎসৱত অংশ লোৱা মুখ্য মন্ত্ৰী সোণোৱালে বি টি এ ডি অঞ্চল এতিয়া শান্তিৰ জৰিয়তে দ্ৰুত প্ৰগতিৰ দিশত আগুৱাই যোৱা বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে।

মুখ্য মন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰ নদীৰ এখন শক্তিশালী উপনৈ আই নদীৰ পাৰত অনুষ্ঠিত হোৱা এই উৎসৱে ভৱিষ্যতে আৰু অধিক দেশী-বিদেশী পৰ্যটকক আকৰ্ষিত কৰিব পাৰিব বুলিও কয়।

ইয়াৰ উপৰি নদী সমূহে বহন কৰা জল সম্পদৰ সম্ভাৱনীয়তাক যদি উপযুক্তভাৱে কামত খটুওৱা হয় তেন্তে অসম বিশ্বৰ বুকুতে এখন শক্তিশালী ৰাজ্য হিচাপে পৰিগণিত হ’ব বুলিও উল্লেখ কৰে।

ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰীয়ে বিটিচি অঞ্চলত শান্তি-সম্প্ৰীতি বাতাবৰণ অব্যাহত ৰাখি দৈজিং উৎসৱ সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীকে ধৰি এই উৎসৱৰ লগত জড়িত সকলোকে ধন্যবাদ জনায়।

আজিৰ এই অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰা বিটিচি উপ-প্ৰধান খাম্পা বৰগয়াৰীৰ উপৰি পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা হাউছফেডৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ লগতে কেইবাজনো বিধায়ক তথা শীৰ্ষ বিষয়া উপস্থিত থাকে।

Recent News

KLO কে এল অ’ত যোগদান কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা ছয় যুৱকক অনা হ’ল কোকৰাঝাৰলৈ

KLO কে এল অ’ত যোগদান কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা ছয় যুৱকক অনা হ’ল কোকৰাঝাৰলৈ

Hair Loss: চুলি সৰা বা চুলিৰ সমস্যাত ভূগিছে নেকি? তেনেহ’লে চাওক কেনেকৈ নিজৰ চুলি যতনাই ৰাখিব পাৰি

Hair Loss: চুলি সৰা বা চুলিৰ সমস্যাত ভূগিছে নেকি? তেনেহ’লে চাওক কেনেকৈ নিজৰ চুলি যতনাই ৰাখিব পাৰি

Russia-Ukraine war: ইউক্ৰেইনত আন এক ভয়ংকৰ মিছাইল আক্ৰমণ ৰাছিয়াৰ; দেশখনৰ ওডেছাত নিহত কমেও ১৯জন

Russia-Ukraine war: ইউক্ৰেইনত আন এক ভয়ংকৰ মিছাইল আক্ৰমণ ৰাছিয়াৰ; দেশখনৰ ওডেছাত নিহত কমেও ১৯জন

Actor Kishore Das passed away: সকলোকে কন্দুৱাই অকালতে গুচি গ’ল জনপ্ৰিয় অভিনেতা কিশোৰ দাস

Actor Kishore Das passed away: সকলোকে কন্দুৱাই অকালতে গুচি গ’ল জনপ্ৰিয় অভিনেতা কিশোৰ দাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd