• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিয়াৰ নিশাই পাৰ্কত কইনাক জঘন্যভাৱে ধৰ্ষণ : শকত যুৱতীক ধৰ্ষণ কৰি অনুশোচিত নহয় ধৰ্ষণকাৰী!

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2021 3:45 pm
index.jpg
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাম তেওঁৰ চিক ফিলিপ লীচি। বয়স ৩২ বছৰ। পেচাত এজন ক্লাবাৰ। নিশা বিপদত পৰা লোকক সহায় কৰিও ভাল পায় তেওঁ।

অপৰাধ কৰাৰ পিছত দিয়া এক বিশেষ স্বীকাৰোক্তিৰ বাবে এই ফিলিপ এতিয়া চৰ্চালৈ আহিছে।

Apply Now

ক্লাবাৰ ফিলিপে নিশা এগৰাকী ২৬ বছৰীয়া কইনাক বিয়াৰ দিনাই সহায়ৰ প্ৰলোভনেৰে এখন পাৰ্কলৈ নি জঘন্যভাৱে ধৰ্ষণ কৰে।

ধৰ্ষিতা ন-কইনাৰ মতেই অতি জঘন্যভাৱে ফিলিপে তেওঁক ধৰ্ষণ কৰি এখন কাঠনীত পেলাই থৈ আহে। ঘটনাটো সংঘটিত হৈছে ইংলেণ্ডৰ মনচেষ্টাৰৰ।

চিচিটিভিৰ ফুটেজৰ দ্বাৰা আৰক্ষীয়ে যুৱতীগৰাকীৰ ধৰ্ষণকাৰী ফিলিপক যেতিয়া সন্দেহ কৰিছিল তেতিয়াই ফেইচবুকত যুৱতীগৰাকীৰ নাম উল্লেখ কৰি এক পোষ্ট দি দাবী কৰে যে যুৱতীগৰাকী শকত হোৱাৰ বাবেই তেওঁ তাইক ধৰ্ষণ কৰিছিল। কাৰণ তেওঁ শকত মানুহক ঘিণ কৰে। ফিলিপৰ মতে শকত যুৱতীগৰাকীয়েহে বোলে তেওঁক ধৰ্ষণ কৰিছিল, তেওঁ কৰা নাছিল।

“মই অকল এগৰাকীকে ধৰ্ষণ কৰা নাই। আৰু মোৰ কাৰণে ডাঙৰ কথা হ’ল মই শকত মানুহক ঘিণ কৰো।” ফিলিপে কয়।

ইমানতেই ক্ষান্ত থকা নাই উক্ত যুৱকজন। তেওঁ লগতে দাবী কৰে যে শকত মানুহৰ প্ৰতি তেওঁৰ কোনো আকৰ্ষণ নাই আৰু শকত মানুহৰ সৈতে শয়ন কৰাৰ পিছত তেওঁলোকক তেওঁ দলিয়াই থৈ আহে। অৰ্থাৎ শকত মানুহেৰে যৌন সম্পৰ্ক কৰি তেওঁলোকক তেওঁ অৱজ্ঞা কৰি আহিছে।

“এইটো বিৰ্তকিত কথা হ’ব পাৰে, কিন্তু এইটো মই ক’মেই যে শকত নাৰী মোৰ যৌন কামনাৰ প্ৰথম পচন্দ।” তেওঁ লগতে কয়।

ইফালে নিজৰ বাগদত্তৰ লগত বিয়াৰ হোৱা ভুক্তভোগী হতাশাগ্ৰস্ত যুৱতীগৰাকীয়ে আদালতত কয় যে, “তেওঁৰ(ধৰ্ষণকাৰী) এনে মন্তব্যই মোক নিজকে শেষ কৰি দিবলৈ প্ৰৰোচিত কৰিছিল।”

“ফেইচবুকৰ তেওঁৰ পোষ্টবোৰ দেখি মই দুখ, ভয় আৰু খং অনুভৱ কৰিছিলো, বিশেষকৈ তেওঁ মোৰ নাম প্ৰকাশ কৰি মোৰ ওজনৰ বিষয়ে অপমানসূচক মন্তব্য কৰিছিল আৰু মইহে তেওঁক ধৰ্ষণ কৰা বুলি কৈছিল।” নিৰ্যাতিতা যুৱতীগৰাকীয়ে আদালতত কয়।

আদালতত যুৱতীগৰাকীয়ে আৰু কয় যে যুৱকজনে তেওঁৰ বিয়াৰ দিনা ধৰ্ষণ কৰাৰ পিছত বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত পুৰুষৰ আগত উপস্থিত হ’বলৈ অস্বস্তি অনুভৱ কৰিছিল।

উল্লেখ্য যে ধৰ্ষণকাৰী যুৱকজনক ফেইচবুকত এইধৰণৰ পোষ্ট কৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱাৰ পিছতে যুৱকজনে নিজৰ স্মৃতি শক্তি হেৰুওৱা বুলিও দাবী কৰে।

আদালতৰ প্ৰ’ছিকিউটৰে কয় যে যুৱতীগৰাকী সেই সময়ত মদ্যপান কৰি আছিল আৰু যুৱকজনে উদ্দেশ্যপূৰ্ণভাৱে তেওঁক উদ্যানৰ পঢ়া ঠাই দেখুওৱাবলৈ বুলি নি নিৰ্জন ঠাইত ধৰ্ষণ কৰিছিল।

ইতিমধ্যে মানচেষ্টাৰৰ মিনশ্বীল ষ্ট্ৰীট আদালতে যুৱকজনক ধৰ্ষণৰ অপৰাধত ১১ বছৰৰ কাৰাদণ্ড বিহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd