• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘অভিনন্দন’ আঁচনিৰ হিতাধিকাৰী শিক্ষাৰ্থীলৈ অনুমোদন পত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 7, 2020 9:35 pm
DSC_8074(1)
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ দ্বাৰা আমিনগাঁৱৰ নুমলী জলাহ পেৰেড গ্ৰাউণ্ডত আয়োজিত এক অনুষ্ঠানত ‘অভিনন্দন’ আঁচনিৰ অধীনত শিক্ষা খণ্ডৰ ৰাজসাহায্যৰ বাবে মঞ্জুৰ কৰা হিতাধিকাৰীসকললৈ আনুষ্ঠানিকভাৱে অনুমোদনপত্ৰ প্রদান কৰে।

উল্লেখ্য যে এই আঁচনিৰ অধীনত শৈক্ষিক খ।ণ গ্ৰহণ কৰা শিক্ষাৰ্থীসকললৈ ৫০ হাজাৰ টকাপৰ্যন্ত এককালীন ৰাজসাহায্য প্রদানৰ ব্যৱস্থা লোৱা হৈছে।

Apply Now

আঁচনিখনৰ অধীনত ২০১৯ বৰ্ষৰ ডিচেম্বৰ পৰ্যন্ত ১৫৪৫ গৰাকী শিক্ষাৰ্থীয়ে এই ৰাজসাহায্য লাভ কৰাৰ উপৰি আজি ৪৫০৭ গৰাকী শিক্ষাৰ্থীলৈ এই ৰাজসাহায্যৰ পুঁজি তেওঁলোকৰ খণ একাউণ্টলৈ প্রত্যক্ষভাৱে হস্তান্তৰ কৰা হয়।

এই আঁচনিখনৰ অধীনত এতিয়ালৈকে সৰ্বমুঠ ৬০৫২ গৰাকী শৈক্ষিক ক্ষণ লাভ কৰা শিক্ষাৰ্থী উপকৃত হৈছে। আজি এই প্রক্ৰিয়াৰ জৰিয়তে সৰ্বমুঠ ২২ কোটি টকা শিক্ষাৰ্থীসকলৰ ণ একাউণ্টলৈ হস্তান্তৰিত হ’ব।

অনুষ্ঠানত বক্তব্য প্রদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে অভিনন্দন তথা অন্যান্য বহুসংখ্যক আঁচনিৰ জৰিয়তে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে ছাত্ৰ-ছাত্ৰীসকললৈ আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে। সেয়েহে ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰে প্রদান কৰা এই সা-সুবিধাৰ সদব্যৱহাৰ কৰি নিজকে দক্ষ, যোগ্য মানৱ সম্পদ হিচাপে ৰাষ্ট্ৰৰ লগতে বিশ্বৰ বুকুত উজলি উঠিব লাগিব।

২০১৬ চনত বৰ্তমানৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে শাসনভাৰ লোৱাৰে পৰা শিক্ষা তথা বিত্ত বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বহুসংখ্যক ফলপ্ৰসূ আঁচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি বৰ্তমানলৈকে বিভিন্ন আঁচনিৰ অধীনত ৰাজ্যখনৰ ৫২ লাখ ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে বুলিও তেওঁ কয়।

অসমৰ নৱ প্রজন্মৰ স্বাৰ্থ সুৰক্ষিতকৰণৰ বাবে বৰ্তমানৰ চৰকাৰে ৰাজ্যখনত নতুনকৈ ৮ খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ পদক্ষেপ, ৯ খন অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণৰ পদক্ষেপ, ৩২ খন পলিটেকনিক, মঙলদৈত স্কীল ইউনিভাৰচিটি, মাজুলীত সাংস্কৃতিক বিশ্বদ্যালয়, চাবুৱাত জ্ৰীত্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়, চাংসাৰিত সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্রতিষ্ঠান, গোগামুখত ‘ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰৰ প্রতিষ্ঠান, যোৰহাটত নেশ্বনেল ইনষ্টিটিউট অৱ ডিজাইন ইত্যাদিৰ লেখীয়া বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

ভাষণ প্রসংগত মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে বিনামূলীয়া নামভৰ্ত্তি, বিনামূলীয়া পাঠ্যপুথি যোগান ইত্যাদিৰ দৰে লোৱা পদক্ষেপৰ ফলশ্ৰুতিত বহু দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ শৈক্ষিক প্রত্যাশা পূৰণ কৰিবলৈ সক্ষম হৈছে বুলি কয়।

ভাষণ প্রসংগত তেওঁ এই বছৰ স্নাতকোত্তৰ আৰু স্নাতক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যপুথি ক্রুয়ৰ বাবে তেওঁলোকৰ বেংক একাউণ্টলৈ প্রত্যক্ষভাৱে ক্ৰমে ২ হাজাৰ আৰু ১৫০০ টকা হস্তান্তৰ কৰাৰ বাবে চৰকাৰে পদক্ষেপ লৈ আছে বুলি কয়। তদুপৰি, বিগত বৰ্ষত আৰম্ভ কৰা ছাত্ৰাবাস আৰু ছবাত্ৰীনিৱাসত থকা ছাত্ৰ-ছাত্ৰীলৈ মেচ ডিউচ প্রদানৰ ধন বৰ্তমানৰ ৭৫০ টকাৰ পৰা ১ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ বাবে চৰকাৰে পদক্ষেপ লৈ আছে বুলি তেওঁ কয়।

কোভিড-১৯ ৰ এই জটিল সময়তো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দুমাহৰ ভিতৰতে লেপটপ ক্ৰয়ৰ বাবে মেধাৱী ছাত্ৰ-ছাত্তীসকললৈ প্রত্যক্ষ হস্তান্তৰৰ জৰিয়তে ২০ হাজাৰ টকাকৈ আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰি এই বছৰৰ ডিচেম্বৰ মাহত উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্রথম স্থান লাভ কৰা ছাত্ৰীসকললৈ একোখনকৈ স্কুটী প্রদান কৰা হ’ব বুলি তেওঁ কয়। বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত উচ্চ শিক্ষাৰ বহুতো প্রতিষ্ঠান গঢ়ি উঠিছে বুলি উল্লেখ কৰি ২০০৬ চনত ৰাজ্যখনৰ মাত্ৰ ৩৫০ খন চিকিৎসা বিজ্ঞানৰ আসন বৰ্তমানৰ চৰকাৰৰ দিনত ১ হাজাৰখনলৈ বৃদ্ধি হৈছে বুলিও তেওঁ কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd