• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যৰ বান পৰিস্থিতি মোকাবিলা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে মোকলাই দিলে ২৫১.৫৫ কোটি টকা; প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন মুখ্য মন্ত্ৰীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 16, 2019 8:45 pm

2 min read

Modi And Sonowal with conversation

নৰেন্দ্ৰ মোদী আৰু সৰ্বানন্দ সোণোৱাল

826
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ দিশত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ৰাজ্য চৰকাৰলৈ এছ ডি আৰ এফৰ প্ৰথম কিস্তিৰ ২৫১.৫৫ কোটি টকা তাৎক্ষণিকভাৱে মোকলাই দিয়া বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু জলশক্তি দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, ৰাজ্যখনৰ ৩১ খন জিলা বানবানীত ক্ষতিগ্ৰস্ত হোৱাৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে সোমবাৰে মুখ্য মন্ত্ৰী সোণোৱালক ফোন কৰি খবৰ লৈছিল আৰু কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা ৰাজ্য চৰকাৰক সকলো প্ৰকাৰৰ সহায় সহযোগিতা কৰাৰ আশ্বাস দিছিল।

আৰু প্ৰধান মন্ত্ৰীৰ আশ্বাসৰ পাছতেই কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ বাবে সাম্প্ৰতিক বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে ক্ষীপ্ৰতাৰে ২৫১.৫৫ কোটি টকা মোকলাই দিয়ে।

উল্লেখযোগ্য যে, আজি অসমত কেন্দ্ৰীয় জলশক্তি দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট উপস্থিত হৈ মাজুলীৰ বিভিন্ন স্থানৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে।

বান পৰিস্থিত পৰ্যবেক্ষণৰ অন্তত জলশক্তি দপ্তৰৰ মন্ত্ৰগৰাকীয়ে গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ সভাকক্ষক মুখ্য মন্ত্ৰীৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে।

বৈঠকত মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৱত হোৱা প্ৰবল বৰষুণৰ বাবেই ভয়াবহ বানপানী হোৱা বুলি উল্লেখ কৰে আৰু বানপানীৰ বিস্তৃত প্ৰতিবেদন কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ওচৰলৈ প্ৰেৰণ কৰাৰ বাবে নিৰ্দেশ দিয়ে।

Recent News

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

Arvind-Kejriwal-750x375

আম আদমি পাৰ্টিয়ে অহা দুই বছৰত উত্তৰ প্ৰদেশ, গুজৰাটসহ ৬ ৰাজ্যত খেলিব নিৰ্বাচন : কেজৰিৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd