• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ৰ’না ভাইৰাছেৰে যুঁজ : মাত্ৰ ৬ দিনতে চিকিৎসালয় নিৰ্মাণ কৰিবলৈ যুদ্ধকালীন গতিত কাম চীনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 26, 2020 7:50 pm
China_Hospital

ফটোৰ উৎস : ইণ্টাৰনেট।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না ভাইৰাছে অভূতপূৰ্ব আতংকৰ সৃষ্টি কৰা চীনে আক্ৰান্ত লোকসকলৰ বাবে ইয়াৰ য়ুহান মহানগৰখনত মাত্ৰ ৬টা দিনৰ ভিতৰতে এখন সুকীয়া চিকিৎসালয় নিৰ্মাণ কৰিবলৈ যুদ্ধকালীন গতিত কাম কৰি আছে।

এছ’চিয়েটেড প্ৰেছক য়ুহানৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, ১ হাজাৰ বিছনা থাকিব লগীয়া চিকিৎসালয়খন অহা ৩ ফেব্ৰুৱাৰিত চিকিৎসা চলাব পৰা হৈ উঠিব।

Apply Now

বৰ্তমান এই ভাইৰাছত আক্ৰান্ত লোকসকলক মহানগৰখনৰ আন আন চিকিৎসালয়তে চিকিৎসা কৰি থকা হৈছে।

চিকিৎসালয়খনৰ অংশবোৰ সুকীয়া সুকীয়াকৈ নিৰ্মাণ কৰা হৈছে যাতে খুব সোনকালেই ইয়াক সম্পূৰ্ণ ৰূপ দিব পৰা যায়।

উপলব্ধ হোৱা ভিডিঅ’ ফুটেইজ কিছুমানত দেখা গৈছে যে বিভিন্ন নিৰ্মাণ যন্ত্ৰই নিৰ্মাণ স্থানত কাম কৰি আছে।

চীনে ২০০৩ চনতো মাৰাত্মক ৰূপ লোৱা SARS-ৰ সৈতে যুঁজ দিওঁতেও অনুৰূপ দ্ৰুত ব্যৱস্থা লৈছিল।

নতুন এই ভাইৰাছবিধৰ প্ৰাদুৰ্ভাব এই য়ুহান মহানগৰখনৰ পৰাই আৰম্ভ হোৱা বুলি ধাৰণা কৰা হৈছে।

বিজ্ঞান-প্ৰযুক্তিত উন্নত দেশখনে এই মাৰাত্মক ভাইৰাছবিধৰ সৈতে মোকাবিলা কৰিবলৈ বিভিন্ন অভূতপূৰ্ব পদক্ষেপ ল’ব লগীয়া হৈছে। ইয়াৰ ভিতৰত প্ৰায় ১৩খন মহানগৰ বন্ধ কৰি দিয়াৰ দৰে পদক্ষেপো আছে।

৬ দিনৰ ভিতৰত এখন চিকিৎসালয় নিৰ্মাণক People’s Daily-এ চিকিৎসা বিজ্ঞানৰ ইতিহাসত এটা “বিস্ময়কৰ ঘটনা” (miracle) আখ্যা দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হত্যাৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ নন্দীগ্ৰাম উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী; মমতা বেনাৰ্জীয়েও দিছিল সমৰ্থন

হত্যাৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ নন্দীগ্ৰাম উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী; মমতা বেনাৰ্জীয়েও দিছিল সমৰ্থন

September 19, 2026 9:00 am
প্ৰথম পত্নীৰ সৈতে যোগাযোগৰ বাবে স্বামীক হত্যা; প্ৰেমিকসহ গ্ৰেপ্তাৰ মহিলা

প্ৰথম পত্নীৰ সৈতে যোগাযোগৰ বাবে স্বামীক হত্যা; প্ৰেমিকসহ গ্ৰেপ্তাৰ মহিলা

September 19, 2026 8:08 am
উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হত্যাৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ নন্দীগ্ৰাম উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী; মমতা বেনাৰ্জীয়েও দিছিল সমৰ্থন

হত্যাৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ নন্দীগ্ৰাম উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী; মমতা বেনাৰ্জীয়েও দিছিল সমৰ্থন

September 19, 2026 9:00 am
প্ৰথম পত্নীৰ সৈতে যোগাযোগৰ বাবে স্বামীক হত্যা; প্ৰেমিকসহ গ্ৰেপ্তাৰ মহিলা

প্ৰথম পত্নীৰ সৈতে যোগাযোগৰ বাবে স্বামীক হত্যা; প্ৰেমিকসহ গ্ৰেপ্তাৰ মহিলা

September 19, 2026 8:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd