• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰমোদ বড়োক গণ সুৰক্ষা পাৰ্টিলৈ আমন্ত্ৰণ সাংসদ নৱ শৰণীয়াৰ, দিলে এটা চৰ্ত

চৰ্ত মানিলে প্ৰমোদ বড়োক গণ সুৰক্ষা পাৰ্টীৰ মুৰব্বী পাতিবলৈও সাজু শৰণীয়া!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 3, 2019 7:02 pm
Pramud Saraniya

এবছু নেতা প্ৰমোদ বড়ো আৰু কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়া। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত বিটিচি নিৰ্বাচন, গতিকে বিটিএডিত এতিয়া ৰাজনৈতিক বাক্ বিতণ্ডাৰ যুঁজখন অধিক তীব্ৰতৰ হৈ পৰিছে। কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়া বড়ো-অবড়ো ৰাজনীতিত ব্যস্ত থকা বুলি গুৰুতৰ অভিযোগ চলি থকাৰ মাজতে এবছুৰ সভাপতি প্ৰমোদ বড়োলৈ তেওঁ আগবঢ়াইছে এক প্ৰস্তাৱ।

দিচপুৰ প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে সম্বোধন কৰা বিটিচি নিৰ্বাচন কেন্দ্ৰিক এখন সংবাদমেলত প্ৰমোদ বড়োক নৱগঠিত গণ সুৰক্ষা পাৰ্টীলৈ আমন্ত্ৰণ জনালে সাংসদ শৰণীয়াই।

Apply Now

‘প্ৰমোদ বড়ো আমাৰ লগত আহক, আমাৰ লগত একেলগে কাম কৰক। তেতিয়া আমি আদৰণি জনাম,‘-শৰণীয়াই সংবাদমেলত এইদৰে কয়।

অৱশ্যে, এটা চৰ্ত সাপেক্ষেহে দলৰ মজিয়ালৈ বড়োক আমন্ত্ৰণ জনালে শৰণীয়াই।

‘যদি প্ৰমোদ বড়োৱে বড়োৰ সমান্তৰালকৈ অন্যান্য জাতি-জনগোষ্ঠীৰ অধিকাৰসমূহ মানি লয়, তেতিয়া তেওঁ আমাৰ লগত চামিল হ’ব পাৰে,‘-প্ৰমোদ বড়োক উদ্দ্যেশি শৰণীয়াই এইদৰে কয়।

ইপিনে, এই চৰ্ত ৰাখিলে প্ৰমোদ বড়োক নতুনকৈ গঠন হোৱা ৰাজনৈতিক দলটোৰ মুৰব্বী পতাতো আপত্তি নাথাকিব বুলি সদৰী কৰে সাংসদগৰাকীয়ে।

তেওঁ কয়, ‘বড়ো চীফ হয়, এ.এম হয় হওঁক, আমাৰ আপত্তি নাই। দললৈ আহি ৰাইজৰ সেৱাৰ দায়িত্ব ল’লে তেওঁক আমি মুৰব্বী নিশ্চিতভাৱে বনাই দিম।‘

শৰণীয়াৰ মতে ‘এবছু এতিয়া বিপিএফৰ লগত নাই। কিন্তু ভিতৰুৱাভাৱে অহা নিৰ্বাচনত বুজা পৰা হ’ব পাৰে।‘

আনহাতে, সেই একেখন সংবাদমেলতে যিকোনো মুহূৰ্তত বিটিএডি কাউন্সিলৰ নিৰ্বাচন অনুষ্ঠিত হ’লেও গণ সুৰক্ষা পাৰ্টী চিন্তিত নহয় বুলি দাবী কৰে শৰণীয়াই।

শৰণীয়াই কয়, ‘যিকোনো মূহুৰ্তত নিৰ্বাচন অনুষ্ঠিত কৰিলেও আমি সাজু আছো। অহা ২৪ ঘন্টাৰ ভিতৰত নিৰ্বাচন পাতিলেও যুঁজিবলৈ সাজু হৈ আছো। আমাৰ হাতত এতিয়ালৈকে প্ৰায় ৩০০ লোকে প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনাইছে।‘

ইপিনে, ‘গণ সুৰক্ষা পাৰ্টী খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগে লগে লক্ষাধিক বিপিএফ, কংগ্ৰেছ, বিজেপিকে ধৰি বিভিন্ন দলৰ কৰ্মীসকল এই দললৈ অহাৰ বাবে সাজু হৈ আছে বুলি দাবী কৰি শৰণীয়াই কয়, ‘কেৱল সঠিক সময় সুযোগৰ বাবে অপেক্ষা কৰি আছো। বিটিএডিত বিপিএফ আৰু গণ সুৰক্ষা পাৰ্টীক বাদ দি অন্য কোনো ৰাজনৈতিক দলৰ কাম নাই।‘

শৰণীয়াই লগতে কয়, ‘হাগ্ৰামাই আৰম্ভ কৰা ৰাজনীতিৰ বিকল্প হিচাপে গণ সুৰক্ষা পাৰ্টী গঠিত হৈছে। এইবাৰ বিটিচি নিৰ্বাচনত কাউন্সিল দখল কৰি পৰিৱৰ্তনৰ স্বাৰ্থত এক নতুন দিগন্তৰ সুচনা কৰাটো বিচাৰিছো।‘

তদুপৰি, ২০১০ চনত বিটিচি কাউঞ্চিলে বড়োলেণ্ড লাগিব বুলি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল বুলি সদৰী কৰি তেওঁ কয়, ‘নৱ শৰণীয়া অহা দেখি এতিয়া তেওঁলোকে ওলোটা খৰ দিবলৈ ওলাইছে। এতিয়া বড়োলেণ্ড নালাগে বুলি হাগ্ৰামাই নাটক কৰিছে বুলি আমাৰ মানুহে জানে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd