• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাৱধান হওঁক, নহ’লে অসমত আকৌ হ’ব পাৰে লকডাউন!

ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই দিলে তাৰেই ইংগিত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 28, 2020 6:39 pm
lock
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’ণাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি অধিক সাৱধান হওক, কিয়নো ১ লাখৰ দিশে গতি কৰিছে অসমৰ ক’ৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যাই।

ক’ৰ’ণা সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে সমগ্ৰ অসমতে দিব পাৰে লকডাউন। তাৰেই এক ইংগিত দিলে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই।

Apply Now

সাংবাদিকৰে হোৱা এক মত বিনিময় অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্য সচিবে কয় ‘ৰাজ্যত দিনক দিনে ক’ৰ’ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। ৰাইজে যদি সাৱধানতা অৱলম্বন নকৰে আৰু কৰ’ণা আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস নহয়, তেন্তে চৰকাৰে পুনৰ লকডাউন ঘোষণা কৰিবলগীয়া হ’ব পাৰে।”

গুৱাহাটীত ৮০ শতাংশ লোকে মুখত মাস্ক পৰিধান নকৰাকৈ আৰু  সামাজিক ব্যৱধান নামানি বজাৰত ঘুৰি ফুৰিছে বুলি তেওঁ কয়।

সময় থাকোঁতে নিয়ম সঠিকমতে পালন কৰি যাবলৈ ৰাইজক অনুৰোধ জনালে মুখ্য সচিবগৰাকীয়ে।

ইপিনে,অসমত ক’ৰ’ণাত আক্ৰান্ত হৈ ৬০ বছৰৰ উৰ্দ্ধৰ ব্যক্তিৰ লগতে যুৱক-যুৱতীৰো মৃত্যু হোৱা বুলি তেওঁ উল্লেখ কৰে।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰ পৰ্যন্ত ৰাজ্যত কৰ’ণাত আক্ৰান্ত হৈছে ৯৮,৮০৭জন লোক।

ইয়াৰে সুস্থ হৈ উঠিছে ৭৯,৩০৭জন লোক। সক্ৰিয় লোকৰ সংখ্যা হৈছে ১৯,২১৯জন লোক আৰু মৃত্যু মুখত পৰিছে ২৭৮ গৰাকী লোক।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

September 5, 2026 8:47 am
চিজেপি নেতাৰ পিতৃক প্ৰহাৰৰ অভিযোগ; প্ৰতিবাদৰ ৭২ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ

চিজেপি নেতাৰ পিতৃক প্ৰহাৰৰ অভিযোগ; প্ৰতিবাদৰ ৭২ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ

September 5, 2026 7:50 am
দিনে ২২ মিনিটকৈ চুম্বন কৰিলেই বাঢ়িব ৭ বছৰ আয়ুস : জাৰ্মান গৱেষণাৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

দিনে ২২ মিনিটকৈ চুম্বন কৰিলেই বাঢ়িব ৭ বছৰ আয়ুস : জাৰ্মান গৱেষণাৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

September 5, 2026 7:00 am
‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

September 5, 2026 8:47 am
চিজেপি নেতাৰ পিতৃক প্ৰহাৰৰ অভিযোগ; প্ৰতিবাদৰ ৭২ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ

চিজেপি নেতাৰ পিতৃক প্ৰহাৰৰ অভিযোগ; প্ৰতিবাদৰ ৭২ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ

September 5, 2026 7:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd