• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

১০ বছৰ আগুৱাই গ’ল চীন, বিফল মোদীৰ ‘মেক ইন ইণ্ডিয়া’ : ৰাহুল গান্ধী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 3, 2025 6:30 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মেক ইন ইণ্ডিয়া’ প্ৰকল্পটো ভাল আছিল, তেওঁ চেষ্টা কৰিছিল, কিন্তু কাৰ্যকৰী কৰাত ব্যৰ্থ হ’ল । ভাৰতে নিজৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাত ব্যৰ্থ হৈছে। সেয়ে বজাৰখন চীনৰ হাতলৈ গৈছে।” – সোমবাৰে লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত আলোচনাৰ সময়ত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে দেশৰ অৰ্থনীতি, বৈদেশিক পৰিক্ৰমা, সীমান্ত সমস্যা, সামাজিক আৰু ৰাজনৈতিক বিষয়কে ধৰি বিভিন্ন বিষয়ত মোদী নেতৃত্বাধীন বিজেপি চৰকাৰক সমালোচনা কৰে।

কংগ্ৰেছ সাংসদ ৰাহুলে আজি কয় যে লাডাখত চীনৰ আগ্ৰাসন সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কৰা দাবী দেশৰ সেনাৰ বক্তব্যৰ সৈতে মিল নাই। দুয়োপক্ষৰ দাবী পৰস্পৰ বিৰোধী। প্ৰধানমন্ত্ৰীয়ে সকলোৰে সন্মুখত কৈয়েই আছে যে চীনৰ কোনো আগ্ৰাসন হোৱা নাই। আনহাতে ভাৰতীয় সেনাই কৈয়েই থাকে যে চীনে আমাৰ ৪০০০ বৰ্গ কিলোমিটাৰ ভূখণ্ড দখল কৰিছে।

Apply Now

ৰাহুলৰ এই বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অধ্যক্ষ ওম বিৰলাই কয় যে আপুনি যি কৈছে তাৰ প্ৰমাণ সদনত দেখুৱাব লাগিব।

ভাষণৰ আৰম্ভণিতে ৰায়ে বৰেলীৰ সাংসদ ৰাহুলে কয় যে ৰাষ্ট্ৰপতিৰ সমগ্ৰ ভাষণ শুনিছো। যোৱা কেইবছৰমানৰ পৰা তেওঁ একেটা কথাই বাৰে বাৰে কৈ আহিছে – আমি এইটো কৰিলোঁ, আমি সেইটো কৰিলোঁ। যিকোনো দেশ উৎপাদন আৰু ব্যৱহাৰৰ ওপৰত চলি থাকে। কিন্তু এই দেশত ৰিলায়েন্স, আদানি, টাটা, মহিন্দ্ৰা কোম্পানীসমূহৰ বৃদ্ধিৰ পিছতো দেশত সামগ্ৰিক উন্নতি হোৱা নাই। আচলতে আমি দেশৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাত ব্যৰ্থ হৈছো। ইয়াৰ দ্বাৰা চীন লাভৱান হৈছে। আমি চীনা ফোন ব্যৱহাৰ কৰো, বাংলাদেশী কাপোৰ পিন্ধো। ৰাহুলে লগতে কয় যে প্ৰতিটো ক্ষেত্ৰতে আমাৰ পৰা কমেও ১০ বছৰ আগবাঢ়ি আছে চীন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm
ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

October 1, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd