• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অমিত শ্বাহৰ ঘোষণাক লৈ আক্ৰমণাত্মক তৰুণ গগৈ ||নাগৰিকত্ব বিধেয়ক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 10, 2019 3:52 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিতৰ্কিত নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত সোমবাৰে গুৱাহাটীত ভাৰতৰ গৃহ মন্ত্ৰী অমিত শ্বাহে কৰা ঘোষণাক লৈ আক্ৰমণাত্মক হৈ উঠিছে তৰুণ গগৈ।

অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰীজনৰ মতে, বিলখনক লৈ শ্বাহে কৰা ঘোষণাই “উত্তৰ-পূবৰ জাতীয় জীৱনৰ” ক্ষতি কৰিব; আৰু তেওঁ ইয়াৰ বিৰুদ্ধে জনজাগৰণৰ পোষকতা কৰিছে।

Apply Now

“এতিয়া আমি জাগিবৰ হৈছে। এওঁলোকে এতিয়া আমাক প্ৰলোভন দিব। কিন্তু অসমৰ বৃহত্তৰ স্বাৰ্থত আছুয়েই হওক বা সকলো পাহৰি এই সন্ধিখনত মাত মতাটো দৰকাৰ,” মঙলবাৰে সংবাদমেলত গগৈৰ মত।

বিধেয়কবিৰোধী পথত সদৌ অসম ছাত্ৰ সন্থাক লৈ আগবঢ়াৰ প্ৰস্তাৱো আগবঢ়াইছে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

“এন আৰ চি আছুক মূল হিচাপে লৈয়ে কৰিছিলো। কেবৰ বিৰুদ্ধে আছুক লগত লৈ আগবাঢ়ি যাব বিচাৰিছো,” এন আৰ চিক লৈ শেহতীয়া মন্তব্যৰে কংগ্ৰেছৰ ভিতৰচ’ৰাতে বিৰোধিতাৰ সন্মুখীন হোৱা বৰ্ষীয়ান নেতাগৰাকীয়ে কয়।

গগৈয়ে শ্বাহৰ ঘোষণাৰ কাৰণে অসমৰ মুখ্য মন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাক দায়ী কৰিছে।

“মূল দায়ী মুখ্য মন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মা। বিজেপি দলটোৱে সাহসেৰে যদি ক’লেহেঁতেন এই বিলখনে অসমৰ ক্ষতি কৰিব, তেনেহ’লে তেওঁলোকে (ৰাষ্ট্ৰীয় নেতৃত্বই) অলপ চিন্তা কৰিলে হয়,” গগৈয়ে কয়।

সোণোৱাল-হিমন্ত বিশ্বক সমালোচনাৰ বিপৰীতে অমিত শ্বাহৰ সন্মুখত “কথা ক’বলৈ সাহস কৰা” চুবুৰীয়া মেঘালয়, মণিপুৰ আৰু নাগালেণ্ডৰ মুখ্য মন্ত্ৰীক গগৈয়ে ধন্যবাদ জনাইছে।

বিধেয়কখনৰ বিৰোধিতা কৰি অহা শাসকীয় অংশীদাৰ অগপ সভাপতি অতুল বৰাকো গগৈয়ে টান সমালোচনা কৰিছে।

“আমাৰ কেইজনে ক্ষমতাৰ কাৰণে প্ৰকৃত সত্য কথাটো নক’লে। অগপ দলৰ অতুল বৰাৰো এষাৰ মাতিবলৈ সাহস নহ’ল। এইসকলক বদন বুলি ক’লেও বেয়া নহ’ব,” গগৈৰ মত।

আনহাতে, বিলখন যদি আনিবই লাগে, তেনেহ’লে এন আৰ চিখনক লৈ ভেঁকোভাওনা কিয় কৰিলে বুলিও গগৈয়ে প্ৰশ্ন কৰিছে।

গগৈৰ মতে, এন আৰ চিৰ “বিফলতা”ৰ বাবে চৰকাৰ আৰু গৃহ মন্ত্ৰীৰূপে অমিত শ্বাহ “দায়ী”।

“এন আৰ চিখনত গুৰুত্ব নিদিয়াৰ কাৰণে অমিত শ্বাহ দায়ী। ইয়াত এওঁলোক ফে’ল কৰিলে। গৃহ মন্ত্ৰী এই বিষয়ত ফে’ল কৰিলে,” তেওঁ কয়।

বিধেয়কখনে উত্তৰ-পূবত ৬ষ্ঠ অনুসূচী, সংবিধানৰ ৩৭১ অনুচ্ছেদ আৰু ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থাক অকাৰ্য্যকৰী নকৰে বুলি গৃহ মন্ত্ৰী শ্বাহে সোমবাৰে নেডা (North East Democratic Alliance)ৰ সন্মিলনত আশ্বাস দিছিল।

নেডাৰ ৪ৰ্থ সন্মিলনখনত উত্তৰ-পূবৰ আঠোখন ৰাজ্যৰ মুখ্য মন্ত্ৰীসকল আৰু মিত্ৰ দলৰ মুৰব্বীসকল উপস্থিত আছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd