• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতৰ নাতিদূৰৰ চীনত নতুন ভাইৰাছৰ আতংক বৃদ্ধি; বন্ধ কৰা হ’ল আন তিনিখন মহানগৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 24, 2020 6:06 pm
china-virus

বিমান বন্দৰত যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ নাতিদূৰত থকা চীনত দেখা দিয়া corona virus নামৰ নতুন ভাইৰাছবিধৰ আতংক পূৰ্বতকৈ বৃদ্ধি পাইছে আৰু দেশখনে ইয়াৰ আৰু তিনিখন মহানগৰ বন্ধ কৰি দিছে।

আজি বন্ধ কৰি দিয়া মহানগৰ য়ুহান, হুৱাংগাং আৰু ইঝৌত প্ৰায় ২ কোটি লোকে বাস কৰে।

Apply Now

নতুন ভাইৰাছবিধৰ সৈতে যুঁজ দিবলৈ বিজ্ঞান-প্ৰযুক্তিত আগ বঢ়া দেশখনে পূৰ্বে কেতিয়াও নোলোৱা ধৰণৰ কাৰ্য্য ব্যৱস্থা ল’ব লগীয়া হৈছে।

এয়াৰপ’ৰ্ট, ৰেইল ষ্টেইশ্যন, বাছ, ফেৰি, ইণ্টাৰনেট কেফে, শ্বপিং মল আদি নিৰ্দেশ জাৰি কৰি বন্ধ কৰি দিয়া হৈছে, য’ত হাজাৰ হাজাৰ লোক অনবৰতে ব্যস্ত হৈ থকা দেখা যায়।

পূৰ্বে সূচী নিশ্চিত হৈ থকা বিভিন্ন কাৰ্য্যসূচী অনিৰ্দিষ্টকালীনভাৱে পিছুৱাই দিয়া হৈছে।

ভাইৰাছবিধৰ সংক্ৰমণ ইতিমধ্যে শ শ লোকলৈ বিয়পি পৰিছে আৰু ইয়াৰ আক্ৰমণত কেইবাজনো লোকৰ মৃত্যু ঘটিছে।

নতুন ভাইৰাছবিধৰ সৈতে যুঁজ দিবলৈ বিজ্ঞান-প্ৰযুক্তিত আগ বঢ়া দেশখনে পূৰ্বে কেতিয়াও নোলোৱা ধৰণৰ কাৰ্য্য ব্যৱস্থা ল’ব লগীয়া হৈছে।

“মই যিমান দূৰ জানো, ১১ নিযুত লোক থকা এখন মহানগৰ বন্ধ কৰি দিবলৈ কৰা চেষ্টাটো বিজ্ঞানৰ বাবে নতুন”, শেহতীয়া অগ্ৰগতি সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ চীনৰ প্ৰতিনিধি গৌদেন গালীৰ উদ্ধৃতি The Associated Press-ত।

“ৰাজহুৱা স্বাস্থ্যজনিত পদক্ষেপ হিচাপে কেতিয়াও এনেকুৱা প্ৰয়াস কৰা হোৱা নাছিল। এতিয়াই আমি ক’ব নোৱাৰো, ই ফলদায়ক হ’ব নে নহ’ব”, সংবাদ প্ৰতিষ্ঠানটোত তেওঁৰ উদ্ধৃতি।

তথ্যমতে, চীনত যোৱা মাহত প্ৰথমবাৰ এই ভাইৰাছবিধ য়ুহান প্ৰদেশত দেখা গৈছিল। আমেৰিকা, জাপান, দক্ষিণ কোৰিয়া আৰু থাইলেণ্ডতো এনে ভাইৰাছৰ আক্ৰমণৰ আন কিছুমান ঘটনাৰ খবৰ পোৱা গৈছে। চীনৰ বাহিৰৰ বেছিভাগ এনে ঘটনা পোৱা গৈছে য়ুহানৰ পৰা অহা লোক বা শেহতীয়াকৈ মহানগৰখন ভ্ৰমণলৈ যোৱা লোকৰ মাজত।

ভাইৰাছবিধৰ আক্ৰমণত মুঠ ১৭জন লোকৰ মৃত্যু ঘটিছে আৰু তেওঁলোক আটাইকেইজনেই হয় য়ুহানৰ অথবা য়ুহানৰ আশ-পাশৰ।

চুবুৰীয়া ভাৰতৰ স্বাস্থ্য বিভাগেও চীনত আতংকৰ সৃষ্টি কৰা এই ভাইৰাছবিধক লৈ সতৰ্কতা জাৰি কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd