• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Climate Change : জলবায়ু পৰিবৰ্তনৰ ভয়াৱহ প্ৰভাৱ : কাৰ্বি আংলঙত হ্ৰাস পাইছে সুমথিৰাৰ উৎপাদন, অসহায় খেতিয়ক

উত্তম শইকীয়া ,বোকাখাত by উত্তম শইকীয়া ,বোকাখাত
November 6, 2021 8:15 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Climate Change : গোলকীয় উষ্ণতাৰ বাবে হোৱা জলবায়ুৰ পৰিৱৰ্তনে দেশৰ লগতে অসমৰ বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পেলাইছে ৷ জলবায়ুৰ ভয়ংকৰ পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতাই এতিয়া বাৰুকৈয়ে প্ৰভাৱিত কৰিছে অসমৰ কৃষকক ৷

বিশেষকৈ ৰাজ্যখনৰ পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাৰ সুমথিৰা খেতিত এইবাৰ বাৰুকৈয়ে লোকচান ভৰিব লগা হৈছে সুমথিৰাৰ কৃষকে ৷

কাৰ্বি আংলং জিলাৰ কালিয়নী, চাচেন টংৰি আৰু দৈগ্ৰোং নদীৰ উপত্যকাৰ বিভিন্ন স্থানত উৎপাদিত হোৱা সুমথিৰাই সাধাৰণতে স্থানীয় বজাৰ খনৰ চাহিদা পুৰণ কৰি আহিছিল ৷

Apply Now

কিন্তু এইবাৰ সুমথিৰা ফুলাৰ বতৰ আৰু ফল লগাৰ সময়তে হোৱা জলবায়ুৰ পৰিৱৰ্তন আৰু প্ৰচণ্ড উত্তাপৰ বাবে বেছি ভাগ সুমথিৰা টেঙা কলিতেই নষ্ট হয় ৷ যাৰ বাবে মুৰে কপালে হাত দিব লগা হৈছে কাৰ্বি আংলং জিলাৰ সুমথিৰা খেতিয়কে ৷ বহু টকাৰ লোকচান ভৰিব লগা হৈছে ৷

অঞ্চলটোৰ চাৰিসুঁতি, বৰলাংচ’, চাচেন টংঙৰি বা খানাৰি আদি অঞ্চলৰ সুমথিৰা বাগান বোৰে স্থানীয় লোকক আৰ্থিক ভাৱে স্বাৱলম্বন কৰাৰ লগতে কাৰ্বি আংলঙৰ জৈৱ তন্ত্ৰতো গুৰুত্বপুৰ্ণ ভুমিকা লৈ আহিছিল ৷ এই ব্যক্তিগত সুমথিৰা বাগিচাবোৰ ৰক্ষাৰ বাবে কাৰ্বি আংলং জিলাৰ প্ৰশাসন বা জিলা কৃষি বিভাগে কোনো আঁচনিয়েই হাতত নল’লে ৷

Also read : Covid Update ৰাজ্যত নতুনকৈ কোভিডত কিমান আক্ৰান্ত হ’ল; ২৪ ঘন্টাত মৃত্যু কিমানজনৰ?

কেতিয়াবা যদি লৈছিলো তেনেবোৰ আঁচনিয়ে ঢুকিয়েই নাপালে এই বোৰ অঞ্চলৰ সুমথিৰাৰ খেতিয়কক ৷ এই অঞ্চলবোৰৰ পথ যোগাযোগ অতি পুতৌজনক ৷ তাৰ মাজতে অতি কষ্টৰে বছৰ বছৰ ধৰি সুমথিৰা উৎপাদন কৰি আহিছে স্থানীয় লোকে ৷

পৰম্পৰাগত কৃষি পদ্ধতিৰেই পাহাৰৰ বুকুত সুমথিৰা উৎপাদন কৰি আহিছিল ৷ পথৰ কোনো ব্যৱস্থা নাথাকিলেও স্থানীয় বজাৰলৈ উলিয়াই দিছিল সুমথিৰা ৷ এই বাৰ যেন তাৰ ব্যতিক্ৰম ৷ বাগিচাবোৰত নাই সুমথিৰা ৷

কাৰ্বি আংলং জিলাৰ সুমথিৰা উৎপাদিত অঞ্চল বোৰত আস্বভাৱিক ভাৱে সুমথিৰা নোহোৱাৰ ঘটনাই এতিয়া চিন্তাত পেলাইছে কৃষকক ৷ জলবায়ু পৰিবৰ্তনৰ বাবে হোৱা লোকচানৰ পিচত বহু খেতিয়কে সুমথিৰা খেতিৰ পৰিৱৰ্তে আন কোনো কৃষিৰ পৰিকল্পনাও কৰিছে ৷

হাজাৰ হাজাৰ বিঘা সুমথিৰা বাগিচাৰ পৰা সুমথিৰা অপসাৰিত হৈ অন্য কোনো কৃষিয়ে স্থান দখল কৰিলে কাৰ্বি আংলং জিলাৰ জৈৱতন্ত্ৰ আৰু পাৰি পাৰ্শ্বিকতাৰ ওপৰতো প্ৰভাৱ পেলোৱাৰ পুৰ্ণ সম্ভাৱনা আছে ৷

Also read : দলৰ গোপন তথ্য বুকীক যোগান ধৰি নিষিদ্ধ হ’ল প্ৰশিক্ষকৰ দায়িত্বত থকা এইজন তাৰকা ক্ৰিকেটাৰ

উত্তম শইকীয়া ,বোকাখাত

উত্তম শইকীয়া ,বোকাখাত

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

August 29, 2026 7:00 am
গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

August 28, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

August 29, 2026 7:00 am
গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd