DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বান সহায্য সংগ্ৰহৰ নামত জোৰ-জুলুম কৰা সকলৰ বিৰুদ্ধে কঠোৰ মহানগৰ প্ৰশাসন; প্ৰয়োজনত ল’ব আইনী ব্যৱস্থা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 24, 2019 5:55 pm
WhatsApp Image 2019-07-24 at 4.45.59 PM

বিশ্বজিৎ পেগু

1.9k
VIEWS
Share on FacebookShare on Twitter

কামৰূপ মহানগৰ প্ৰশাসন কঠোৰ হৈছে বান সাহায্য সংগ্ৰহৰ ক্ষেত্ৰত। এতিয়াৰ পৰা বান সাহায্যৰ নামত ৰাইজক কোনেও জোৰ-জুলুম কৰিব নোৱাৰিব।

সংবাদ মাধ্যমলৈ বুধবাৰে প্ৰেৰণ কৰা এক নিৰ্দেশনা যোগে কামৰূপ(মেট্ৰো)ৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় “বানপীড়িত অঞ্চলৰ অসহায় লোকসকলক সাহায্য প্ৰদানৰ নাম লৈ এচাম লোক আৰু সংগঠনে ৰাইজৰ পৰা জোৰ-জুলুমকৈ ধন, বৰঙণি সংগ্ৰহ কৰাৰ অভিযোগ মহানগৰ জিলা প্ৰশাসনে লাভ কৰিছে”।

এই ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰি মহানগৰ জিলা প্ৰশাসনে কয় “বান সাহায্য তথা আৰ্তজনৰ সেৱাৰ নাম লৈ কোনো ব্যক্তি বা সংগঠনে ৰাইজৰ পৰা জোৰ জুলুমকৈ যাতে ধন সংগ্ৰহ নকৰে।”

অসাধুভাৱে ধন তথা বৰঙণি সংগ্ৰহ কৰা ব্যক্তি নাইবা সংগঠনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হ’লে প্ৰয়োজনত আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে উপায়ুক্ত গৰাকীয়ে।

উল্লেখযোগ্য যে, চলিত বানপানীত অসমত প্ৰায় ২৬ লাখতকৈও অধিকলোক আক্ৰান্ত হৈছে আৰু বৰ্তমানলৈ ৬৮ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

চৰকাৰে জিলা প্ৰশাসনৰ সহযোগত বান আক্ৰান্ত ৰাইজক সহায় কৰি অহাৰ লগতে বেচৰকাৰী সংস্থা তথা সংগঠনসমূহেও বন্যাক্ৰান্তক অহৰহ সহায় আগবঢ়াই আছে।

Recent News

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

Hiren Gohain

বিশ্বায়ন আৰু বিশ্বব্যাপি দাৰিদ্ৰ্য

কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচন: ২৬ টা সমষ্টিৰ ভিতৰত ২২ টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ

কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচন: ২৬ টা সমষ্টিৰ ভিতৰত ২২ টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ

Dog Helps Monkey

শত্ৰুতাৰ অৱসান; স্বাক্ষৰিত হ’ল মিত্ৰতাৰ চুক্তি! নিজ পিঠিত তুলি নতুন মিত্ৰক বিশেষ অভিযানত সহায়: চাওক ভিডিঅ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd