• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাফলঙত স্থাপন কৰা হ’ব অসম বিশ্ববিদ্যালয় চৌহদ : মুখ্যমন্ত্ৰী

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
December 21, 2018 6:07 pm
CM Sarbananda Sonowal
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাফলংৰ লগতে গোটেই ডিমা হাছাও জিলাৰ সামগ্ৰিক উন্নয়নৰ বাৰ্তা বহন কৰি আজি হাফলঙত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰীৰ সম্পূৰ্ণ ভাষণত আছিল চৰকাৰৰ উন্নয়নৰ খতিয়ান। নতুন ঘোষণা হিচাপে আছিল অকল অসম বিশ্ববিদ্যালয়ৰ হাফলং চৌহদ স্থাপনৰ প্ৰতিশ্ৰুতি। হাফলং ভ্ৰমণত মুখ্যমন্ত্ৰীৰ ভ্ৰমণসঙ্গী আছিল পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ মন্ত্ৰী চুম ৰংহাং, ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু বিজেপি দলৰ মুখপাত্ৰ তথা ডিমা হাছাও বিজেপিৰ প্ৰভাৰী ৰামকৃষ্ণ ঘোষ।

আজি এখন বিশেষ হেলিকপ্টাৰেৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হাফলঙত উপস্থিত হৈ লালফিল্ডত নৱনিৰ্মিত অৰ্গেনিক মাৰ্কেট শ্বেড মুকলি কৰে। ইয়াৰ পাছত লালফিল্ডত এখন সাংগঠনিক কৰ্মী সভাত অংশ লয়। সাংগঠনিক সভা সামৰি মুখ্যমন্ত্ৰী সোণোৱালে টাউনৰাজিত বিজেপিৰ জিলা কাৰ্যালয় ‘বাজপেয়ী ভবন’ৰ দুৱাৰ মুকলি কৰে।

Apply Now

হাফলঙৰ লালফিল্ডত অনুষ্ঠিত কৰ্মী সভাত ভাষণত মুখ্যমন্ত্ৰী সোনোৱালে তেনে নতুন ঘোষণাৰ বিপৰীতে মোডী চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ খতিয়ান দাঙি ধৰাৰ উপৰিও নিজৰ চৰকাৰৰ উন্নয়নৰ কথা কয়। তেওঁ কয় যে বিজেপি চৰকাৰ ক্ষমতাত অহাৰ পাছত পাহাৰীয়া জিলাৰ প্ৰগতিৰ চকা ঘূৰিবলৈ ধৰে। তেওঁ কয় উমৰাংছুত এচিএছ একাডেমি স্থাপন কৰা হব। আনহাতে ৰাজ্যৰ ১৯ খন জিলাৰ লগতে ডিমা হাছাও জিলাতো নিৰ্মিত হ’ব কেন্সাৰ কেয়াৰ চেন্টাৰ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পাৰ্বত্য জিলাৰ ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ কথা বিবেচনা কৰি হাফলঙত অসম বিশ্ববিদ্যালয়ৰ চৌহদ স্থাপন কৰাৰ বাবে চৰকাৰে ব্যৱস্থা হাতত ল’ব বুলি ঘোষণা কৰে। লগতে তেওঁ উমৰাংছুৰ লংখুকত ৩৫০ মেগাৱাট বিজুলী শক্তি উৎপাদনক্ষম নামনি কপিলী জলবিদ্যুৎ প্ৰকল্পৰ কাম তৰাণ্বিত কৰাৰ কথাও ভাষণত উল্লেখ কৰে।

সভাত বক্তব্য আগবঢ়ায় পাৰ্বত্য পৰিষদৰ চিইএম দেবলাল গাৰ্লছাই। তেওঁ পৰিষদৰ নৰ্মাল কৰ্মচাৰী সকলৰ ১০ মাহৰ দৰমহাৰ ব্যৱস্থা কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে।

ইয়াৰ পাছত তেওঁ কয় ‘ ডিমা হাচাও জিলাত বিজেপি দলৰ উন্নয়নমূলক কাম-কাজ দেখি বিৰোধী ৰাজনৈতিক দল সংগঠনৰ ৰাতিৰ টোপনি নোহোৱা হৈছে। কিয়নো ৰাইজৰ ওচৰত তেওঁলোকৰ যোৱাৰ পথ বন্ধ হৈ পৰিছে। পথ-ঘাটৰ উন্নয়নৰ পৰা পৰিষদৰ কৰ্মচাৰীৰ বাকী থকা দৰমহা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা অধীনৰ পকীঘৰ, স্বাস্থ্য বীমা যোজনা, উজালা যোজনা ৰন্ধন গেছ আৰু গাঁৱে গাঁৱে বিদ্যুতৰ যোগান আদি হৈছে বিজেপি চৰকাৰৰ উন্নয়নমূলক কামৰ উদাহৰণ।

শেষত চিইএম দেবলাল গাৰ্লছাই কয় যে এক হেজাৰ কোটি টকীয়া কেলেংকাৰীৰ খলনায়ক আৰ এইচ্চ খানক পাৰ্বত্য পৰিষদৰ ফালৰ পৰা ক্লীনশ্বীট দিয়া সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে। কিন্তু তেওঁ কয় বিজেপি শাসিত পৰিষদে তেওঁক ক্লীনশ্বীট দিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে। কিয়নো দূৰ্নীতি কংগ্ৰেছ চৰকাৰৰ আমোলতহে সংঘটিত হৈছিল।

উল্লেখ্য যে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত পাৰ্বত্য পৰিষদৰ নিৰ্বাচন বা আন আন বিষয়ক লৈ কোনো বক্তব্য ৰখা মতা নাই মুখ্যমন্ত্ৰী সোণোৱালে। অকল উন্নয়নৰ জয়গানেৰে আবেলি ১-০০ বজাত মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ উদ্দেশ্যে যাত্ৰা কৰে।

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am
তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

September 25, 2026 11:00 am
এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

September 25, 2026 10:29 am
২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

September 25, 2026 9:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am
তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

September 25, 2026 11:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd