• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাতৰিৰ পোনপটীয়া সম্প্ৰচাৰ চলি থকাৰ মাজতে ভাঙি পৰিল দলং,কি কৰিলে মহিলা সাংবাদিকে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 16, 2020 7:11 am
reporter-bridge-collapse
750
VIEWS
Share on FacebookShare on Twitter

টেলিভিছনত তেতিয়া দলং এখনৰ বিষয়ে পোনপটীয়াকৈ বাতৰি সম্প্ৰচাৰ কৰা হৈছিল।

দলঙৰ তলেৰে বৈ গৈছে এখন খৰ স্ৰোতা নৈ। পানীৰ সোঁতৰ খুন্দাত দলং খনৰ এটা অংশ খহি  পৰো খহি পৰো অৱস্থাত আছে।

মহিলা সাংবাদিক এগৰাকীয়ে দলং খনৰ বিধ্বস্ত ৰূপটো দেখুৱাবলৈ দলঙৰ হালি যোৱা অংশটোৰ নিচেই কাষলৈ গৈ সেই বিষয়ে বৰ্ণনা দিয়াত ব্যস্ত।

সেই সময়তে হঠাতে খহি পৰিল দলং খনৰ হালি যোৱা অংশটো। সৌভাগ্যক্ৰমে মহিলা সাংবাদিক গৰাকী নৈ খনত পৰি নোহোৱাকৈ থাকিল।

শিহৰণ সৃষ্টিকাৰী এই ঘটনাটো সংঘটিত হৈছে আমেৰিকাত। আমেৰিকাৰ উত্তৰ কেৰোলিনাৰ আলেকজাণ্ডা প্ৰদেশৰ  বিস্তীৰ্ণ অঞ্চল এতিয়া প্ৰলংকৰী বানৰ কৱলত পৰিছে।

বানৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে হিডেনিট সেঁতু। সেই দলং খনৰ বিষয়েই বাতৰি পৰিৱেশন কৰিবলৈ গৈছিল ‘ফক্স ৪৬’ নামৰ টেলিভিছন চেনেলটোৰ মহিলা সাংবাদিক আম্বাৰ ৰবাৰ্টছ।

I am SO #thankful me and my @FOX46News #photojournalist, @JonMonteFOX46 are okay. I'm sending #prayers up to the people of #Alexander #County impacted by today's #flooding. pic.twitter.com/9KxABhpQyB

— Amber Roberts (@AmberRobReports) November 13, 2020

দলং খনৰ হালি পৰা অংশটো ভাগি পৰাৰ পিছতো অলপো শংকিত নহৈ সাংবাদিক গৰাকীয়ে মাত্ৰ কৈছে’ এইখন ভাগি পৰিল’। ইয়াৰ পিছতে পুনৰ পূৰ্বৰ ভংগীতে মহিলা সাংবাদিক গৰাকীয়ে চলাই গ’ল তেওঁৰ অনুষ্ঠান।

মহিলা সাংবাদিক গৰাকীৰ এনে পেছাদাৰিত্বক বহুতে প্ৰশংসা কৰিছে যদিও বহুতে আকৌ প্ৰাণৰ সংশয় থকাৰ পিছতো সেই ঠাইলৈ যোৱাৰ বাবে মহিলা সাংবাদিক গৰাকীক তিৰস্কাৰ কৰাও দেখা গৈছে।

যি কি নহওঁক,কামৰ সময়ত আহি পৰা বাধাক যে কেতিয়াও গুৰুত্ব দিব নালাগে সেই কথাৰ উদাহৰণ সাংবাদিক আম্বাৰ ৰবাৰ্টছে ভালদৰেই দাঙি ধৰিবলৈ সক্ষম হৈছে।

সাংবাদিক গৰাকীয়ে দলং ভাগি পৰাৰ দৃশ্য তেওঁৰ টুইটাৰত প্ৰকাশ কৰিছে।

Recent News

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd