• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিক বিশ্বাসঘাতক আখ্যা চুতীয়া ছাত্ৰ সন্থা-চুতীয়া যুৱ সন্মিলনৰ

চুতীয়া অধ্যুষিত ২২ সমষ্টিত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিজেপি

জাহ্নৱী  বৰুৱা by জাহ্নৱী বৰুৱা
March 6, 2021 3:29 pm
a chutiya
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিক মিথ্যাচাৰী দল আখ্যাৰে আগন্তুক নিৰ্বাচনত দলটোক চুতীয়া অধ্যুষিত সমষ্টিত প্ৰত্যাখান কৰাৰ হুংকাৰ প্ৰদান কৰিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থা আৰু চুতীয়া যুৱ সন্মিলন অসমে |

শনিবাৰে দিছপুৰ প্ৰেছ ক্লাবত দুয়োটা সংগঠনে এক যৌথ সংবাদমেল সম্বোধন কৰি চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰাই আগন্তুক বিধানসভাৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থী তালিকাত চুতীয়া জনগোষ্ঠী অধ্যুষিত সমষ্টিত জনগোষ্ঠীটোৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ নিদিয়াত ক্ষোভ প্ৰকাশ কৰে |

Apply Now

তেওঁ কয়, ‘পূৰ্বৰ কংগ্ৰেছৰ দৰেই বিজেপিয়ে চুতীয়া জনগোষ্ঠীক ৰাজনৈতিকভাৱে হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে | বিশেষকৈ ৬০ শতাংশৰো অধিক চুতীয়া জনগোষ্ঠীৰ ভোটাৰ থকা গোলাঘাট, সৰুপথাৰ, তিতাবৰ, টিয়ক, আমগুৰি আৰু লখিমপুৰ এটা সমষ্টিটো বিজেপিয়ে জনগোষ্ঠীৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ প্ৰদান নকৰি জনগোষ্ঠীক প্ৰতাৰণা কৰিছে |”

ইয়াৰ ফল বিজেপিয়ে আগন্তুক নিৰ্বাচন ভোগ কৰিব লাগিব বুলি তেওঁ সকিয়াই দিয়ে।

উল্লিখিত সমষ্টিকেইটাত জনগোষ্ঠীটোৰ একক সংখ্যাগৰিষ্ঠা থকা উপৰি যোৰহাট, মাহমৰা, মৰাণ, নাহকটীয়া, শদিয়া, লাহোৱাল, বিহপুৰীয়া, গহপুৰ, খুমটাই, মৰিয়নি, ডিগবৈ, জোনাই, ধেমাজি, ঢকুৱাখানা আৰু বৰাকৰ বদপুৰ বিধানসভা সমষ্টিত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি অহা বুলি বৰাই জানিবলৈ দিয়ে |

এনেক্ষেত্ৰত শাসকীয় বিজেপিয়ে জনগোষ্ঠীৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ প্ৰদান নকৰাতো দুৰ্ভাগ্যজনক আখ্যা দিয়ে বৰাই।

তেওঁ পুনৰ কয় “প্ৰতাৰক বিজেপিক আগন্তক নিৰ্বাাচনত উৎখাত কৰাৰ লক্ষ্য লৈছে চুতীয়া জনগোষ্ঠীয়ে | আমি বিজেপিত থকা জনগোষ্ঠীটোৰ সকলো নেতা-কৰ্মীক বিজেপি দল ত্যাগ কৰিবলৈ আহ্বান জনাইছো |”

অন্যান্য ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু আঞ্চলিক দল সমূহক চুতীয়া অধ্যুষিত সমষ্টিত জনগোষ্ঠীটোক সন্মান প্ৰদৰ্শন কৰিবলৈ চুতীয়া ছাত্ৰ সন্থাৰ সভাপতিজনে আহ্বান জনায় অন্যথা বিকল্প ৰাজনৈতিক চিন্তা কৰা হুংকাৰ প্ৰদান কৰে ৷

ইফালে, চুতীয়া অধ্যুষিত সমষ্টিত বিজেপিক জনগোষ্ঠীটোৰ প্ৰাৰ্থিত্ব দিবলৈ অনুৰোধ জনোৱাৰ পাছতো বিজেপিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি চুতীয়া যুৱ সন্মিলনৰ সম্পাদক নৃপেন খনিকৰে আগন্তুক নিৰ্বাচনত বিজেপিক প্ৰত্যুত্তৰ দিয়া হ’ব বুলি হুংকাৰ প্ৰদান কৰে |

জাহ্নৱী  বৰুৱা

জাহ্নৱী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd