• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিজোৰামৰ সাংসদ কে ভানলালভেনাৰ গোচৰ প্ৰত্যাহাৰ কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 2, 2021 12:04 pm
Mizoram MP case withdrawl
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিজোৰামৰ সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে তৰা গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে।

এই সন্দৰ্ভত অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Apply Now

মাজনিশা টুইটাৰযোগে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

অসম আৰক্ষীৰ এটা দলে উচতনিমূলক মন্তব্য প্ৰদান কৰা মিজো সাংসদগৰাকীক দিল্লীত বিচাৰি গৈছিল যদিও দিল্লীৰ বাসভৱনত সাংসদগৰাকী বিচাৰি পোৱা নাছিল।

মুখ্যমন্ত্ৰী শৰ্মাই সাংসদগৰাকীৰ ওপৰত থকা গোচৰ প্ৰত্যাহাৰ কৰিলেও অসম আৰক্ষীয়ে আন মিজোৰাম আৰক্ষীৰ ওপৰত তৰা গোচৰ চলাই যাব বুলি জানিবলৈ দিয়ে।

1/2
To take this goodwill gesture ahead, I have directed @assampolice to withdraw FIR against K. Vanlalvena , Honble MP, Rajya Sabha from Mizoram. However cases against other accused police officers will be pursued.

— Himanta Biswa Sarma (@himantabiswa) August 1, 2021

উল্লেখ্য যে সংসদ ভৱনৰ বাকৰিৰ পৰাই অসমীয়াক গুলীওৱাৰ হুংকাৰ প্ৰদান কৰা মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনালৈ অসম আৰক্ষীয়ে চমন প্ৰেৰণ কৰিছিল।

চমনত অসম আৰক্ষীয়ে সাংসদগৰাকীক জবানবন্দী গ্ৰহণৰ বাবে কাচাৰৰ ধলাই থানালৈ মাতি পঠিয়াইছিল।

সাংসদ কে ভানলালভেনাই সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰৰ সময়তে অসমীয়াক গুলীওৱাৰ ভাবুকি দিছিল। ইয়াৰ পিছতে অসম আৰক্ষীৰ চিআইডিৰ চাৰি জনীয়া দল এটাই দিল্লীলৈ গৈছিল।

বিতৰ্কিত মন্তব্য কৰাৰ পিছৰে পৰা আত্মগোপন কৰা ভানলালভেনাৰ চৰকাৰী বাসভৱন আৰু দিল্লীস্থ মিজোৰাম ভৱনলৈ অসম আৰক্ষীৰ দলটোৱে সাংসদগৰাকীক বিচাৰি গৈছিল যদিও তেওঁক নাপাই বাসভৱন আৰু মিজোৰাম হাউচৰ দেৱালতে চমন খন আঁৰি থৈ আহিছিল।

কিছুদিন পূৰ্বে মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাই সংবাদ মাধ্যমৰ আগত সাক্ষাৎকাৰ দি থকাৰ সময়তে অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত অসম আৰক্ষীক গুলীয়াই হত্যা কৰাৰ কথা স্বীকাৰ কৰিছিল।

সাংসদ ভানলালভেনাই কৈছিল, ’আমি তাত তেওঁলোকক গুলীয়াইছিলো। তেওঁলোকে পুনৰ আমাৰ সীমা অতিক্ৰম কৰিলেই আকৌ গুলীয়াম। ভাগ্য ভাল যে আমি আটাইবোৰকে মাৰি নেপেলালো, তেওঁলোকে যদি পুনৰ আহে আমি এইবাৰ সকলোকে হত্যা কৰিম’।

অসম আৰক্ষীক এনেদৰে মুকলি প্ৰত্যাহ্বান জনোৱা সাংসদগৰাকীৰ ভাষ্যই দেশ জুৰি তোলপাৰ লগাইছিল।

ইপিনে সীমান্তত অসম আৰক্ষীৰ ওপৰত কৰা আক্ৰমণ সন্দৰ্ভত অস্ত্ৰ আইন 25(1-A) আৰু ৰাজহুৱা সম্পত্তি ধ্বংস প্ৰতিৰোধ আইনৰ ৩ নং ধাৰাৰ অধীনতো ভাৰতীয় দণ্ডবিধিৰ 120B, 447, 336, 379, 333, 307, 302ত ধলাই থানাত ২৭ জুলাইত গোচৰ ৰুজু কৰা হৈছে ৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd