• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হংকঙৰ এৰি টাইৱানলৈ পলায়ন কৰিব খোজা ১০ গণতান্ত্ৰিক কৰ্মীক কাৰাৰুদ্ধ কৰিলে চীনে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 30, 2020 5:27 pm
_116275521_gettyimages-1229286846
245
VIEWS
Share on FacebookShare on Twitter

ক্ৰমশঃ কঠোৰ হৈ উঠিছে হংকঙৰ গণতান্ত্ৰিক কৰ্মীৰ প্ৰতি ৰঙা চীন।

বুধবাৰে চীনে স্বায়ত্ত শাসিত প্ৰদেশখনৰ ১০ গৰাকীকৈ গণতান্ত্ৰিক কৰ্মীক কাৰাৰুদ্ধ কৰিছে।

চীনৰ এখন আদালতে হংকং এৰি টাইৱানলৈ পলায়নৰ চেষ্টা কৰাৰ অপৰাধত হংকঙৰ ১০ গৰাকী গণতান্ত্ৰিক কৰ্মীক তিনি বছৰ পৰ্যন্ত কাৰাদণ্ড বিহিছে।

সংবাদ সংস্থা এএফপিএ প্ৰকাশ কৰা খবৰ অনুসৰি যোৱা ১০ আগষ্টত এখন নাৱেৰে হংকঙৰ পৰা টাইৱানলৈ পলায়ন কৰিব খোজা ১০ গৰাকী গণতান্ত্ৰিক কৰ্মীক চীনৰ উপকূলৰক্ষী বাহিনীয়ে গ্ৰেপ্তাৰ কৰিছিল।

হংকঙৰ উক্ত ১০ গৰাকী গণতান্ত্ৰিক কৰ্মীৰ বিৰুদ্ধে চীনৰ শেনঝেন চহৰৰ আদালত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল আৰু বুধবাৰে বিচাৰৰ অন্তত আটাইকেইগৰাকীকে কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে আদালতে।

পলায়নৰ সমগ্ৰ পৰিকল্পনা কৰাৰ অপৰাধত কাই-ইন আৰু কুইন মুন নামৰ দুই গণতান্ত্ৰিক কৰ্মীক তিনি বছৰৰ কাৰাদণ্ড বিহাৰ লগতে অন্যসকলক সাত মাহৰ কাৰাদণ্ড বিহিছে চীনৰ আদালতখনে।

উল্লেখ্য যে চীনে প্ৰদেশখনত নতুন নিৰাপত্তা আইন বলৱৎ কৰাৰ পিছতে টাইৱানে চীনৰ গণতান্ত্ৰিক কৰ্মীসকল ৰাজনৈতিক আশ্ৰয় দিয়াৰ কথা ঘোষণা কৰিছিল। চীনে টাইৱানৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধ কৰি আহিছে।

স্মৰ্তব্য যে চীনে হংকঙত নতুন ৰাষ্ট্ৰীয় নিৰাপত্তা আইন বলৱৎ কৰা পিছৰে পৰা হংকঙত তীব্ৰ বিক্ষোভ আৰম্ভ হৈছিল। আনকি আন্তৰ্জাতিক সম্প্ৰদায়েও চীনৰ এই নতুন আইন বলৱৎ কৰা কাৰ্য বিৰোধিতা কৰি আহিছে।

Recent News

ভাৰত ২০২৭ চনত  অনুষ্ঠিত হ’ব লোকপিয়ল! অধিসূচনা জাৰি কৰিলে কেন্দ্ৰই

ভাৰত ২০২৭ চনত  অনুষ্ঠিত হ’ব লোকপিয়ল! অধিসূচনা জাৰি কৰিলে কেন্দ্ৰই

বঙাইগাঁও প্ৰশাসনে ২৭টা পৰিয়ালক উচ্ছেদ কৰিলে সৃজংগৰামৰ বেদখল কৰা সত্ৰৰ ভূমিৰ পৰা

বঙাইগাঁও প্ৰশাসনে ২৭টা পৰিয়ালক উচ্ছেদ কৰিলে সৃজংগৰামৰ বেদখল কৰা সত্ৰৰ ভূমিৰ পৰা

কলিয়াবৰত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণ : স্থানীয় লোকে উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক

কলিয়াবৰত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণ : স্থানীয় লোকে উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক

গোৱালপাৰাত ব্যাপক উচ্ছেদ অভিযান! ১৫০০ বিঘা মাটিৰ পৰা উচ্ছেদ ৬০০ৰো অধিক পৰিয়াল

গোৱালপাৰাত ব্যাপক উচ্ছেদ অভিযান! ১৫০০ বিঘা মাটিৰ পৰা উচ্ছেদ ৬০০ৰো অধিক পৰিয়াল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd