• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ স্বাৰ্থত নাগৰিক সভা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 29, 2024 4:02 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ দেশৰ জটিল সন্ধিক্ষণত অনুষ্ঠিত হৈ থকা সাধাৰণ নিৰ্বাচনত সচেতন নাগৰিকৰ কৰ্তব্য” সম্পৰ্কত আলোচনা কৰিবলৈ এখন নাগৰিক সভাখন আহ্বান কৰা হয়। বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বৰপেটা জিলাৰ সদৰত আজিৰ এই সভাখন আয়োজন কৰা হৈছে।

এই নাগৰিক সভা’খনত সভাপতিত্ব কৰে বৰপেটাৰ বিশিষ্ট নাগৰিক ভূপতি ৰঞ্জন মুদৈ ,লগতে সভা’খনৰ উদ্দেশ্য বাখ্যা কৰে অধিবক্তা বিস্ময় দাসে।সভাৰ আৰম্ভণিতে যোৱা ২৭ এপ্ৰিলত বি, জে, পি শাসিত মণিপুৰত কত্তৰ্ব্যৰত CRPF জোৱান নাছিৰুদ্দিন ছৰকাৰৰ উগ্ৰপন্থীৰ হাতত অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। সভাই বৰপেটা জিলাৰ ভেল্লাৰ নিবাসী প্ৰয়াত নাছিৰুদ্দিনৰ অকাল বিয়োগত একমিনিট সময় মৌনতা অৱলম্বন কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ স্বাৰ্থত চলি থকা সাধাৰণ নিৰ্বাচনত আমি নাগৰিক সকলে সঠিক ভূমিকা পালন কৰিব লাগিব। আপোনালোকক নকলেও হয় যে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু অহা ৭ মেত আমাৰ বৰপেটা সমষ্টিত হবলগীয়া ভোটগ্ৰহণৰ দিনা আমি ভোটাধিকাৰৰ সুব্যৱহাৰ কৰি এই সমষ্টিৰ পৰা বৰ্তমানৰ শাসক মিত্ৰ- জোটৰ প্ৰাৰ্থীৰ বিৰুদ্ধে এজন সৎ, প্ৰগতিশীল, অভিজ্ঞ আৰু দক্ষ সাংসদ নিৰ্বাচন কৰি পঠিয়াবৰ বাবে সাজু হোৱাৰ প্ৰয়োজন। আমাৰ ভোটাৰ ৰাইজে বি,জে,পি নেতৃত্বাধীন শাসক মিত্ৰ- জোটৰ কুকৰ্মৰ উচিত শিক্ষা দিয়াৰ এয়ে সঠিক সময়।

Apply Now

আজিৰ নাগৰিক সভাখন অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযান,অসমৰ সহযোগত অনুষ্ঠিত কৰা হৈছে। এই সভাত অসম নাগৰিক সমাজৰ সম্পাদক তথা ভাৰত জোড়ো অভিযান, অসমৰ সমন্বয়ক – নিৱন্ধকাৰ আৰু NENOW নিউজ পৰ্টেলৰ মুখ্য সম্পাদক শ্ৰীযুত পৰেশ মালাকাৰ , অসম নাগৰিক সমাজৰ উপ সভাপতি তথা তথ্য- প্ৰযুক্তিবিদ শ্ৰীযুত দীপক গোস্বামী, গুৱাহাটী উচ্চ- ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা শ্ৰীযুত শান্তনু বৰঠাকুৰ বক্তা হিচাপে উপস্থিত থাকে। আৰু লগতে অসম নাগৰিক সমাজৰ আন কেইগৰাকীমান কৰ্মকৰ্তাও উপস্থিত থাকে।

সভাই আহ্বান জনায় যে দেশত গণতন্ত্ৰৰ বিপদ সৃষ্টি কৰা বি, জে, পি আৰু ইয়াৰ মিত্ৰ -জোটৰ দলক পৰাস্ত কৰাৰ বাবে বৰপেটা সমষ্টিত শক্তিশালী,দক্ষ বিৰোধী প্ৰাৰ্থী হিচাপে চি,পি,এমৰ মনোৰঞ্জন তালুকদাৰক সমৰ্থন আগবঢ়োৱাৰ প্ৰয়োজন। বৰপেটা লোকসভাৰ সমষ্টিত বামপন্থী প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰেহে শাসকীয় মিত্ৰ জোটৰ অ,গ,প ৰ প্ৰাৰ্থী গৰাকীক পৰাভূত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়েহে চৰম সুবিধাবাদী অ,গ,প দলৰ প্ৰাৰ্থী জনক পৰাস্ত কৰাৰ বাবে মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত আমি দায়িত্বশীল নাগৰিক সকল ওলাই অহাটো জৰুৰী প্ৰয়োজন হৈ পৰিছে বুলি সভাত বক্তা সকলে সবল যুক্তি প্ৰদৰ্শন কৰে।

খাদ্যদ্ৰব্যৰ আকাশ লঙ্ঘী মূল্যবৃদ্ধি, তীব্ৰ কৰ্মসংস্থানৰ সমস্যা,কৃষক- শ্ৰমিকৰ দুৰ্দশা,সাংবিধানিক অনুষ্ঠান সমূহৰ অৱক্ষয়, মহিলাৰ নিৰাপত্তাৰ সংকট, বে-আইনী কা জাপি দিয়াৰ অপচেষ্টা আদি সম্যসাৰ সঠিক প্ৰত্যুত্তৰ দিয়াৰ এই সুযোগ ভোটাৰ সকলে সতৰ্কতাৰে গ্ৰহন কৰিব বুলি সভা মতামত ব্যক্ত কৰে। লোকসভাৰ নিৰ্বাচনত ভোট দিয়াৰ সময়ত ওপৰত উল্লিখিত কথা কেইটা ভাবি চোৱা উচিত হব ,ভোটাৰ সকলক আবেদন জনায়। শাসক মিত্ৰ জোটৰ চৰকাৰৰ এনেবোৰ অপকৰ্মৰ প্ৰতিবাদ কৰিবলৈ সদল বলে ওলাই আহি বিৰোধীৰ শক্তিশালী, অভিজ্ঞ আৰু দক্ষ বাওঁপন্থী প্ৰাৰ্থীজনক ভোটদান কৰিব লৈ আবেদন জনায়। এই ক্ষেত্ৰত সকলো ভোটাৰ ৰাইজৰ সহযোগিতা কামনা কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd