DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চিৰাঙৰ পাণবাৰী ৰিজাৰ্ভ ফৰেষ্টৰ বুকুত বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 24, 2019 5:09 pm
Chirang police seize huge cache of arms, ammunition in BTAD's Panbari reserved forest

পাণবাৰী সংৰক্ষিত বনাঞ্চলত উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ সৈতে অভিযানকাৰী দল।

3.3k
VIEWS
Share on FacebookShare on Twitter

চিৰাং আৰক্ষীৰ অভিযানত মঙলবাৰে জিলাখনৰ গব্ৰুখুন্দা এলেকাৰ পাণবাৰী সংৰক্ষিত বনাঞ্চলত বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হৈছে।

ৰাতিপুৱা ৫.৩০ বজাত বনাঞ্চলখনত খনন চলাই পুতি থোৱা অস্ত্ৰ-শস্ত্ৰখিনি উদ্ধাৰ কৰা হৈছে, আৰক্ষীৰ বিবৃতিত প্ৰকাশ।

উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰসমূহ: ১) ফেক্তৰি নিৰ্মিত ৰাইফল ৯টা, ২) দেশী ৰাইফল ১১টা, ৩) ৭.৬২ এ কে ছিৰিজৰ গুলী ৫৬, ৪) ৫.৫৬ গুলী ১০, ৫) ৭.৬২ স্নাইপাৰ গুলী ২১, ৬) ৭.৬২ পি আই কে এ গুলী ১০, ৭) ৭.৬২ চিটিএন ২৯, ৮) ৩৩৩ নাইত্ৰ’ ০১, ৯) এম২০ গুলী ০১, ১০) দেশী গুলী ০৫, ১১) খালী কাত্ৰিজ ৮৩, ১২) ১২ ব’ৰৰ খালী কাত্ৰিজ ১৫, ১৩) ৭.৬২ পিস্তল মেগাজিন ০৩, ১৪) .২২ পিস্তল মেগাজিন ০১, ১৫) বিস্ফোৰক (পিইকে) ১৭ কেজি, ১৬) হেণ্ড হেল্ড ৰে’দিঅ’ (চীনত নিৰ্মিত) ০২, ১৭) ১২ ভল্টৰ বেটাৰি ০১, ১৮) ৱায়াৰ ৯৩ ফুট, ১৯) সন্দেহজনক লীদ/ লোৰ বল ১০, ২০) অতিৰিক্ত বেৰেল ০১ (।)

সোমবাৰে সন্ধিয়া ৫ বজাৰ পৰা চলা অভিযানটোত বনাঞ্চলখনৰ বিভিন্ন ঠাইত খনন চলোৱা হৈছিল।

এঠাইত খনন কৰোঁতে প্লাষ্টিকৰ ৮টা পেকেট পেকেট উদ্ধাৰ হয়। আৰু খুলি চোৱাত তাৰ ভিতৰত অস্ত্ৰসমূহ পোৱা যায়, বিবৃতিত প্ৰকাশ।

বিজনীৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষী, ভাৰতীয় সেনাৰ ৫ম গঢ়ৱাল ৰাইফলছ আৰু এচ এচ বিয়ে যৌথভাৱে অভিযানটো চলাইছিল।

এলেকাটো পাণবাৰী আৰক্ষী থানাৰ অন্তৰ্গত আৰু অস্ত্ৰ উদ্ধাৰৰ স্থানলৈ থানাখনৰ পৰা ১৮ কি. মি. দূৰ।

উদ্ধাৰ অভিযানটোত ভাৰতীয় সেনাৰ স্নিফাৰ দগ ব্যৱহাৰ কৰা হৈছিল।

Recent News

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd