• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ নতুন চৈধ্যখন জিলালৈ সম্প্ৰসাৰণ হ’ব চাইল্ড লাইন ইণ্ডিয়াৰ সেৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 13, 2019 5:59 pm
childline-750x375

ফটো-নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দৰং জিলাৰ সহস্ৰাধিক গৃহহীন শিশুৰ জীৱনলৈ নতুন আশা ঘুৰাই অনাৰ লক্ষ্যৰে চাইল্ড লাইন ফাউণ্ডেশ্যনে দৰং জিলাৰ লগতে অসম আন অতিৰিক্ত চৈধ্যখন জিলালৈ সেৱা সম্প্ৰসাৰণৰ পৰিকল্পনা হাতত লৈছে ২০১৯-২০ বিত্তিয় বৰ্ষত। চাইল্ড লাইন ফাউণ্ডেশ্যন হৈছে শিশুসকলৰ বাবে ২৪ ঘণ্টীয়া বিনামূলীয়া জৰুৰীকালীন টেলিফোন আৰু উদ্ধাৰকাৰী সেৱা আগবঢ়োৱা স্বেচ্ছাসেৱী সংস্থা।

বুধবাৰে, নতুন পদক্ষেপৰ বাবে দৰং জিলা উপায়ুক্তৰ সভাকক্ষত জিলা শিশু সুৰক্ষা গোট, দৰঙৰ উদ্যোগত চৰকাৰী অংশীদাৰী সংস্থা আৰু অন্যান্য বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাসমূহৰ লগত এখন বৈঠকত অংশগ্ৰহণ কৰে।

Apply Now

বৈঠকত অংশলৈ চাইল্ড লাইন কলিকতাৰ আঞ্চলিক উৎস কেন্দ্ৰৰ জেষ্ঠ সমন্বয়ক দেৱনাথ ঘোষে ভাৰত চৰকাৰৰ শিশু আৰু মহিলা বিকাশ মন্ত্ৰালয়ৰ অধীনৰ সংস্থা চাইল্ড লাইন, কেন্দ্ৰীয়ভাৱে নিয়ন্ত্ৰিত শিশুসকলৰ বাবে বিনামূলীয়া নম্বৰ ১০৯৮, শিশু সুৰক্ষাৰ বাবে ইয়াৰ কৰ্মপদ্ধতি, দেশব্যাপী সংযোগ আৰু প্ৰসাৰ, সহযোগি স্বেচ্ছাসেৱী গোট আদিৰ বিষয়ত বিষদভাৱে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন আগবঢ়ায়।

অসমত চাইল্ড লাইনৰ পৰিষৰ বৃদ্ধিৰ সন্দৰ্ভত ঘোষে কয় ‘আমি গোটেই দেশত ইতিমধ্যে পাঁচশতকৈও অধিক ঠাইত ৭০০ কৈ অধিক সহযোগিৰ সৈতে সেৱা আগবঢ়াই আছো। ২০২৩ চনৰ ভিতৰত সমগ্ৰ দেশলৈ আমাৰ সেৱাৰ পৰিসৰ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰিছো’’। চলিত বিত্তিয় বৰ্ষত অসমৰ চৈধ্যখন জিলালৈ চাইল্ড লাইনৰ সেৱা বৃদ্ধি কৰা হ’ব বুলিও তেওঁ কয়।

চাইল্ড লাইনে ইতিমধ্যে ৰে’লৱেক সামৰি অসমৰ তেৰখন জিলাত সেৱা আগবঢ়াই আহিছে। চাইল্ড লাইনৰ কাৰ্য্যলয় সহায়কে বৈঠকত অংশগ্ৰহণকাৰীসকলৰো প্ৰশ্নৰ উত্তৰ দিয়ে।

বৈঠকত অংশগ্ৰহণ কৰি দৰং জিলাৰ সহকাৰী জিলা উপায়ুক্ত কুলেন শৰ্মাই শিশু বিকাশ মন্ত্ৰালয়ক চৈধ্যখন জিলাৰ ভিতৰত দৰং জিলাকো অন্তৰ্ভুক্ত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ দৰং জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ পৰা এই ক্ষেত্ৰত প্ৰয়োজনীয় সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

বৈঠকত শিশু কল্যান মন্ত্ৰালয়, জুভেলাইন জাষ্টিচ বোৰ্ড, বিদ্যালয় পৰিদৰ্শক, স্বাস্থ্য বিভাগকে ধৰি বিভিন্ন অংশীদাৰী দল সমূহে অংশগ্ৰহণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am
চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am
চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd