• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘আকৌ এবাৰ মোদী চৰকাৰ’ গানৰ বাবে সীমান্ত শেখৰক মুখ্য মন্ত্ৰীৰ সম্বৰ্ধনা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 25, 2019 8:22 am

1 min read

Simanta-Shekhar

সীমান্ত শেখৰ। উৎস-ইণ্টাৰনেট

3.9k
VIEWS
Share on FacebookShare on Twitter

‘আকৌ এবাৰ মোদী চৰকাৰ’ শীৰ্ষক গানেৰে বিজেপিক নিৰ্বাচনী প্ৰচাৰৰ সময়ত সমগ্ৰ অসমত জনপ্ৰিয় কৰি তোলা গায়ক সীমান্ত শেখৰক কালি ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সম্বৰ্ধনা জ্ঞাপন কৰে।

বিজেপিয়ে ২০১৯ লোকসভা নিৰ্বাচনত আকৌ এবাৰ মোদী চৰকাৰ শীৰ্ষক গীতেৰে ৰাইজৰ ওচৰ চাপিবলৈ সক্ষম হৈছিল আৰু মানুহৰ মুখে মুখে গীতটোৱে ঠাই লাভ কৰিছিল।

ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত সম্বৰ্ধনা লৈ সীমান্ত শেখৰে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এখন সবল চৰকাৰ গঠন হ’ল বুলি মন্তব্য কৰাৰ লগতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসক কৃতজ্ঞতা জ্ঞাপন কৰে।

তেওঁ কয় হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ নেতৃ্ত্ব আৰু কৰ্মকৰ্তা সকলৰ বহু কষ্টৰ ফলত বিজেপিয়ে জয়লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে, সীমান্তই বিজেপিৰ নেতৃত্বত গঠন হোৱা চৰকাৰখনে অসমৰ উন্নতিৰ হকে কাম কৰিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰে। তেওঁ পুনৰ এখন সোণৰ অসম নিৰ্মাণ কৰাৰ বাবে চৰকাৰে প্ৰচেষ্টা হাতত ল’ব বুলি কয়।

চলিত নিৰ্বাচনত অসমৰ ১৪ খন লোকসভা আসনৰ ভিতৰত বিজেপিয়ে মুঠ ৯ খন আসন দখল কৰিবলৈ সক্ষম হৈছিল।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd