• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বান আক্ৰান্ত দক্ষিণ শালমাৰাৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 24, 2019 8:31 pm

2 min read

Chief Minister Sarbananda Sonowal

সীমান্ত পৰিদৰ্শনৰ সময়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

705
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ আলগা, শিশুমাৰা বি অ’ পি পৰিদৰ্শন কৰি সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত সীমান্ত পৰিদৰ্শন কৰি তাত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়া-জোৱান সকলৰ লগতে স্থানীয় জনসাধাৰণৰ সৈতে মত-বিনিময় কৰ।

সোণোৱালে বানপানীৰ সময়ছোৱাত সীমান্ত সুৰক্ষা বাহিনীক অহৰ্নিশে সীমান্ত নিৰীক্ষণৰ ব্যৱস্থা শক্তিশালী কৰিবলৈ কয়।

সীমান্তত জেনেৰেটৰ চলাই হ’লেও নিশাৰ ভাগত উপযুক্ত পোহৰৰ ব্যৱস্থা কৰিবলৈ সীমান্ত সুৰক্ষা বাহিনীক কোৱাৰ উপৰিও সীমান্তৰ নিৰাপত্তাৰ লগতে সীমান্তৰে হ’ব পৰা সম্ভাব্য চোৰাং কাৰবাৰ প্ৰতিৰোধ কৰাৰ দিশতো সষ্টম হৈ থকাৰ বাবে কয় মুখ্য মন্ত্ৰী সোণোৱালে।

সীমান্ত পৰিদৰ্শনৰ সময়ত বিধায়ক ডা০ ৰণোজ পেগু, বি এছ এফৰ ০৬ বেটেলিয়নৰ কামাণ্ডেণ্ট, ডি আই  জি ৰৌণক আলি হাজৰিকা আৰু জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক প্ৰমুখ্যে অন্যান্য শীৰ্ষ বিষয়া সকল উপস্থিত থাকে।

সীমান্ত পৰিদৰ্শন কৰি সোণোৱালে হাটশিঙিমাৰীত থকা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ এক পৰ্যালোচনা মূলক বৈঠকত অংশ গ্ৰহণ কৰে।

বৈঠকত প্ৰথমতে মানকাছাৰ জিলাৰ উপায়ুক্তই জিলাখনৰ ক্ষয়-ক্ষতিৰ সৱিশেষ সামৰি বিষদভাৱে প্ৰতিবেদন দাঙি ধৰে।

বৈঠকত অধ্যক্ষতা কৰি সোণোৱালে বানাক্ৰান্ত জনসাধাৰণলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা কেনেধৰণৰ বান সাহায্য আগবঢ়োৱা হৈছে ইয়াৰ সবিশেষ বুজ লয়।

মুখ্য মন্ত্ৰীয়ে প্ৰতিগৰাকী বানাক্ৰান্তই যাতে সকলো ধৰণৰ চৰকাৰী সাহায্য সময়মতে লাভ কৰে সেইটো নিশ্চিত কৰাৰ বাবে জিলা উপায়ুক্তক নিৰ্দেশ দিয়াৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগক বানাক্ৰান্ত জনসাধাৰণলৈ বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে তাৰোপৰি বানপানীৰ পাছতে কৃষকৰ বাবে কঠিয়া, পশুৰ বাবে উপযুক্ত খাদ্য, বানপানীৰ সময়ত যাতে বিদ্যুৎস্পৃষ্ট হৈ কোনো দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

 

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd