• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’না আতংক; এইবাৰ প্ৰতাপী চীনা ৰাষ্ট্ৰপতিয়ে পিন্ধিব লগা হ’ল প্ৰতিৰোধী মাস্ক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 12, 2020 6:02 pm
Xi Xinping

চীনা ৰাষ্ট্ৰপতি

396
VIEWS
Share on FacebookShare on Twitter

চীনত ক’ৰ’না ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়ত প্ৰথমবাৰৰ বাবে চীনৰ মহাপ্ৰতাপী ৰাষ্ট্ৰপতি জি জিনপিঙৰ ফটো ৰাজহুৱা হৈছে।

সোমবাৰে চীনৰ ৰাজধানী বেইজিঙত জিনপিঙক মাস্ক পৰিধান কৰি থকা অৱস্থাত দেখা গৈছে।

জিনপিঙে চাওয়াং জিলাত নিৰ্মিত এখন বিশেষ কেন্দ্ৰত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত সোমবাৰে পৰিস্থিতিৰ বুজ লয়।

প্ৰায় সংবাদ শীৰ্ষত স্থান অধিকাৰ কৰা চীনা ৰাষ্ট্ৰপতি গৰাকীয়ে বহু দিনৰ পৰা চৰ্চাত নাছিল।

চীনত ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত চীনা ৰাষ্ট্ৰপতি পাৰ্য্যমানে চেষ্টা কৰি থকাৰ খবৰ বিশ্বজুৰি ৰাজহুৱা কৰাৰ বাবেই চীনা সংবাদ মাধ্যমে এই খবৰ প্ৰকাশ কৰিছে বুলি ধাৰণা কৰা হৈছে।

উল্লেখযোগ্য যে, চীনত ক’ৰ’না ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৯০৮ গৰাকীলৈ বৃদ্ধি পাইছে। এই মৃত্যু হোৱা লোক সকলৰ ভিতৰত বেছি সংখ্যক লোক চীনৰ য়ুহান প্ৰদেশৰ।

আনহাতে, চীনত বৰ্তমানলৈ প্ৰায় ৪০,০০০ গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

চীনৰ উপৰিও হংকং, মালেছিয়া, টাইৱান আদিলৈ ক’ৰ’না ভাইৰাছ সংক্ৰমিত হৈছে বুলি নিশ্চিত হৈছে।

ভাৰতকো ভাইৰাছ বিধ সংক্ৰমণ হ’ব পৰা দেশৰ তালিকাৰ ভিতৰত সংবেদনশীল স্থানত ৰখা হৈছে।

ইতিমধ্যে আমেৰিকা, জাৰ্মানীকে ধৰি ইউৰোপৰ বিভিন্ন দেশে চীনৰ সৈতে বিমান সেৱা সাময়িকভাৱে বাতিল কৰিছে।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd