DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চীনা গৱেষকৰ পুনৰ বিস্ফোৰণ: কৰ’নাক চীনে ঢাকি ৰাখিব বিচৰা পৰিকল্পনাত চামিল আছিল WHO

এন ই নাও নিউজ by এন ই নাও নিউজ
September 25, 2020 11:55 am
WhatsApp Image 2020-09-25 at 11.14.52 AM

চীনৰ ভাইৰ’লজিষ্ট লী মেং য়ান।

904
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ বিষয়ে চীনৰ চৰকাৰে প্ৰথমতেই গম পাইছিল। কৰ’নাৰ সংক্ৰমণৰ বিষয়টো ঢাকি ৰখা হৈছিল। চীন চৰকাৰৰ এই পৰিকল্পনাত চামিল হৈছিল বিশ্ব স্বাস্থ্য সংস্থা(WHO)।

চীনৰ ভাইৰ’লজিষ্ট  লী মেং য়ানে এই অভিযোগ উত্থাপন কৰিছে।

আমেৰিকালৈ পলাই যাবলৈ বাধ্য হোৱা লী মে য়ানে পূৰ্বেই অভিযোগ কৰিছিল যে উহানৰ গৱেষণাগাৰতে কৰ’না ভাইৰাছৰ সৃষ্টি কৰা হৈছিল। চীনৰ চৰকাৰে তাক নিয়ন্ত্ৰণ কৰিছিল।

তেওঁ লগতে জনাইছিল যে ৰাজহুৱাভাৱে ঘোষণা কৰাৰ পূৰ্বৰে পৰাই কৰ’নাৰ সংক্ৰমণৰ কথা চীনৰ চৰকাৰে জানিছিল।

সংবাদ মাধ্যমক দিয়া শেহতীয়া এক সাক্ষাৎকাৰত ভাইৰ’লজিষ্ট গৰাকীয়ে কৈছে যে ‘চাৰ্চ-কোভ-২ হ’ল মানুহে সৃষ্টি কৰা ভাইৰাছ’।

সেই সাক্ষাৎকাৰতে তেওঁ প্ৰকাশ কৰে যে চীনে এই গোটেই বিষয়টো গোপনে ৰখাৰ চেষ্টা কৰিছিল। চীনৰ কমিউনিষ্ট পাৰ্টিয়ে বেইজিঙে দাবী কৰা উহানৰ বজাৰখনৰ পৰা কৰ’না বিয়পা কথাটো লোকৰ চকুত ধূলি দিয়াৰ উপায় হিচাপে ব্যৱহাৰ কৰিছে।

কিন্তু গৱেষকগৰাকীয়ে চাঞ্চল্যকৰভাৱে অভিযোগ কৰি কয় যে কৰ’না সংক্ৰমণৰ এই বিষয়টো গোপন কৰাৰ পৰিকল্পনাত বিশ্ব স্বাস্থ্য সংস্থাও চামিল হৈছিল।

লী মেং য়ানে লগতে কয় যে আমেৰিকালৈ গুচি গ’লেও তেওঁৰ ওপৰত চীনৰ ৰঙা চকু এতিয়াও আছে।

ছচিয়েল মিডিয়াৰ জৰিয়তে তেওঁৰ ভাৱমূৰ্তি ম্লান কৰিব বিচৰা হৈছে আৰু তেওঁৰ ওপৰত চাইবাৰ আক্ৰমণ চলোৱা হৈছে।

আনহাতে, চীনত থকা  লী মেং য়ানৰ পৰিয়ালটো ভাবুকিৰ সন্মুখীন হ’বলগীয়া হৈছে বুলিও গৱেষকগৰাকীয়ে অভিযোগ কৰিছে।

Recent News

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd