DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 8, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁও প্ৰশাসন আৰু টেম্প’ চালকৰ সংঘাতে সমস্যাৰ সৃষ্টি কৰিছে সাধাৰণ যাত্ৰী তথা ছাত্ৰ-ছাত্ৰীৰ

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
June 24, 2019 5:12 pm
VideoCapture_20190624

ফটো : নৰ্থ-ইষ্ট নাও

1.1k
VIEWS
Share on FacebookShare on Twitter

নগাঁও প্ৰশাসন আৰু টেম্প’ চালকৰ সংঘাতে জলাকলা খুৱাইছে একাংশ সৰ্বসাধাৰণ যাত্ৰী তথা ছাত্ৰ-ছাত্ৰীক। নগাঁও জিলাৰ উৰিয়াগাঁও, পুৰণিগুদাম, চামগুৰি আদি ঠাইৰ টেম্প’ চালকে সোমবাৰৰ পৰা আৰম্ভ কৰা দুদিনীয়া ধৰ্মঘট কাৰ্যসূচীৰ বাবে অঞ্চলটোত টেম্প’ সমূহৰ চলাচল ব্যাহত হৈ পৰাৰ ফলতেই সৃষ্টি হৈছে এই পৰিস্থিতিৰ।

উল্লেখ্য যে, নগাঁও প্ৰশাসনে চহৰখনৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে চহৰখনৰ ভিতৰৰ উপপথৰে টেম্প’ সমূহ উভতি যাবৰ বাবে নতুনকৈ জাৰি কৰা নিৰ্দ্দেশনাৰ ফলত টেম্প’ৰে যাতায়াত কৰা যাত্ৰীসকলৰ লগতে চামগুৰি তথা পুৰণিগুদামৰ বৃহত্তৰ অঞ্চলৰ পৰা নগাঁও চহৰলৈ নিতৌ অহা-যোৱা কৰা ছাত্ৰ-ছাত্ৰী সকলে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

ইফালে নগাঁও প্ৰশাসনৰ এই সিদ্ধান্তৰ ফলত চূড়ান্ত ভাৱে অসন্তুষ্ট হৈ পৰিছে টেম্প’ চালক সকল। আনহাতে নগাঁৱৰ পুৰণিগুদামৰ কেঞাপট্টীত পুৱাৰে পৰা অৱস্থান ধৰ্মঘট কৰা একাধিক টেম্প’ সহ চালক সকলে নগাঁও প্ৰশাসনে টেম্প’ চলাচলৰ ক্ষেত্ৰত জাৰি কৰা নতুন নিৰ্দেশনা পুনৰ বিবেচনাৰ বাবে প্ৰশাসনক আহ্বান জনায়।

উল্লেখ্য যে পৰৱৰ্তী সময়ত প্ৰশাসনৰ এই হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত ব্যাপক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰিছে ক্ষুভিত টেম্প’ চালকসকলে।

Recent News

টিপং কয়লাখনিৰ পৰা ১ কোটিৰো অধিক মূল্যৰ লোহা চুৰি; সাংবাদিকৰ বিৰুদ্ধে বিৰূপ মন্তব্য মহকুমা আৰক্ষীৰ

টিপং কয়লাখনিৰ পৰা ১ কোটিৰো অধিক মূল্যৰ লোহা চুৰি; সাংবাদিকৰ বিৰুদ্ধে বিৰূপ মন্তব্য মহকুমা আৰক্ষীৰ

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd