• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকৰ ভোজ-ভাত:কি ক’লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই?

'মইতো নাখাওঁৱেই৷ মই যদি ক'ৰৱাত দিনত এখন ৰুটী খাওঁ সেইটোও ডাঙৰ কথা'

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও by প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও
November 26, 2021 3:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকৰ ভোজত ২৭ বিধ ব্যঞ্জন, পাঁচবিধ মাংস থকাৰ বিষয়টোকলৈ ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত নিজৰ মত প্ৰকাশ কৰিছে।

কেবিনেট বৈঠকৰ খোৱা বোৱা সম্পৰ্কত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় —কিছুমানে লিখিছে যে ইমান খুৱাইছে ? মইতো নাখাওঁৱেই৷ মই যদি ক’ৰৱাত দিনত এখন ৰুটী খাওঁ সেইটোও ডাঙৰ কথা৷ কৈছে বঙাইগাঁৱত ইমান খোৱা বস্তু দিছে ৷ এয়া বঙাইগাঁৱৰ ৰাইজৰ অতিথি পৰায়ণতাক সূচাইছে ৷বঙাইগাঁৱৰ ৰাইজৰ মন কিমান বহল ৷ ৰাইজ আহিছে ,অতিথি আহিছে ৷ আমাৰ অসমীয়া জীৱন হ’ল আমি যদি নিজেও খাবলৈ নাপাওঁ ,অতিথি আহিলে কিন্তু চাহ একাপ প্ৰায়ে দিয়া হয়েই ৷ যেতিয়া ঘৰত ভাল পোৱা মানুহ আহে তেতিয়াতো কথাই নাই ৷ গতিকে আমাৰ অসমীয়া অতিথি পৰায়ণতাৰ বঙাইগাঁৱৰ ৰাইজে আকৌ এবাৰ পৰিচয় দিছে ৷ ফণীভূষণ চৌধুৰীয়ে মোক কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক ইয়াত খুৱাইছো ,কিন্তু চৰকাৰৰ এটকাও লোৱা নাই দেই গতিকে বঙাইগাঁৱৰ ৰাইজৰ অতিথি পৰায়ণতাক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো ।

‘কিছুমান ব্যক্তিয়ে কৈছে যে কেবিনেট জিলালৈ কিয় লৈ যাব লাগে ? মইতো কৈছো যে কেবিনেট গাঁওলৈকে লৈ যাব লাগে ৷ কাৰণ আমি গাঁওৰ মানুহৰ ভোটত, চহৰৰ মানুহৰ ভোটতহে বিজয়ী হৈছো ৷ দিছপুৰৰ বন্ধ কোঠাৰ মাজত আৱদ্ধ থাকি অফিচাৰৰ ৰিপৰ্টৰ ওপৰত চৰকাৰ চলোৱাৰ আমাৰ অধিকাৰ নাই ‘—বঙাইগাঁও চহৰৰ বৰপাৰাত বিজেপি দলৰ নতুনকৈ নিৰ্মাণ কৰি উলিওৱা জিলা কাৰ্যালয় উদ্বোধন কৰি সভা এখনত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

Apply Now

মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত কয় যে ৰাইজৰ মাজত থাকি সাহসেৰে ৰাইজৰ লগত কথা পাতি, ভুল হলে ক্ষমা খুজি আৰু শুদ্ধ হলে ৰাইজৰ লগত আনন্দ বিতৰণ কৰি আমি চৰকাৰখনক আগুৱাই লৈ যাব লাগিব ৷ জনতাই হৈছে চৰকাৰৰ প্ৰাণ ৷

আগতে আমি এচাম মানুহক সোধা দেখিছিলো যে  মন্ত্ৰীবিলাকে দিছপুৰৰ এয়াৰ কণ্ডিচন ৰূমত কিয় সোমাই থাকিব লাগে ?

এতিয়া লিখিছে মন্ত্ৰীবিলাকে জিলালৈ কিয় যাব লাগে ৷ দুই এজনক মই এটা কথাই কৈছো যে চৰকাৰ বেলেগৰ কি আছিল ,কেনে আছিল মই নাজানো ,কিন্তু এইখন চৰকাৰ জনতাৰ মাজত থাকিব , ভাল বেয়া ,সুখ দুখত জনতাৰ মাজত থাকি জনতাৰ লগত ঠিয় হ’ব৷

তেওঁ লগতে কয়—এইদৰে কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ ফলত ৰাইজৰ মাজত সোমাই যাব পাৰিছো ,ৰাইজক লগ কৰিব পাৰিছো ৷ কেবিনেটলৈ আহোতে আৰু ঘূৰি যাওঁতে মন্ত্ৰীসকলে বিভিন্ন জিলাত সোমাই গৈ কাম – কাজৰ বুজ লৈছে ,কাৰ্যসূচী কৰিছে ৷ এই ধৰণৰ কাম কাজ আৰু এইধৰণৰ ৰাইজৰ মাজলৈ সোমাই যোৱাৰ বাবে চেষ্টা অসমৰ ভিতৰতে প্ৰথমবাৰৰ বাবে কৰা হৈছে ৷

আমি তাৰ ইতিবাচক ফলসমূহ ইতিমধ্যে দেখা পাইছো ৷ কাৰণ চৰকাৰ এখনৰ অধিকাৰ নাই যে দিছপুৰৰ ৰাজধানী চৌহদত তেওঁলোকে বন্ধ হৈ থাকি ৰাইজক শাসন কৰক ৷ চৰকাৰ ৰাইজৰ মাজত থাকিবই লাগিব ৷ ৰাইজৰ মাজলৈ আহিব লাগিব ৷ পুৱা আহি গধূলি গুচি গ’লে নহ’ব ,বৰং নিশা ৰাইজৰ মাজত থাকিব লাগিব ৷ প্ৰথমবাৰৰ বাবে দিছপুৰৰ পৰা চৰকাৰখনক আমি জিলা সদৰলৈ লৈ অহাৰ প্ৰচেষ্টা গ্ৰহণ কৰিছো , মুখ্যমন্ত্ৰীয়ে কয়।

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd