• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাধাৰণ শিক্ষকৰ পৰা প্ৰযুক্তি কোম্পানী আলিবাবাৰ মুৰব্বী পদত: জেক মাক কিয় ভয় কৰিছে চীনে?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 25, 2020 8:39 pm
amazonaws
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন সাধাৰণ স্কুল শিক্ষকৰ পৰা নিজৰ অধ্যৱসায়ৰ বলত আলিবাবাৰ দৰে এছিয়াৰ সৰ্ববৃহৎ প্ৰযুক্তি কোম্পোনীৰ সহ-প্ৰতিষ্ঠাপক হৈ পৰা এজন লোকৰ প্ৰতি এতিয়া বীতশ্ৰদ্ধ হৈ পৰিছে চীনৰ চৰকাৰ।

সৌসিদিনালৈ চীনৰ চৰকাৰৰ নয়নৰ মণি হৈ থকা আলিবাবা কোম্পানীৰ মুৰব্বী জেক মাৰ বিৰুদ্ধে চীনৰ চৰকাৰে এতিয়া সক্ৰিয় হৈ পৰিছে।

Apply Now

চীনৰ শত্ৰুতাৰ কথা কোৱাৰ আগতে জেক মাৰ বিষয়ে কিছু কথা উল্লেখ কৰাটো প্ৰয়োজনীয় হ’ব।

নিজৰ কৰ্ম দক্ষতাৰে প্ৰযুক্তি ক্ষেত্ৰৰ অগ্ৰণী প্ৰতিষ্ঠানত পৰিণত হোৱা আলিবাবাৰ মুৰব্বী জেক মা এগৰাকী বহুমুখী প্ৰতিভাৰ ব্যক্তি।

কেৱল ব্যৱসায়ৰ মাজতে তেওঁ নিজকে আৱদ্ধ কৰি ৰখা নাই।

ব্যৱসায়ৰ লগতে তেওঁ গীত, অভিনয়,চিত্ৰকলা আদি সকলো ক্ষেত্ৰতে পাৰদৰ্শিতা প্ৰদৰ্শন কৰি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।চীনৰ প্ৰসিদ্ধ শিল্পী ফায়ে ৱঙৰ সৈতে জেক মাই গোৱা গীতে বিশ্বত খলকনি তুলিছিল।

জেক মাই চীনৰ প্ৰসিদ্ধ চিত্ৰকৰ জেং ফেনজিৰ সৈতে একেলগে অঁকা ছবি ছুথবি নিলাম অনুষ্ঠানত অভিলেখ সৃষ্টিকাৰী ৫.৪ নিযুত মাৰ্কিন ডলাৰত নিলাম হৈছিল।

২০১৭ চনত তেওঁ ড্ৰেগনৰ দেশ খনৰ চলচ্চিত্ৰ জগত খনতো খোজ পেলাই ব্যাপক জনপ্ৰিয়াতা অৰ্জন কৰিছিল।

এই হেন বহু গুণৰ অধিকাৰী জেক মা সেয়ে চীনৰ সাধাৰণ লোকৰ লগতে চৰকাৰৰ বৰমূৰীয়াসকলৰ মাজতো হৈ পৰিছিল অতিকৈ জনপ্ৰিয়।

কিন্তু শেহতীয়াকৈ জেক মাৰ সৈতে পূৰ্বৰ সকলো মধুৰ সম্পৰ্ক একাষৰীয়া কৰি থৈ চীনৰ চৰকাৰে ঘোষণা কৰিছে বিশেষ তদন্তৰ।

আগ্ৰাসনবাদী চীনৰ চৰকাৰে জেক মাই আলিবাবাৰ জৰিয়তে প্ৰযুক্তিৰ ক্ষেত্ৰখনত অৰ্জন কৰা বৃহৎ সফলতা সহ্য কৰিব নোৱাৰিয়েই হয়তো তেওঁৰ বিৰুদ্ধে ঘোষণা কৰিছে বিত্তীয় খেলি-মেলি আৰু একচেতিয়া ব্যৱসায় চলোৱাৰ অভিযোগ।

চীনৰ ষ্টেট এডমিনিষ্ট্ৰেছন ফৰ মাৰ্কেট ৰেগুলেছনে জেক মাৰ বিৰুদ্ধে নীতিবৰ্হিভূতভাবে বিভিন্ন বিনিয়োগকাৰীৰ সৈতে ব্যৱসায়িক চুক্তি সম্পাদন আৰু সেই বোৰ কাৰ্যকৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে।

একচেতিয়া ব্যৱসায়ৰ অভিযোগ উত্থাপন কৰি আলিবাবা আৰু জেক মাৰ বিৰুদ্ধে চীনৰ চৰকাৰে তদন্ত ঘোষণা কৰাৰ পিছতে কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য লক্ষ্যণীয় ভাবে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।

কেৱল হংকঙতে কোম্পানীটোৰ শ্বেয়াৰ ৯ শতাংশ অৱনমিত হৈছে।

এসময়ত চীনৰ চৰকাৰৰ হিয়াৰ  আমঠু জেক মাৰ বিৰুদ্ধে হঠাতে চৰকাৰখন কিয় ইমান আক্ৰোশী হৈ পৰিছে?

এই প্ৰশ্নই এতিয়া বহুতকে ভবাই তুলিছে।

এই আক্ৰোশৰ আঁৰত আন এক কাৰণো থাকিব পাৰে বুলি বহুতে সন্দেহ কৰিছে।

সেয়া হৈছে জেক মাৰ মাৰ্কিন কানেকছন। ২০১৬ চনত ডোনাল্ড ট্ৰাম্প যেতিয়া মাৰ্কিন  ৰাষ্ট্ৰপতি হৈছিল তেতিয়া জেক মাই ট্ৰাম্পক আমেৰিকালৈ গৈ সাক্ষাৎ কৰিছিল।

তাৰ পিছতো জেক মাৰ সৈতে আমেৰিকাৰ সম্পৰ্ক অটুট আছিল।

জেক মাৰ এনে মাৰ্কিন প্ৰীতিৰ বাবেও তেওঁ চীনৰ চৰকাৰৰ চকুৰ কূটা দাঁতৰ শাল হৈ পৰা বুলি বহুতে কোৱা-কুই কৰিবলৈ লৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd