DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, September 23, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব শৰ্মালৈ ছিংগাপুৰৰ সন্মানীয় লি কুয়ান য়ু এক্সছেঞ্জ ফেল’শ্বিপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 17, 2023 9:15 pm
1k
VIEWS
Share on FacebookShare on Twitter

ৰাজহুৱা সেৱা আৰু উন্নয়নত নেতৃত্ব প্রদান কৰাৰ বাবে মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মালৈ ছিংগাপুৰৰ সন্মানীয় লি কুয়ান য়ু এক্সছেঞ্জ ফেল’শ্বিপ আগবঢ়োৱা হৈছে। 

লি কুয়ান য়ু ফেল’শ্বিপৰ অংশ হিচাপে মুখ্যমন্ত্ৰীক ছিংগাপুৰ ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। দেশৰ বিকাশ আৰু ছিংগাপুৰৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক আগুৱাই নিয়াৰ দিশত আগবঢ়োৱা অৱদানৰ সন্মান স্বৰূপে এই ফেল’শ্বিপ বিশিষ্ট ব্যক্তিসকলক প্ৰদান কৰি অহা হৈছে।

ছিংগাপুৰৰ প্রতিষ্ঠাপক প্ৰধানমন্ত্ৰী লি কুয়ান য়ু-এ ৰাষ্ট্ৰৰ প্ৰতি আগবঢ়োৱা অনৱদ্য অৱদানৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপনাৰ্থে লি কুয়ান য়ু এক্সছেঞ্জ ফেল’শ্বিপ প্রদান কৰি অহা হৈছে। এই ফেল’শ্বিপৰ পৃষ্ঠপোষক হৈছে ছিংগাপুৰৰ প্রধানমন্ত্ৰী।

উন্নয়ন আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰীতিৰ দিশত আগবঢ়োৱা অপৰিসীম ভূমিকাৰ বাবে  হিমন্ত বিশ্ব শৰ্মাক এই ফেল’শ্বিপৰ বাবে বাচনি কৰা হৈছে। এই ফেল’শ্বিপ লাভ কৰা মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা অসমৰ প্রথমগৰাকী মুখ্যমন্ত্ৰী। 

উল্লেখ্য যে পূৰ্বে এই ফেল’শ্বিপ প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ শ্বৌৰী, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু পৰিকল্পনা আয়োগৰ প্রাক্তন উপাধ্যক্ষ মনটেক সিং আলুৱালিয়াৰ দৰে বিশিষ্ট ব্যক্তিসকলে লাভ কৰিছে। 

১৯৯১ চনত প্ৰতিষ্ঠিত লি কুয়ান য়ু এক্সছেঞ্জ ফেল’শ্বিপৰ জৰিয়তে এই ফেল’শ্বিপ প্ৰাপকসকলক উচ্চ পৰ্যায়ৰ ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনোৱা হয়।

Recent News

India vs Australia

অনবদ্য ভাৰত: ম’হালীত থমকিল অষ্ট্ৰেলিয়া

চলন্ত টেক্সিত দলৱদ্ধভাবে ধৰ্ষণ ১৪ বছৰীয়া কিশোৰীক, গ্ৰেপ্তাৰ দুই অভিযুক্ত

চলন্ত টেক্সিত দলৱদ্ধভাবে ধৰ্ষণ ১৪ বছৰীয়া কিশোৰীক, গ্ৰেপ্তাৰ দুই অভিযুক্ত

Ramesh Bidhuri Danish Ali

ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান

বিপদ! নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ ভূমিস্খলন

বিপদ! নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ ভূমিস্খলন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd