• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হংকঙৰ এৰি টাইৱানলৈ পলায়ন কৰিব খোজা ১০ গণতান্ত্ৰিক কৰ্মীক কাৰাৰুদ্ধ কৰিলে চীনে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 30, 2020 5:27 pm
_116275521_gettyimages-1229286846
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমশঃ কঠোৰ হৈ উঠিছে হংকঙৰ গণতান্ত্ৰিক কৰ্মীৰ প্ৰতি ৰঙা চীন।

বুধবাৰে চীনে স্বায়ত্ত শাসিত প্ৰদেশখনৰ ১০ গৰাকীকৈ গণতান্ত্ৰিক কৰ্মীক কাৰাৰুদ্ধ কৰিছে।

Apply Now

চীনৰ এখন আদালতে হংকং এৰি টাইৱানলৈ পলায়নৰ চেষ্টা কৰাৰ অপৰাধত হংকঙৰ ১০ গৰাকী গণতান্ত্ৰিক কৰ্মীক তিনি বছৰ পৰ্যন্ত কাৰাদণ্ড বিহিছে।

সংবাদ সংস্থা এএফপিএ প্ৰকাশ কৰা খবৰ অনুসৰি যোৱা ১০ আগষ্টত এখন নাৱেৰে হংকঙৰ পৰা টাইৱানলৈ পলায়ন কৰিব খোজা ১০ গৰাকী গণতান্ত্ৰিক কৰ্মীক চীনৰ উপকূলৰক্ষী বাহিনীয়ে গ্ৰেপ্তাৰ কৰিছিল।

হংকঙৰ উক্ত ১০ গৰাকী গণতান্ত্ৰিক কৰ্মীৰ বিৰুদ্ধে চীনৰ শেনঝেন চহৰৰ আদালত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল আৰু বুধবাৰে বিচাৰৰ অন্তত আটাইকেইগৰাকীকে কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে আদালতে।

পলায়নৰ সমগ্ৰ পৰিকল্পনা কৰাৰ অপৰাধত কাই-ইন আৰু কুইন মুন নামৰ দুই গণতান্ত্ৰিক কৰ্মীক তিনি বছৰৰ কাৰাদণ্ড বিহাৰ লগতে অন্যসকলক সাত মাহৰ কাৰাদণ্ড বিহিছে চীনৰ আদালতখনে।

উল্লেখ্য যে চীনে প্ৰদেশখনত নতুন নিৰাপত্তা আইন বলৱৎ কৰাৰ পিছতে টাইৱানে চীনৰ গণতান্ত্ৰিক কৰ্মীসকল ৰাজনৈতিক আশ্ৰয় দিয়াৰ কথা ঘোষণা কৰিছিল। চীনে টাইৱানৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধ কৰি আহিছে।

স্মৰ্তব্য যে চীনে হংকঙত নতুন ৰাষ্ট্ৰীয় নিৰাপত্তা আইন বলৱৎ কৰা পিছৰে পৰা হংকঙত তীব্ৰ বিক্ষোভ আৰম্ভ হৈছিল। আনকি আন্তৰ্জাতিক সম্প্ৰদায়েও চীনৰ এই নতুন আইন বলৱৎ কৰা কাৰ্য বিৰোধিতা কৰি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলৰ ভূখণ্ডত চীনা সেনাৰ স্থায়ী ঘাটি! ৬ বছৰ ধৰি সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশত বাধা জনজাতীয় লোকক

অৰুণাচলৰ ভূখণ্ডত চীনা সেনাৰ স্থায়ী ঘাটি! ৬ বছৰ ধৰি সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশত বাধা জনজাতীয় লোকক

June 29, 2026 6:20 pm
১২ হাজাৰ টকা দৰমহা পোৱা ব্যক্তিয়ে সজালে ২৫ লাখ টকাৰ ঘৰ : পোহৰলৈ আহিছে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ন ন তথ্য

১২ হাজাৰ টকা দৰমহা পোৱা ব্যক্তিয়ে সজালে ২৫ লাখ টকাৰ ঘৰ : পোহৰলৈ আহিছে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ন ন তথ্য

June 29, 2026 6:00 pm
একে নিশাতে তিনিটাকৈ হত্যাকাণ্ডই জোকাৰি গ’ল বেংগালুৰু চহৰ : দুজনী মহিলাসহ এজন অপৰাধী নিহত

একে নিশাতে তিনিটাকৈ হত্যাকাণ্ডই জোকাৰি গ’ল বেংগালুৰু চহৰ : দুজনী মহিলাসহ এজন অপৰাধী নিহত

June 29, 2026 5:40 pm
অৰুণাচলত ভয়ংকৰ ভূমিস্খলন! ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ প্ৰাণ হেৰুৱালে বকোৰ যুৱকে

অৰুণাচলত ভয়ংকৰ ভূমিস্খলন! ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ প্ৰাণ হেৰুৱালে বকোৰ যুৱকে

June 29, 2026 5:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলৰ ভূখণ্ডত চীনা সেনাৰ স্থায়ী ঘাটি! ৬ বছৰ ধৰি সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশত বাধা জনজাতীয় লোকক

অৰুণাচলৰ ভূখণ্ডত চীনা সেনাৰ স্থায়ী ঘাটি! ৬ বছৰ ধৰি সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশত বাধা জনজাতীয় লোকক

June 29, 2026 6:20 pm
১২ হাজাৰ টকা দৰমহা পোৱা ব্যক্তিয়ে সজালে ২৫ লাখ টকাৰ ঘৰ : পোহৰলৈ আহিছে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ন ন তথ্য

১২ হাজাৰ টকা দৰমহা পোৱা ব্যক্তিয়ে সজালে ২৫ লাখ টকাৰ ঘৰ : পোহৰলৈ আহিছে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ন ন তথ্য

June 29, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd