• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘এয়া ষ্টেচন নহয়, বিচাৰিলেই যিকোনো ৰে’লত উঠিব নোৱাৰি’, অধিবক্তাক শিষ্টাচাৰ শিকালে মুখ্য ন্যায়াধীশে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 30, 2024 9:00 am
দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়। ফটোঃ সংগ্ৰহীত।

দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়। ফটোঃ সংগ্ৰহীত।

10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ অধিবক্তাৰ ব্যৱহাৰক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়। ভৰ্তি আদালত কক্ষত তেওঁ অধিবক্তাগৰাকীক কঠোৰ সকীয়নি দিয়ে। তাৰ লগতে মুখ্য ন্যায়াধীশগৰাকীয়ে আদালতৰ কক্ষত শিষ্টাচাৰ কেনেকৈ পালন কৰিব লাগে সেই সম্পৰ্কেও ‘পাঠ’ দিয়ে। অধিবক্তাগৰাকীক সম্বোধন কৰি তেওঁ কয় যে ই (আদালত কক্ষ) কোনো ৰে’ল ষ্টেচন নহয়, য’ত আপুনি বিচৰামতে যিকোনো ৰে’লত উঠিব পাৰে।’

বাতৰি অনুসৰি, সোমবাৰে বিয়লি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কক্ষত এটা গোচৰৰ শুনানি চলি আছিল। সেই সময়ত আদালতত উপস্থিত থকা এগৰাকী অধিবক্তাই থিয় হৈ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠক সম্বোধন কৰি কয় যে তেওঁ ন্যায়িক ব্যৱস্থাৰ সংস্কাৰৰ বাবে জনস্বাৰ্থৰ মামলা দাখিল কৰিছে। এই গোচৰৰ শুনানিৰ তাৰিখ এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই। তেওঁ এই গোচৰৰ দ্ৰুত শুনানি বিচাৰে বুলিও কয় অধিবক্তাগৰাকীয়ে।

লগতে পঢ়কঃ আজিয়েই পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব ১৩০ ফুট দৈৰ্ঘ্যৰ গ্ৰহাণু; জনাইছে নাছাই

Apply Now

শুনানিৰ সময়ত মুখ্য ন্যায়াধীশগৰাকীয়ে এনে এক তালিকাভুক্ত নোহোৱা বিষয়ৰ কথা উল্লেখ কৰাত ক্ষুব্ধ হৈ পৰে। সংশ্লিষ্ট অধিবক্তাক সম্বোধন কৰি তেওঁ কয়, “আপুনি কোনো ষ্টেচনতে থিয় হৈ থকা নাই যে আপুনি ইচ্ছামতে ৰে’লত উঠিব পাৰে। আপুনি এজন চিনিয়ৰৰ লগত কথা পাতি আদালতত কেনেকৈ আচৰণ কৰিব লাগে শিকক।”

মুখ্য ন্যায়াধীশৰ ককৰ্থনাৰ পিছতো হাৰ নামানিলে অধিবক্তাগৰাকীয়ে। তেওঁ কয় যে “মই ন্যায়িক ব্যৱস্থাৰ বিৰোধী নহয়, কিন্তু ন্যায় ব্যৱস্থাৰ উন্নতি বিচাৰো।”

তেওঁৰ কথা শুনি মুখ্য ন্যায়াধীশে তেওঁ কত প্ৰেকটিছ কৰে জানিব বিচাৰে? তেওঁ জনায় যে তেওঁ উচ্চ ন্যায়ালয় আৰু নিম্ন আদালতত প্ৰেকটিছ কৰে। তেতিয়া মুখ্য ন্যায়াধীশে প্ৰশ্ন কৰে যে তেওঁ কিয় আদালতৰ শিষ্টাচাৰৰ প্ৰশিক্ষণ দিব পৰা জ্যেষ্ঠ এজনৰ সৈতে কাম নকৰে?

লগতে পঢ়কঃ আহক আমি গান্ধীজীৰ আদৰ্শ চাৰিওফালে বিয়পাই দিওঁ! আহ্বান ৰাজ্যৰ ৪৫৫ গৰাকী বিশিষ্ট ব্যক্তিৰ

সোমবাৰে অধিবক্তাক শিকনি দিওঁতে মুখ্য ন্যায়াধীশে পুৰণি ঘটনা উত্থাপন কৰে। চলিত মাহৰ আৰম্ভণিতে মুখ্য ন্যায়াধীশগৰাকীয়ে আদালতৰ কক্ষত উচ্চস্বৰত কথা কোৱাৰ বাবে এজন অধিবক্তাক ধমক দিছিল। অধিবক্তাক কণ্ঠস্বৰ কমাবলৈ নিৰ্দেশ দিলিছিল। মুখ্য ন্যায়াধীশৰ ‘ধমক’ শুনি খৰখেদাকৈ ক্ষমা বিচাৰিছিল অধিবক্তাগৰাকীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

June 7, 2026 9:33 am
অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

June 7, 2026 9:33 am
অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd