• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কামাখ্যা ধামত দেশৰ মুখ্য ন্যায়াধীশ এছ এ ব’বডে; আশীৰ্বাদ ল’লে মা কামাখ্যাৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , December 20, 2020 12:15 pm

1 min read

WhatsApp Image 2020-12-20 at 11.50.51 AM

কামাখ্যা মন্দিৰ দৰ্শনৰ সময়ত দেশৰ মুখ্য ন্যায়াধীশ এছ এ ব'বডেই। ফটো: নৰ্থইষ্ট নাও।

229
VIEWS
Share on FacebookShare on Twitter

আজি পুৱাই নীলাচল পাহাৰত অৱস্থিত কামাখ্যা ধামত উপস্থিত হয় উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ব’বডে।

পুৱা ৯মান বজাত মন্দিৰত উপস্থিত হৈ মুখ্য ন্যায়াধীশগৰাকীয়ে মন্দিৰ দৰ্শন কৰে।

দেশৰ মুখ্য ন্যায়াধীশ ব’বডে অহাৰ বাবে মা কামাখ্যা ধামত পুৱাৰে পৰা গঢ়ি তোলা হয় কটকটীয়া নিৰাপত্তা বেষ্টনী।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱাৰ পাছত প্ৰথমবাৰলৈ অসম ভ্ৰমণ কৰিছে ব’বডেই।

শনিবাৰে তেওঁ দুদিনীয়া ভ্ৰমণ সূচীৰে আহি অসমত উপস্থিত হয়হি। প্ৰথমে খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এক কাৰ্যসূচীত ভাগ লয়।

খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী আইন মহাবিদ্যালয়ত বন সংৰক্ষক বিষয়ৰ এক আলোচনা চক্ৰত ভাগ লয় য’ত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰামৰ ন্যায়িক বিষয়াৰ লগতে বন বিভাগৰ শীৰ্ষ বিষয়া উপস্থিত আছিল।

আজি বিয়লি ভাগত তেওঁ মিজোৰামলৈ যাব আৰু তাত দুদিন কটাই বুধবাৰে ত্ৰিপুৰালৈ ৰাওনা হ’ব।

মুঠ চাৰিদিনীয়া  উত্তৰপূব ভ্ৰমণসূচীৰে ১৯ ডিচেম্বৰত অসমত উপস্থিত হোৱা ব’বডেৰ অহা ২৩ ডিচেম্বৰত উত্তৰ-পূব ভ্ৰমণৰ অন্ত পৰিব আৰু পোনে পোনে তেওঁ কলকাতালৈ ৰাওনা হ’ব।

Recent News

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

মৰিগাঁও আৰু টীয়কত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

মৰিগাঁও আৰু টীয়কত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd