• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বড়ো সশস্ত্ৰ সংগঠনৰ অস্ত্ৰ সম্বৰণ আৰু মূল সুতিলৈ প্ৰত্যাৱৰ্তন অনুষ্ঠানত মুখ্য মন্ত্ৰী সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
January 30, 2020 5:21 pm
Sonowal

অস্ত্ৰ সম্বৰণ অনুষ্ঠানত সোণোৱাল

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বড়ো জনগোষ্ঠী হ’ল অত্যন্ত সাহসী আৰু কষ্ট সহিষ্ণু। মই আজি অস্ত্ৰ সম্বৰণ কৰি মূল সুতিলৈ প্ৰত্যাৱৰ্তন কৰা এন ডি এফ বিৰ সকলো কেইটা গোটৰ সদস্য সকলক আন্তৰিক আদৰণি জনাইছো। লগতে তেওঁলোকক ৰাজ্যখনৰ তথা বিটিচি অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ বাবে ঐকান্তিকতাৰে কৰ্মত অৱতীৰ্ণ হোৱাৰ বাবে আহ্বান জনাইছো। কাৰণ বড়ো জনগোষ্ঠীৰ উন্নয়ন মানে অসমৰ সামগ্ৰিক উন্নয়ন,’’ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এন ডি এফ বিৰ সকলো কেইটা গোটৰ সদস্যৰ অস্ত্ৰ সম্বৰণ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

উল্লেখযোগ্য যে, আজি এন ডি এফ বিৰ সকলো কেইটা গোটৰ ১৬১৫ গৰাকী সদস্যই অস্ত্ৰ সম্বৰণ কৰি মূল সুতিলৈ উভতি আহিছে। ইয়াৰ ভিতৰত ৮৩৬ গৰাকী হ’ল এন ডি এফ বি (পি), ৫৭৯ গৰাকী এন ডি এফ বি (আৰ ডি) আৰু ২০০ গৰাকী হ’ল এন ডি এফ বি (এছ)ৰ সদস্য।

Apply Now

জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭২ সংখ্যক মৃত্যু দিৱসৰ দিনা এই অস্ত্ৰ সম্বৰণ কাৰ্য্যসূচী অনুষ্ঠিত হৈছে বুলি উল্লেখ কৰি আজিৰ দিনটোক মুখ্য মন্ত্ৰীয়ে এক ঐতিহাসিক দিন বুলি অভিহিত কৰে।

এই অস্ত্ৰ সম্বৰণ কৰি মূল সুতিলৈ উভতি অহা পদক্ষেপে বৃহত্তৰ বিটিচি অঞ্চলত শান্তি আৰু উন্নয়নৰ এক নতুন অধ্যয়ৰ সূচনা কৰিব বুলিও সোণোৱালে কয়।

‘‘আত্ম সমৰ্পনকাৰী উগ্ৰপন্থী সকলক নিয়োজনৰ সুবিধা প্ৰদানৰ বাবে এক সংহত পুনৰ সংস্থাপন নীতি প্ৰস্তুত কৰা হ’ব যাতে ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত এই মূল সুতিলৈ উভতি অহা উগ্ৰপন্থী সকলে অৰ্থৱহ অৰিহণা যোগাব পাৰে,’’ সোণোৱালৰ মন্তব্য।

আনহাতে, অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবত স্থায়ী শান্তি স্থাপনৰ দিশত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহে লোৱা পদক্ষেপৰ বাবে মুখ্য মন্ত্ৰী সোণোৱালে ধন্যবাদ জ্ঞাপন কৰাৰ উপৰি বড়ো শান্তি চুক্তিৰ দিশত ৰাজ্যৰ স্বাস্থ্য, বিত্ত, শিক্ষা ইত্যাদি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে লোৱা সক্ৰিয় পদক্ষেপৰ শলাগ লয়।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু আবছুৰ সভাপতি প্ৰমোদ বড়োই শান্তি চুক্তিয়ে বিটিচি অঞ্চলত স্থায়ী শান্তি আৰু উন্নয়নৰ লগতে ৰাজ্যখনত উন্নয়নত বিশেষভাবে সহায় কৰিব বুলি উল্লেখ কৰি তেওঁলোকে আত্ম সমৰ্পণকাৰী সদস্য সকলৰ বিপৰীতে থকা গোচৰ সমূহৰ শীঘ্ৰে সমাধানৰ পদক্ষেপ  ল’বলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়।

অস্ত্ৰ সম্বৰণ অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত, প্ৰমীলা ৰাণী ব্ৰহ্ম, নৱ কুমাৰ দলেকে ধৰি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু বহু কেইগৰাকী ৰাজ্য চৰকাৰৰ উচ্চস্তৰীয় বিষয়ববীয়া উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd