• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কুসংস্কাৰ ৰোধৰ বাবে বিজ্ঞানক জনসাধাৰণৰ ওচৰ চপাই নিয়াৰ বাবে পদক্ষেপ ল’বলৈ মুখ্য মন্ত্ৰীৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 12, 2019 10:12 am
CM Meeting

মুখ্য মন্ত্ৰী সোণোৱালৰ বৈঠক

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ সভাকক্ষত বিজ্ঞান আৰু প্ৰযুক্তি তথা তথ্য প্ৰযুক্তি বিভাগৰ কাম-কাজ পৰ্যালোচনা কৰে। সোণোৱালে লগতে এই বিভাগ দুটাৰ সৈতে সম্পৰ্কিত বিভিন্ন বিষয় সমূহৰো পৰ্যালোচনা কৰে।

বিজ্ঞান আৰু প্ৰযুক্তিক জনসাধাৰণৰ ওচৰ-চপাই নিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্য মন্ত্ৰীয়ে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগক সমাজৰ পৰা অন্ধবিশ্বাস ইত্যাদিৰ দৰে কু-সংস্কাৰ সমূহ আঁতৰ কৰিৰ দিশত অভিভাৱক আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক জড়িত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যাতে বিদ্যালয় পৰ্যায়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান মানসিকতা শক্তিশালীভাৱে গঢ় ল’ব পাৰে।

Apply Now

এই দিশত মুখ্য মন্ত্ৰীয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান সন্মত মানসিকতা গঢ় দিয়াৰ দিশত অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে দায়বদ্ধতাৰে উপযুক্ত পৰিবেশ সৃষ্টি কৰিব লাগিব

ৰাজ্যখনৰ জৈৱ বিবিধতাৰ দিশত থকা প্ৰাচুৰ্যতা সম্পৰ্কে যুৱ প্ৰজন্মৰ মাজত উপযুক্ত সজাগতাৰ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্য মন্ত্ৰীয়ে নৱ প্ৰজন্মৰ যুৱক-যুৱতী সকলক জড়িত কৰাই বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে এই সম্পৰ্কত তৃণমূল পৰ্যায়ত উপযুক্ত সজাগতা সৃষ্টিৰ পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে।

বৈঠকত মুখ্য মন্ত্ৰীয়ে বিভাগটোৱে বঙাইগাঁও আৰু ওদালগুৰি জিলাত ৫ মেট্ৰিকটন বহন ক্ষমতাৰ সৌৰ শক্তি চালিত শীতল ভৰাল স্থাপনৰ দৰে লোৱা পদক্ষেপৰ শলাগ লয়। মুখ্য মন্ত্ৰীয়ে কৃষকৰ সহায়ক হোৱাকৈ এনেকুৱা সুবিধা ৰাজ্যখনৰ আৰু অধিক ঠাইত স্থাপনৰ পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে।

‘মুখ্য মন্ত্ৰী সমগ্ৰ উন্নয়ন যোজনা’ৰ পৰা এনেকুৱা শীতল ভৰাল প্ৰকল্প স্থাপনৰ দিশত ৰাজ সাহায্য প্ৰদানৰ আশ্বাস প্ৰদান কৰি মুখ্য মন্ত্ৰীয়ে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগক ৰাজ্যখনৰ কৃষকসকলে যাতে কৃষিখণ্ডত শেহতীয়া প্ৰযুক্তি প্ৰয়োগৰ দিশত আগ্ৰহান্বিত হয় এই দিশত অনুপ্ৰেৰণা প্ৰদানৰ বাবে ৰাজ্যখনৰ প্ৰগতিশীল কৃষকৰ সৈতে কৃষি বিজ্ঞানী আৰু উদ্ভাৱকৰ মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰাৰ পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে।

সোণোৱালে শক্তিৰ উৎপাদন বৃদ্ধিৰ বাবে ভাসমান এছ পি ভি পাৱাৰ প্লাণ্ট ব্যৱহাৰ বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

বৈঠকত মুখ্য মন্ত্ৰী সোণোৱালে তথ্য আৰু প্ৰযুক্তি বিভাগক ৰাজ্যিক চাইবাৰ সুৰক্ষা নীতি ৰূপায়ন দ্ৰুততৰ কৰাৰ পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে। এই নীতিত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী নিৰ্দেশাৱলী অন্তৰ্ভূক্ত কৰাৰ দিশটোৰ ওপৰতো আলোচনা হয়।

বৈঠকত ভিলেজ ন’লেজ চেণ্টাৰ স্থাপনৰ বাবে চলোৱা প্ৰক্ৰিয়াৰ নিবিদা আহ্বান, আসাম ফাইবাৰ নেট প্ৰকল্পৰ শেহতীয়া স্থিতি, পেঞ্চনাৰ সকলৰ তথ্যৰ ডিজিটাইজেশ্বন, বিজ্ঞান আৰু প্ৰযুক্তি খণ্ডত ৰাজ্যখনৰ যুৱক-যুৱতীৰ নিয়োগ সৃষ্টি ইত্যাদি বিষয় সমূহৰ ওপৰতো আলোচনা কৰা হয়।

মুখ্য মন্ত্ৰীৰ সৈতে হোৱা বৈঠকত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, মু্খ্য মন্ত্ৰীৰ সচিব সঞ্চয় লোহিয়া, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব বিনোদ ছেচান, এমট্ৰ’নৰ পৰিচালন সঞ্চালক এম কে যাদৱৰ লগতে অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd