• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ পৰিষ্কাৰ ৰে’ল ষ্টেশ্যন : ৰে’ল মন্ত্ৰ্যালয়ৰ সমীক্ষাত তালিকাৰ ২১ নম্বৰ স্থানত গুৱাহাটী

এন ই নাও নিউজ by এন ই নাও নিউজ
August 19, 2018 10:39 am
গুৱাহাটী ৰে'ল ষ্টেশ্যন
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব আৰোপ কৰি বিভিন্ন সময়ত সমীক্ষাৰ জৰিয়তে ইয়াৰ মান নিৰূপণৰ ব্যৱস্থা কৰি আহিছে। ইয়াৰে অংশ হিচাপে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰ্যালয়ে ৰে’ল ষ্টেশ্যনসমূহৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত চলোৱা এটা সমীক্ষা প্ৰকাশ কৰিছে।

এই সমীক্ষাত দেশৰ পৰিষ্কাৰ ৰে’ল ষ্টেশ্যনসমূহৰ তালিকাত স্থান লাভ কৰিছে গুৱাহাটী ৰে’ল ষ্টেশ্যনে। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা সমীক্ষা অনুসৰি দেশৰ পৰিষ্কাৰ ৰে’ল ষ্টেশ্যনসমূহৰ তালিকাত গুৱাহাটী ৰে’ল ষ্টেশ্যনে ২১ নম্বৰ স্থান লাভ কৰিছে।

Apply Now

আনহাতে সমীক্ষাটোত দেশৰ ভিতৰতে পৰিষ্কাৰ ৰে’ল ষ্টেশ্যনৰ তালিকাত প্ৰথম স্থান লাভ কৰিছে যোধপুৰ ৰে’ল ষ্টেশ্যনে।

দেশৰ ৰে’ল ষ্টেশ্যনসমূহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সা-সুবিধাসমূহক সামৰি  চলোৱা সমীক্ষাটোত গুৱাহাটী ৰে’ল ষ্টেশ্যনে ১০০০ পইণ্টৰ ভিতৰত ৮৬৩.৬৮ পইণ্ট লাভ কৰি ২১ নম্বৰ স্থান লাভ কৰিছে।

এই ক্ষেত্ৰত ১০০০ পইণ্টৰ ভিতৰত যোধপুৰ ৰে’ল ষ্টেশ্যনে ৯.৭৭.৯৭ পইণ্টেৰে প্ৰথম, জয়পুৰ ৰে’ল ষ্টেশ্যনে ৯৭২.৩০ পইণ্টেৰে দ্বিতীয় আৰু তিৰুপতি ৰে’ল ষ্টেশ্যনে ৯৬৪.৯৬ পইণ্টেৰে তালিকাত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

আনহাতে, সমীক্ষাটোত ‘এ’ কেটেগৰী ৰে’ল ষ্টেশ্যনৰ তালিকাত ৰাজ্যখনৰ আন নটা ৰে’ল ষ্টেশ্যনৰ নামো অন্তৰ্ভুক্ত হৈছে।

সেই অনুসৰি এই তালিকাত বঙাইগাঁও ৰে’ল ষ্টেশ্যনে ৮৪ নম্বৰ, কামাখ্যা ৰে’ল ষ্টেশ্যনে ৮৬ নম্বৰ, বৰপেটাৰোড ৰে’ল ষ্টেশ্যনে ১১৫ নম্বৰ, ৰঙিয়া  ৰে’ল ষ্টেশ্যনে ১২০ নম্বৰ, যোৰহাট ৰে’ল ষ্টেশ্যনে ২১৬ নম্বৰ, শিলচৰ  ৰে’ল ষ্টেশ্যনে ২৫৬ নম্বৰ, লামডিং  ৰে’ল ষ্টেশ্যনে ২৫৯ নম্বৰ, তিনিচুকীয়া ৰে’ল ষ্টেশ্যনে ২৯৫ নম্বৰ আৰু ডিব্ৰুগড় ৰে’ল ষ্টেশ্যনে ৩০৫ নম্বৰ স্থান লাভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd