• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰ্যালয়ৰে ৫৮ জন পুৰুষৰ সৈতে শাৰীৰিক সম্পৰ্ক, ৭২ কোটি টকা উৎকোচ! ‘সুন্দৰী’ গৱৰ্ণৰৰ কাণ্ড…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 22, 2024 10:01 am
চীনৰ গৱৰ্ণৰ ঝং ইয়াঙে ৫৮ জন নিম্ন পদবীৰ পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল। ফটোঃ সংগ্ৰহীত।

চীনৰ গৱৰ্ণৰ ঝং ইয়াঙে ৫৮ জন নিম্ন পদবীৰ পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনৰ ‘সুন্দৰী গৱৰ্ণৰ’ হিচাপেই তেওঁ বিখ্যাত। তেওঁৰ ৰূপ-সৌন্দৰ্যৰ বাবে গোটেই অফিচটোৱে পাগল। কিন্তু অৱশেষত কাৰাগাৰত ঠাই পালে, তাকো ১৩ বছৰৰ বাবে। কিন্তু কাৰণ জানি আচৰিত হব আপুনি। জানিব পৰা গৈছে যে চীনৰ গৱৰ্ণৰ ঝং ইয়াঙে ৫৮ জন নিম্ন পদবীৰ পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল। সেইদৰে, প্ৰায় ৬ কোটি ইউয়ান অৰ্থাৎ ভাৰতীয় টকাত প্ৰায় ৭২ কোটি টকা উৎকোচ লৈছিল।

ঝং ইয়াং আছিল গুইজৌ প্ৰদেশৰ কিয়ানান প্ৰিফেকচাৰত চীন কমিউনিষ্ট পাৰ্টিৰ গৱৰ্ণৰ। আৰু লগতে উপ-সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ৫২ বছৰীয়া এই মহিলাগৰাকীয়ে মাত্ৰ ২২ বছৰ বয়সতে কমিউনিষ্ট পাৰ্টিত যোগদান কৰি অৱশেষত ৰাষ্ট্ৰীয় পিপলছ কংগ্ৰেছৰ ডেপুটি পদলৈ উন্নীত হয়।

লগতে পঢ়কঃ ভাৰতত ৪.২৫ লাখ কোটি টকাৰ বিবাহ! চলিত বৰ্ষৰ শেষৰ পিনে প্ৰায় ডেৰ মাহতে ব্যয় হ’ব এই টকা

Apply Now

তেওঁৰ বিৰুদ্ধে উঠিছে ৫৮ জন নিম্ন পদবীৰ পুৰুষৰ সৈতে যৌন সম্পৰ্কৰ অভিযোগ। তেওঁ আগবঢ়োৱা সুবিধাৰ বাবেই কিছুমানে তেওঁৰ সৈতে সম্পৰ্ক স্থাপন কৰা বুলিও জনা যায়। আন কিছুমানে তেওঁৰ কৰ্তৃত্বৰ ভয়ত নিজৰ ইচ্ছাৰ বিৰুদ্ধে তেওঁৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য হয়। আনকি প্ৰেমিকৰ সৈতে সময় কটাবলৈ ব্যৱসায়িক ভ্ৰমণৰ অজুহাতো দেখুৱাইছিল।

২০২৩ চনৰ এপ্ৰিল মাহত গ্ৰেপ্তাৰ কৰা হৈছিল ঝং ইয়াঙক। ছেপ্টেম্বৰ মাহত তেওঁক পদৰ পৰা অপসাৰণ কৰি চিপিচিৰ পৰা বহিষ্কাৰ কৰা হৈছিল। তেওঁ ৰাষ্ট্ৰীয় পিপলছ কংগ্ৰেছতো আসন হেৰুৱায়।

লগতে পঢ়কঃ Knee Pain Remedy: অসহ্য আঁঠুৰ বিষ? ঘৰত থকা এই ৪ টা বস্তুৱে এসপ্তাহতে দিব সকাহ

উল্লেখ্য যে চলিত বৰ্ষৰ এপ্ৰিল মাহত এনে আন এটা ঘটনা পোহৰলৈ আহিছিল। কানাডাৰ সৰ্ববৃহৎ বেংক হৈছে ৰয়েল বেংক। সেই বেংকৰ মুখ্য বিত্তীয় বিষয়া নাদিন আহ্ন। জনা যায় যে তেওঁৰ এজন সহকৰ্মীৰ সৈতে তেওঁৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। তেওঁ কোম্পানীটোৰ আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰে বেংকটোৱে। সেয়ে, বেংকে নাদিনক ‘অসৎ আচৰণ’ৰ অভিযোগ আনি চাকৰিৰ পৰা বৰ্খাস্ত কৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd