DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, March 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

ধাবাৰ ফ্ৰীজত উদ্ধাৰ সুন্দৰী যুৱতীৰ ক্ষত-বিক্ষত মৃতদেহ, অভিযুক্তক গ্ৰেপ্তাৰ

by
February 15, 2023 7:00 am
174
VIEWS
Share on FacebookShare on Twitter

পুনৰ এক নৃশংস হত্যাকাণ্ড জোকাৰি গৈছে দেশৰ ৰাজধানী দিল্লী। দিল্লীৰ নজাফাগড়ৰ মিতৰাৱন গাঁৱৰ উপকণ্ঠৰ এখন ধাবাৰ পৰা উদ্ধাৰ কৰা হৈছে এগৰাকী যুৱতীৰ ক্ষত-বিক্ষত মৃতদহে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি অঞ্চলটোৰ এখন ধাবাৰ এটা ফ্ৰীজৰ পৰা এগৰাকীৰ ২২ বছৰীয়া যুৱতীৰ খণ্ডিত মৃদেহটো উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে মৃত যুৱতীগৰাকীক কাশ্মীৰী গেট আই এছ বি টিৰ সমীপৰ নিকি যাদৱ বুলি চিনাক্ত কৰা হৈছে।

ইফালে হত্যাকাণ্ডটোৰে জড়িত থকাৰ অভিযোগত চাহিল গেহলট (২৬) নামৰ এগৰাকী যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী সূত্ৰৰ মতে, অভিযুক্ত চাহিলে নিকিক ডিঙি চেপি হত্যা কৰি মৃতদেহটো খণ্ডিত কৰি নিজৰ ধাবাৰে এটা ফ্ৰীজত লুকুৱাই ৰাখে। আৰক্ষীয়ে ফ্ৰীজৰ পৰা খণ্ডিত মৃতদেহটো উদ্ধাৰ হোৱাৰ পাছতে মংগলবাৰে অভিযুক্ত চাহিল গেহলটক গ্ৰেপ্তাৰ কৰি ঘটনাৰ সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে।

প্ৰকাশ পোৱা মতে অভিযুক্তৰ চাহিল আৰু মৃত নিকিৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল। অভিযুক্তই তেওঁৰ বিবাহৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই যুৱতীগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে দিল্লীত সংঘটিত দেশ কঁপাই জোৱা শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ সৈতে এই হত্যাকাণ্ডৰ যথেষ্ট সাদৃশ্য দেখা আছে।

Recent News

সন্ধান নাই বিকাশ আৰু জিণ্টুৰ : আলফালৈ যোৱাৰ সন্দেহ প্ৰকাশ পৰিয়ালৰ

সন্ধান নাই বিকাশ আৰু জিণ্টুৰ : আলফালৈ যোৱাৰ সন্দেহ প্ৰকাশ পৰিয়ালৰ

‘কুষ্ঠ আক্ৰান্ত যৌনকৰ্মী’ বুলি মাধুৰী দীক্ষিতক অপমান : আইনৰ সহায় ললে মিথুনে

‘কুষ্ঠ আক্ৰান্ত যৌনকৰ্মী’ বুলি মাধুৰী দীক্ষিতক অপমান : আইনৰ সহায় ললে মিথুনে

স্বমেহন : হঠাৎ দীৰ্ঘদিনীয়া অভ্যাস এৰি দিলেও হ’ব পাৰে বিপদ

স্বমেহন : হঠাৎ দীৰ্ঘদিনীয়া অভ্যাস এৰি দিলেও হ’ব পাৰে বিপদ

বৰ্তমানৰ প্ৰেক্ষাপটত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা ৰাইজৰ দলৰ

বৰ্তমানৰ প্ৰেক্ষাপটত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা ৰাইজৰ দলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd