• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰেচন কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালসমূহৰ প্ৰতিগৰাকী সদস্যক প্ৰতিমাহে ৫ কেজিকৈ চাউল যোগান ধৰিব ৰাজ্য চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 20, 2020 7:55 pm
Media Briefing 1

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰজুৰি ঘোষণা কৰা ল’কডাউনৰ সময়ছোৱাত ৰাজ্যৰ এজনো দৰিদ্ৰ লোক যাতে অনাহাৰে থাকিবলগীয়া নহয় সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ ৰেচন কাৰ্ড নথকা অথচ আৰ্থিকভাৱে দুৰ্বল প্ৰতিটো পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ বিপৰীতে প্ৰতি মাহে ৫ কেজিকৈ চাউল যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আজি কোভিদ-১৯-ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কামৰূপ জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বুজ লৈ মুখ্য মন্ত্ৰী সোণোৱাৱে এইদৰে কয়।

Apply Now

আনহাতে, ল’কডাউনৰ সময়ছোৱাত ৰাজ্যত খাদ্য সামগ্ৰীৰ যাতে অভাৱ নঘটে সেয়া তদাৰক কৰিবলৈ মুখ্য মন্ত্ৰী সোণোৱালে আজি ভাৰতীয় খাদ্য নিগমৰ বিষয়াসকলৰ সৈতেও এক বৈঠকত মিলিত হয়।

মুখ্য মন্ত্ৰী সোণোৱালে নিগমৰ নুনমাটি আৰু চাংসাৰিৰ গুদামসমূহৰ লগতে চাংসাৰিৰ ৰে’লৱে য়াৰ্ড পৰিদৰ্শন কৰি মজুত কৰি ৰখা খাদ্য সামগ্ৰীৰ উপলব্ধতা সম্পৰ্কে বুজ লয়।

ভাৰতীয় খাদ্য নিগমৰ বিষয়াসকলে মুখ্য মন্ত্ৰী সোণোৱালক ভাৰতীয় খাদ্য নিগমৰ অধীনস্থ গুদামসমূহত আঢ়ৈ মাহলৈ ৰাজ্যবাসীক যোগান ধৰিব পৰাকৈ খাদ্য সামগ্ৰী মজুত আছে বুলি কয়।

মুখ্য মন্ত্ৰী সোণোৱালে ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ যাতে কোনো কাৰণতে অভাৱ নঘটে আৰু যোগান ব্যৱস্থাটো সুচল হয় তাৰ বাবে যোগান বিভাগৰ লগতে কৃষি আৰু পশু পালন বিভাগে যৌথ সহযোগিতা আৰু উদ্ভাৱনীমূলক চিন্তা-চৰ্চাৰে কাম কৰিব লাগিব বুলিও মত প্ৰকাশ কৰে।

তদুপৰি, মুখ্য মন্ত্ৰী সোণোৱালে ইতিমধ্যে কাৰ্য্যকৰী হৈ থকা ল’কডাউন কিছু শিথিল কৰি কৃষি কৰ্ম কৰিবলৈ ৰাজ্যৰ কৃষকসকলক অনুমতি দিয়া হৈছে বুলি উল্লেখ কৰি সামাজিক ব্যৱধানৰ নীতি পূৰ্ণৰূপত মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ক’ৰ’না ভাইৰাছ নিৰ্মূল কৰিবলৈ কোনো প্ৰতিষেধক বৰ্তমানে আবিষ্কাৰ নোহোৱাৰ পৰিপ্ৰেক্ষিতত নাগৰিকৰ জীৱন সুৰক্ষাৰ বাবে সামাজিক ব্যৱধান মানি চলাই উত্তম পথ বুলি কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd