DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছাত্ৰ কৰ্মীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাৰ প্ৰতিবাদ; নলবাৰীত গাঁৱে গাঁৱে সোণোৱালৰ প্ৰতিকৃতিক ফাঁচী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 2, 2020 4:01 pm
Nalbari News

নলবাৰীত সোণোৱালৰ প্ৰতিকৃতি ফাঁচী

7.3k
VIEWS
Share on FacebookShare on Twitter

নতুন বছৰৰ প্ৰথম দিনটোতে সৰ্থেবাৰীৰ কৃষ্ণগুৰু সেৱাশ্ৰমলৈ যোৱা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ক’লা পতাকা দেখুওৱা নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ছাত্ৰ কৰ্মীসকলক অসম আৰক্ষীয়ে বৰ্বৰভাৱে আক্ৰমণ কৰাৰ বিৰুদ্ধে আজি নলবাৰী জিলা ছাত্ৰ সন্থাই বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰে।

গণতান্ত্ৰিকভাৱে ক’লা পতাকা প্ৰদৰ্শন কৰা শান্তিপূৰ্ণ ছাত্ৰ কৰ্মীসকলক আৰক্ষীয়ে বৰ্বৰভাৱে আক্ৰমণ কৰাৰ বিৰুদ্ধে নলবাৰী জিলা ছাত্ৰ সন্থাৰ আহ্বানত বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাই আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতীকৃতিক ফাঁচী দিয়ে।

নলবাৰী জিলাৰ বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাই সোণোৱালৰ প্ৰতীকৃতি ফাঁচী দি ‘জাতীয় নায়ক হায় হয়’, ‘কা আমি নামানো’ শ্লোগান দিয়ে।

উল্লেখযোগ্য যে, ১ জানুৱাৰীত মুখ্য মন্ত্ৰী সোণোৱালে নলবাৰী হৈ সৰ্থেবাৰীলৈ গৈ থকা অৱস্থাত ৰাস্তাত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে ক’লা পতাকা প্ৰদৰ্শন কৰিছিল।

ছাত্ৰ কৰ্মী সকলৰ এই প্ৰতিবাদী কাৰ্য্যসূচীৰ বাবে কৰ্তব্যৰত আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক খেদি খেদি প্ৰহাৰ কৰে।

আৰক্ষীৰ প্ৰহাৰত উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চন্দন বেজবৰুৱা গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ’বলগীয়া হয়।

Recent News

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd