• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিৰ অতিৰিক্ত খচৰা : আজিৰে পৰা আৰম্ভ হ’ব দাবী, শুনানি প্ৰক্ৰিয়া

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 5, 2019 9:35 am

2 min read

315-1140x570

এন আৰ চিৰ শুনানি প্ৰক্ৰিয়াৰ ফাইল ফটো।

1.6k
VIEWS
Share on FacebookShare on Twitter

এন আৰ চিৰ চূড়ান্ত খচৰাত নাম থকাৰ পাছত কৰ্তন হোৱা তথা অতিৰিক্ত খচৰাত নাম অহা লোকসকলে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে আজিৰে পৰা দাবী দাখিল কৰিব পাৰিব আৰু সমান্তৰালভাৱে ইয়াৰ শুনানিও অনুষ্ঠিত হ’ব।

২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশ পোৱা এন আৰ চিৰ চূড়ান্ত খচৰাত অযোগ্যভাৱে বহু লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ পাছত ইয়াৰ পৰা প্ৰায় ১,০২,৪৬২গৰাকী লোকক চূড়ান্ত খচৰাৰ পৰা বাদ দি এই বাদ পৰা লোকসকলৰ এখন অতিৰিক্ত খচৰা যোৱা ২৬ জুনত প্ৰকাশ কৰা হয়।

অতিৰিক্ত খচৰাত নাম থকা এই লোকসকলৰ বাসস্থানৰ ঠিকনাত তেওঁলোকে বাদ পৰাৰ কাৰণ, দাবী উত্থাপন তেওঁলোকে ক’ত, কেতিয়া কৰিব পাৰিব তাৰ সৱিশেষ জনাই একোখনকৈ জাননী জাৰি কৰা বুলি জানিব পৰা গৈছে।

ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই উক্ত লোকসকলে দাবী দাখিল কৰাৰ সমান্তৰালকৈ শুনানি প্ৰক্ৰিয়াও সম্পন্ন কৰিবলৈ নিষ্পত্তিকাৰী বিষয়াসকলক নিৰ্দেশ দিছে। তদুপৰি, উপযুক্ত নথি-পত্ৰ তথা সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰি দাবী নিষ্পত্তি সম্পন্ন কৰি ঊৰ্দ্ধতন কৰ্তৃপক্ষৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

প্ৰয়োজন অনুসৰি অতিৰিক্ত নিষ্পত্তিকাৰী বিষয়া নিয়োগ কৰিবলৈকো উপায়ুক্তসকলক পৰামৰ্শ দিছে ৰাজ্যিক সমন্বয়কগৰাকীয়ে। আনহাতে, এসপ্তাহৰ ভিতৰত এই দাবী দাখিল তথা শুনানি প্ৰক্ৰিয়া সম্পন্ন কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।

ইপিনে, এই শুনানি প্ৰক্ৰিয়াৰ ফলাফল অহা ৩১ জুলাইৰ ভিতৰত প্ৰকাশ পাবলগীয়া চূড়ান্ত এন আৰ চিতহে প্ৰতিফলিত হ’ব।

Recent News

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd