• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জামাদাৰ বৃত্তি নিৰ্মূলৰ বাবে অসম চৰকাৰৰ পদক্ষেপ; মল-মূত্ৰ নিষ্কাষণৰ বাবে যন্ত্ৰ ক্ৰয়ৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 18, 2019 9:39 pm
Assam CM Sonowal greets people on Eid-Ul-Fitr

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগক ৰাজ্যখনত থকা জামাদাৰ সকলৰ চিনাক্তকৰণৰ দিশত নিৰ্দিষ্ট সময় সীমা ধাৰ্যকৰণেৰে এক জৰীপ কাৰ্য্য চলোৱাৰ বাবে নিৰ্দেশ দিয়ে। মুখ্য মন্ত্ৰীয়ে লগতে জামাদাৰ সকল যাতে নতুন কৰ্ম ক্ষেত্ৰত নিয়োজিত হোৱাৰ পথ মুকলি হয় তাৰ বাবে তেওঁলোকৰ দক্ষতা উন্নয়নৰ এক ব্যাপক কাৰ্য্যসূচীৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবেও বিভাগক নিৰ্দেশ দিয়ে।

আজি জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ৰ সভাকক্ষত জামাদাৰ আইন-২০১৩ ৰূপায়ণৰ ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটিৰ বৈঠকত অধ্যক্ষতা কৰি মুখ্য মন্ত্ৰীয়ে ৰাজ্যখনত জামাদাৰ বৃত্তি নিৰ্মূলৰ দিশত গুৰুত্ব সহকাৰে পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰটো গুৰুত্ব আৰোপ কৰে।

Apply Now

মুখ্য মন্ত্ৰী সোণোৱালে মল-মূত্ৰ নিষ্কাষণ ব্যৱস্থাপনাৰ দিশত আধুনিক আৰু কাৰ্যক্ষম পদ্ধতি প্ৰাৰম্ভণৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগক সমগ্ৰ ৰাজ্য জুৰি জামাদাৰ চিনাক্তকৰণৰ বাবে নগৰ উন্নয়ন বিভাগৰ সৈতে এক জৰীপ কাৰ্য্য চলোৱাৰ বাবেও নিৰ্দেশ দিয়ে। মুখ্য মন্ত্ৰীয়ে জামাদাৰ সকলৰ পঞ্জীয়নৰ ব্যৱস্থা কৰিবলৈও বিভাগক নিৰ্দেশ দিয়ে যাতে চৰকাৰী কল্যাণকামী আঁচনি সমূহৰ দ্বাৰা তেওঁলোক লাভান্বিত হোৱাৰ লগতে তেওঁলোকৰ সামাজিক সৱলীকৰণ সম্ভৱ হৈ উঠে। উল্লেখযোগ্য যে, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগে ইতিমধ্যে গোলাঘাট, লখিমপুৰ, যোৰহাট জিলাত জৰীপ কাৰ্য্য চলাই ৫৪২ গৰাকী জামাদাৰ চিনাক্ত কৰিছে।

জামাদাৰ বৃত্তিত বৰ্তমানে নিয়োজিত হৈ থকা ব্যক্তিসকলৰ মৰ্যাদাপূৰ্ণ জীৱন নিৰ্বাহৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্য মন্ত্ৰীয়ে বিভাগক মল-মূত্ৰ নিষ্কা,ণৰ দিশত যান্ত্ৰিক পদ্ধতি প্ৰাৰম্ভণৰ পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে পৌৰনিগমৰ অধীনৰ নগৰ তথা অন্যান্য নগৰ-চহৰ সমূহৰ মল-মূত্ৰ নিষ্কাষণৰ দিশত সহায়ক হোৱাকৈ শৌচালয়ৰ পৰা মল সংগ্ৰহ কৰিব পৰা যন্ত্ৰ ক্ৰয় কৰাৰ বাবেও নিৰ্দেশ দিয়ে। মুখ্য মন্ত্ৰীয়ে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান সমূহেও যাতে এই দিশত জড়িত হ’ব পাৰে তাৰ বাবে এই যন্ত্ৰ ক্ৰয়ৰ দিশত ৰাজ সাহায্য ব্যৱস্থা এটা যুগুতাবৈও বিভাগক নিৰ্দেশ দিয়ে। মুখ্য মন্ত্ৰীয়ে জামাদাৰ সকলৰ পুনৰ সংস্থাপনৰ বাবে এক বিস্তৃত আঁচনি প্ৰস্তুতৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে চৰকাৰৰ দক্ষতা উন্নয়ন কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকৰ সৱলীকৰণৰ পদক্ষেপ লোৱাৰ ওপৰটো গুৰুত্ব আৰোপ কৰে।

মুখ্য মন্ত্ৰীয়ে জামাদাৰ সম্বন্ধীয় বিষয় সমূহ অগ্ৰাধিকাৰৰ ভিত্তিত নিৰাময়ৰ দিশত সহায়ক হোৱাকৈ ৰাষ্ট্ৰীয় চাফাই কৰ্মচাৰী আয়োগৰ লেখীয়াকৈ ৰাজ্যিক পৰ্যায়ৰ চাফাই কৰ্মচাৰী আয়োগ এখন গঠনৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ বিভাগক নিৰ্দেশ দিয়ে। স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্য মন্ত্ৰীয়ে এই দিশত নিয়মীয়া ভাৱে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে নগৰীয়া স্থানীয় নিকায় সমূহক তেওঁলোকৰ নগৰ-চহৰ সমূহত এই দিশত উপযুক্ত সজাগতা সৃষ্টিৰ ব্যৱস্থা ল’বলৈও নিৰ্দেশ দিয়ে।

বৈঠকত ভৈয়ামৰ জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ম, বিধায়ক গুৰুজ্যোতি দাস, অতিৰিক্ত মুখ্য সচিব ৰাজীৱ বৰা, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ আয়ুক্ত সচিব ড০ এম অংগমুথু, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱেশ্বৰ মালাকাৰৰ লগতে বিভিন্ন চৰকাৰী বিভাগৰ জেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd